লোকসভা নিৰ্বাচনৰ তাৰিখ ঘোষণা

লোকসভা নিৰ্বাচনৰ তাৰিখ ঘোষণা কৰিলে দেশৰ নিৰ্বাচন আয়োগে। অসমত তিনিটা পৰ্য্যায়ত অনুষ্ঠিত হব নিৰ্বাচন। ১১, ১৮ আৰু ২৩ এপ্ৰিলত অনুষ্ঠিত হব নিৰ্বাচন।

Exit mobile version