বৰপেটা সদৰ থানাৰ পৰা কালি নিশা গাড়ী চুৰিৰ সৈতে দুৰ্ধৰ্ষ চোৰ এজন হেণ্ডকাফ খুলি পলায়ন কৰা ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে বৰপেটাত। আৰক্ষী চকুত ধূলী দি পলায়ন কৰা চোৰজনৰ নাম মোস্তাফিজুৰ ৰহমান । গাড়ী চুৰি চক্ৰৰ সৈতে জড়িত থকাৰ অপৰাধত তিনি দিন পূৰ্বে বৰপেটাৰ মাইলকুছিৰ পৰা আৰক্ষীয়ে আটক কৰিছিল মোস্তাফিজুৰক।চোৰজনৰ এতিয়ালৈকে সন্ধান উলিয়াব পৰা নাই আৰক্ষীয়ে ।আদালতে দুদিনৰ বাবে আৰক্ষীৰ জিম্মাত দিছিল মোস্তাফিজুৰক। চাৰিচকীয়া-দুচকীয়া কেইবাখনো বাহন চুৰিৰ ঘটনাৰ লগত জড়িত আছিল আচামীজন।
বৰপেটা থানাৰ পৰা হেণ্ডকাফ খুলি পলাল গাড়ী চুৰিৰে জড়িত দাগী অপৰাধী
-
By admin
Related Content
সৰভোগত নকল সোণৰ নাওঁসহ চাৰি সৰবৰাহকাৰী আটক
By
publisher
April 23, 2026
ৰে’লৰ মুখামুখি সংঘৰ্ষ! গুৰুত্বৰভাৱে আহত ১৭ জন
By
publisher
April 23, 2026
পশ্চিম বংগ বিধানসভা নিৰ্বাচনৰ প্ৰথম পৰ্যায়!
By
publisher
April 23, 2026
৩০ বছৰ বয়সতে সকলো শেষ !
By
publisher
April 23, 2026
Basistha Police:বশিষ্ঠ আৰক্ষীৰ জালত চিলনী চোৰ
By
publisher
April 23, 2026
Amritpal Singh :ডিব্ৰুগড় কাৰাগাৰাত পুনৰ গ্ৰেপ্তাৰ অমৃতপাল সিঙক
By
publisher
April 23, 2026