দেশৰ আগশাৰীৰ উদ্যোগপতি মুকেশ আম্বানী আৰু নিতা আম্বানীৰ পুত্ৰ আকাশ আম্বানীৰ আজি বিবাহ। হীৰা ব্যৱসায়ী ৰছল মেহতাৰ কন্যা শ্লোকা মেহতা হব আকাশ আম্বানীৰ অৰ্ধাঙ্গিনী । পুত্ৰৰ বিবাহৰ পূৰ্বে আম্বানীয়ে মুম্বাইত কৰ্মৰত ৫০হেজাৰ আৰক্ষী বিষয়া কৰ্মীলৈ প্ৰেৰণ কৰিলে মিঠাইৰ টোপোলা । ইয়াৰ লগতে পত্নী আৰু সন্তানৰ নাম থকা এখন কাৰ্ডো প্ৰেৰণ কৰিলে আৰক্ষী বিষয়াসকলক।
মুম্বাই আৰক্ষীলৈ আম্বানীৰ মিঠাইৰ টোপোলা
-
By admin
- Categories: News, Uncategorized
Related Content
উচ্চতৰ মাধ্যমিকৰ উন্নত ফলাফল স্বতেও মৰাণৰ এটি পৰিয়ালত শোকৰ বন্যা
By
publisher
April 28, 2026
Sonam Raghuvanshi's bail:দেশ কঁপোৱা হানীমুন মাৰ্ডাৰ কেচৰ অভিযুক্ত স্বামীহন্তা সোনম ৰঘুবংশীৰ জামিন
By
publisher
April 28, 2026
Moran HS Result : উচ্চতৰ মাধ্যমিকৰ উন্নত ফলাফল স্বতেও মৰাণৰ এটি পৰিয়ালত শোকৰ বন্যা
By
publisher
April 28, 2026
ছিকিমত কিশোৰ-কিশোৰীৰ স'তে ফুটবল খেলিলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে
By
publisher
April 28, 2026
Artificial Flood in China:কৃত্ৰিম বানত ডুবিল চীনৰ বাণিজ্যিক চহৰ গুৱাংচি
By
publisher
April 28, 2026
উত্তৰপ্ৰদেশত আৰক্ষী ব্যৱস্থা শক্তিশালীকৰণত বৃহৎ পদক্ষেপ
By
publisher
April 28, 2026