মহানগৰীৰ ছয়মাইলত আজি এক কোটিৰো অধিক টকাৰ হেৰ’ইনসহ এজন মণিপুৰী যুৱক আৰক্ষীৰ জালত পৰে ৷ মহানগৰ আৰক্ষীৰ অপৰাধ কোষে এখন বাছৰ পৰা যুৱকজনক গ্ৰেপ্তাৰ কৰে৷ ধৃত যুৱকজন মণিপুৰৰ বিষ্ণুপুৰ জিলাৰ মহম্মহ আৰমান ভাই বুলি আৰক্ষীয়ে জনায় ।তেওঁৰ পৰা আৰক্ষীয়ে প্ৰায় তিনিশ গ্ৰাম হেৰ’ইন জব্দ কৰে ৷ জব্দকৃত হেৰ’ইনখিনিৰ মূল্য এক কোটিৰো অধিক টকা। পাছত অপৰাধ কোষে যুৱকজনক দিছপুৰ আৰক্ষীক গতাই দিয়ে ৷
কোটি টকাৰ হেৰ’ইনসহ মহানগৰীত জালত পৰিল মণিপুৰী যুৱক
-
By admin

Related Content
তামিলনাডুত নতুন যুগৰ সূচনা!
By
publisher
May 10, 2026
দ্বিতীয়বাৰৰ বাবে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণ কৰিব ড০ হিমন্ত বিশ্ব শৰ্মাই
By
publisher
May 10, 2026
ট্ৰাম্পৰ শুল্ক নীতিত আদালতৰ পুনৰ কোব! ‘অবৈধ’ ঘোষণা ১০% আমদানি কৰ
By
publisher
May 8, 2026
বিজেপি বিধায়কৰ পৰা নীতি আয়োগৰ ভাইচ চেয়াৰমেন
By
publisher
May 8, 2026
মোজাম্বিক LNG প্ৰকল্পত পুনৰ গতি: ইন্ধন সুৰক্ষাৰ দিশে ভাৰতৰ বৃহৎ কৌশলগত পদক্ষেপ
By
publisher
May 8, 2026
অস্ত্ৰত আত্মনিৰ্ভৰ ভাৰত, কিন্তু শিক্ষাত শোচনীয় ছবি!
By
publisher
May 8, 2026