Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    আকাশলৈ উৰণ টেছলাৰ ৰ’ডষ্টাৰৰ, ভাইৰেল ভিডিঅ’

    আমেৰিকাৰ বিদ্যালয়ত পুনৰ বন্দুকধাৰীৰ আক্ৰমণ, শিক্ষকসহ নিহত চাৰি

    ককৰোচ জনতা পাৰ্টিৰ প্ৰতিবাদত অংশ ল’বলৈ আহি বিপাঙত ধ্ৰুৱ ৰাঠী

    জম্মু-কাশ্মীৰৰ কুপৱাৰাত অনুপ্ৰৱেশৰ চেষ্টা ব্যৰ্থ ,সেনাৰ স’তে হোৱা গুলীয়াগুলীত নিহত দুই সন্ত্ৰাসবাদী

    ৰাজস্থানত ভয়ংকৰ দুৰ্ঘটনা, সাতজনৰ মৃত্যু, গুৰুতৰভাৱে আহত প্ৰায় ১০জন

    নেপালৰ জলপ্ৰলয়ত নিৰুদ্দিষ্ট অৰুণ মহন্ত উভতি নাহিল আজিও

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup

    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

  • Entertainment
    • All
    • Movie
    • Music
    বিজয় সালগাঁওকাৰৰ বক্স অফিচ মেজিক: দৃশ্যম ৩ৰ দ্বিতীয় শনিবাৰে ধুমুহাৰ সৃষ্টি, সিংহাম এগেইনৰ অভিলেখ ভংগ

    AI-ৰ নিৰ্মিত বিভ্ৰান্তিকৰ-আপত্তিজনক কনটেণ্ট আঁতৰোৱাৰ দাবীত দিল্লী উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ কংগনা ৰনৌত

    নানা পাটেকৰৰ বিয়োগত শোকস্তব্ধ বিনোদন জগত

    মৃত্যুৰ মাত্ৰ চাৰি দিন পূৰ্বে মঞ্চত নানা পাটেকৰ, কৈছিল—‘এদিন সকলোৱেই গুচি যাব লাগিব…’

    বক্স অফিচত মুক্তিৰ দিনাই চমক ‘দৃশ্যম-৩’ৰঃ ৫০ কোটি টকাৰ ব্যৱসায়

    সুশান্তৰ ভৰি ভঙা আছিল, চকুত আছিল আঘাতৰ চিন: ভগ্নীৰ দাবী

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    পকেটত ম’বাইল, কোলাত লেপটপৰ অভ্যাস!

    পকেটত ম’বাইল, কোলাত লেপটপৰ অভ্যাস!

    কোঠাত প্ৰৱেশৰ লগে লগে পাহৰি যায় কি প্রয়োজনত আহিছিল

    শেৱালি ফুলৰো আছে ঔষধি গুণ

    শেৱালি ফুলৰো আছে ঔষধি গুণ

    গেছ চিলিণ্ডাৰ কিনিবলৈ ৬০০ টকালৈকে মাইক্র’ লোন, ১০০ টকাকৈ সাপ্তাহিক কিস্তি

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    হাতৰ জোৰাৰ ক’লা দাগ

    হাতৰ জোৰাৰ ক’লা দাগ

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Politics

Demanded the dismissal of Devolal:স্বায়ত্ত পৰিষদৰ মুৰব্বী দেৱোলালক বৰ্খাস্তৰ দাবী স্বয়ং বিজেপি নেতাৰ

উমৰাংছ'ৰ অবৈধ খনিৰ দুৰ্ঘটনা,গ্রেপ্তাৰ হোৱা অভিযুক্তৰ সংখ্যা পাঁচজনলৈ বৃদ্ধি

publisher by publisher
January 18, 2025
in Assam, India, News
Reading Time: 1 min read
0
Demanded the dismissal of Devolal:স্বায়ত্ত পৰিষদৰ মুৰব্বী দেৱোলালক বৰ্খাস্তৰ দাবী স্বয়ং বিজেপি নেতাৰ
2
SHARES
19
VIEWS
ShareShareShareShare

RelatedPosts

ACS officer Nupur Bora:অৱশেষত মুকলি আকাশৰ তললৈ অহাৰ পথ প্ৰশস্ত ACS নুপুৰ বৰাৰ

Meghalaya Cm Announced:মেঘালয়ৰ মাইনিঙত শ্ৰমিকৰ মৃত্যুৰ ঘটনাক লৈ উদ্বিগ্ন মেঘালয়ৰ মুখ্যমন্ত্ৰী

APCC PROTEST:জলজীৱন মিছনত সংঘটিত হোৱা দুৰ্নীতি-অনিয়মৰ বিৰুদ্ধে প্ৰদেশ কংগ্ৰেছৰ প্ৰতিবাদী কাৰ্যসূচী আৰম্ভ

Demanded the dismissal of Devolal:

উত্তৰ কাছাৰ স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য দেৱোলাল গর্লোছা আৰু তেওঁৰ পত্নী কণিকা হোজাইৰ নাম সাঙোৰ খোৱা উমৰাংছ’ৰ অবৈধ কয়লা খনিটোত কৰ্মৰত অৱস্থাত একাংশ শ্রমিক আবদ্ধ হোৱা তথা ইয়াৰে চাৰিজন শ্রমিকৰ শোকাৱহ মৃত্যুৰ ঘটনাই সম্প্রতি নতুন ৰূপ লৈছে।

ADVERTISEMENT

ৰাজ্য চৰকাৰে এই সমগ্ৰ ঘটনাৰ ন্যায়িক তদন্তৰ পোষকতা কৰাৰ সময়তে ষষ্ঠ অনুসূচীভুক্ত উত্তৰ কাছাৰ স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য গর্লোছাক বৰ্খাস্তৰ দাবী উত্থাপন কৰি সৰৱ হৈ উঠিছে স্বয়ং শাসকীয় বিজেপিৰে একাংশ।

ইপিনে, এই অবৈধ খনি চলোৱাৰ অভিযোগত অভিযুক্ত হৈ আৰক্ষীৰ দ্বাৰা গ্ৰেপ্তাৰ হোৱা লোকৰ সংখ্যা সম্প্রতি পাঁচজনলৈ বৃদ্ধি পাইছে। প্রাপ্ত তথ্য অনুসৰি, অবৈধ কয়লা খনিটোত কৰ্মৰত শ্রমিক দুৰ্যোগৰ ফলত আবদ্ধ হৈ পৰাৰ পাছতে অসম খনি উন্নয়ন নিগম লিমিটেড (এএমডিচিএল) ৰ জ্যেষ্ঠ প্ৰবন্ধক (কাৰিকৰী) প্রসেনজিৎ কেম্পায়ে যোৱা ছয় জানুৱাৰীত অবৈধ খনিটো চলোৱা লোকৰ বিৰুদ্ধে উমৰাংছ’ আৰক্ষী থানাত এজাহাৰ দাখিল কৰে।

কেম্পাৰ এই এজাহাৰৰ ভিত্তিত উমৰাংছ’ আৰক্ষীয়ে ০২/২০২৫ নম্বৰত ভাৰতীয় ন্যায় সংহিতাৰ ৩ (৫) আৰু ১০৫ ধাৰাৰ লগতে খনি আৰু খনিজাত সামগ্রী (উন্নয়ন আৰু নিয়ন্ত্রণ) আইন ১৯৫৭ৰ ২১ (এক) ধাৰাত এটা গোচৰ ৰুজু কৰে। এই গোচৰত প্ৰথমে আৰক্ষীয়ে গর্লোছা দম্পতীৰ ঘনিষ্ঠ পুনিশ নুনিচাক গ্ৰেপ্তাৰ কৰে।

পাছত কালিলৈকে গোচৰটোত আন চাৰিজন লোকক গ্ৰেপ্তাৰ কৰে। এই চাৰি অভিযুক্তৰ নাম হৈছে মহম্মদ আব্দুল হান্নান লস্কৰ, ৰ’ন’ ভদ্র হাসু, দিলদাৰ হুছেইন আৰু বিপুল পুৰুছা। আনহাতে, এএমডিচিএলৰ জ্যেষ্ঠ প্রবন্ধকজনে আৰক্ষীক দিয়া এজাহাৰত উল্লেখ আছে যে কিছুসংখ্যক শ্রমিক তথা দুর্বৃত্তই কুঁৱা সদৃশ গাঁতত অবৈধভাৱে কয়লা নিষ্কাসন কৰি থকা অৱস্থাত ছয় জানুৱাৰী ২০২৫ত গাঁতটোত পানী জমা হৈ আবদ্ধ হৈ পৰে।

এই খাদ অৱস্থিত কালামাটি অঞ্চল এএমডিচিএলৰ গৰম পানীস্থিত কয়লা খণ্ডৰ পৰা প্রায় এক কিলোমিটাৰ দূৰত অৱস্থিত। এই এজাহাৰত তেওঁ অবৈধ আবদ্ধ শ্রমিক কেইজনক উদ্ধাৰ কৰিবলৈ অনুৰোধ জনায়। লগতে এজাহাৰকাৰীয়ে এই বুলিও অভিযোগ উত্থাপন কৰে যে অসম চৰকাৰৰ ভূতত্ত্ব খনন সঞ্চালকালয়েই হওক বা অসম চৰকাৰৰ আন কোনো কর্তৃত্বশীল কর্তৃপক্ষই হওক কোনো চৰকাৰী কৰ্তৃপক্ষৰ অনুমতি অবিহনে ঘটনা সংঘটিত খনিটো চলি আছে।

এজাহাৰকাৰীয়ে এজাহাৰত আৰু উল্লেখ কৰে যে এনে ধৰণৰ খনিৰ খনন অতি বিপজ্জনক আৰু ইয়ে প্রাণহানি কৰিব পাৰে। খনিটোত আবদ্ধ হৈ পৰা শ্রমিক কেইজন জীৱিত থকাৰ সম্ভাৱনা ক্ষীণ বুলিও তেওঁ এজাহাৰত উল্লেখ কৰে। আনহাতে, খনিটোত আবদ্ধ হৈ পৰা ন দৰিদ্ৰ শ্ৰমিকৰ চাৰিজনৰ মৃতদেহ বিগত সময়ত উদ্ধাৰ হয় যদিও আন পাঁচজন বাতৰি লিখা পৰলৈকে সন্ধানহীন হৈ আছে।

ইপিনে, ৰাজ্য চৰকাৰে ঘটনাৰ ন্যায়িক তদন্তৰ দিহা কৰাৰ সময়তে উত্তৰ কাছাৰ স্বায়ত্তশাসিত পৰিষদৰ মুৰব্বী গলোছাক বৰ্খাস্ত কৰাৰ দাবীত সৰৱ হৈ উঠিছে প্রাক্তন বিধায়ক তথা বিজেপি নেতা সমৰজিৎ হাফলংবাৰ। ষষ্ঠ অনুসূচীভুক্ত স্বায়ত্তশাসিত পৰিষদে সংবিধান নামানিলে বা দুর্নীতিত লিপ্ত হ’লে বৰ্খাস্ত কৰাৰ সাংবিধানিক ব্যৱস্থা আছে বুলি বিজেপি নেতাজনে মন্তব্য কৰিছে।

মুখ্য কাৰ্যবাহী গর্লোছাৰ অনুমতি অবিহনে ডিমা হাছাওত কোনেও কয়লা ব্যৱসায় কৰিব নোৱাৰে বুলি মন্তব্য কৰি হাফলংবাৰে লগতে কয়, ‘কণিকা হোজাইৰ চালান নোলোৱাকৈ কোনেও ডিমা হাছাওৰ পৰা কয়লা পৰিবহণ কৰিব নোৱাৰে। সকলোৱে এই কথা জানে। ষষ্ঠ অনুসূচীভুক্ত স্বায়ত্তশাসিত পৰিষদ সংবিধান মতে নচলিলে বা দুর্নীতিত নিমজ্জিত হ’লে বৰ্খাস্ত কৰিব পৰাৰ ব্যৱস্থা দেশৰ সংবিধানত আছে।’

গলোছাক বৰ্খাস্ত কৰিহে ঘটনাটোৰ ন্যায়িক তদন্তৰ ব্যৱস্থা কৰাৰো পোষকতা কৰে তেওঁ। ৰাজ্য চৰকাৰে ঘটনাৰ ন্যায়িক তদন্তৰ দিহা কৰা কাৰ্যক বিজেপি নেতাজনে আদৰণিও জনায়।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: CorruptionDebolal GarlosaEx. MLA Samarjit HaflongbarILLEGAL COAL MINING
publisher

publisher

Related Posts

মণ্ডপে মণ্ডপে অঘোষিত প্রতিযোগিতা, পূজাৰ ধৰ্মীয় ৰীতিৰে বিধৌত মহাষষ্ঠী
Assam

October 17, 2026
আকাশলৈ উৰণ টেছলাৰ ৰ’ডষ্টাৰৰ, ভাইৰেল ভিডিঅ’
News

আকাশলৈ উৰণ টেছলাৰ ৰ’ডষ্টাৰৰ, ভাইৰেল ভিডিঅ’

October 17, 2026
আমেৰিকাৰ বিদ্যালয়ত পুনৰ বন্দুকধাৰীৰ আক্ৰমণ, শিক্ষকসহ নিহত চাৰি
International

আমেৰিকাৰ বিদ্যালয়ত পুনৰ বন্দুকধাৰীৰ আক্ৰমণ, শিক্ষকসহ নিহত চাৰি

October 17, 2026
ককৰোচ জনতা পাৰ্টিৰ প্ৰতিবাদত অংশ ল’বলৈ আহি বিপাঙত ধ্ৰুৱ ৰাঠী
India

ককৰোচ জনতা পাৰ্টিৰ প্ৰতিবাদত অংশ ল’বলৈ আহি বিপাঙত ধ্ৰুৱ ৰাঠী

October 17, 2026
জম্মু-কাশ্মীৰৰ কুপৱাৰাত অনুপ্ৰৱেশৰ চেষ্টা ব্যৰ্থ ,সেনাৰ স’তে হোৱা গুলীয়াগুলীত নিহত দুই সন্ত্ৰাসবাদী
India

জম্মু-কাশ্মীৰৰ কুপৱাৰাত অনুপ্ৰৱেশৰ চেষ্টা ব্যৰ্থ ,সেনাৰ স’তে হোৱা গুলীয়াগুলীত নিহত দুই সন্ত্ৰাসবাদী

October 17, 2026
ৰাজস্থানত ভয়ংকৰ দুৰ্ঘটনা, সাতজনৰ মৃত্যু, গুৰুতৰভাৱে আহত প্ৰায় ১০জন
India

ৰাজস্থানত ভয়ংকৰ দুৰ্ঘটনা, সাতজনৰ মৃত্যু, গুৰুতৰভাৱে আহত প্ৰায় ১০জন

October 17, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d