লোকসভা নিৰ্বাচনৰ আচৰণ বিধি বলবত হোৱাৰ পাছতো বিভিন্ন স্থানত ৰাজ্য চৰকাৰৰ কেতবোৰ বিভাগত চাকৰি প্ৰাৰ্থীয়ে যোগদান ৰ চেষ্টা চলোৱাৰ তথ্য পোহৰলৈ আহিছে।আজি এনে দুটা ঘটনা সংঘটিত হয় ওদালগুৰি আৰু যোৰহাটত।নিৰ্বাচন আচৰণ বিধি বলবত হোৱাৰ পিছ দিনাই ওদালগুৰি ত জলসঞ্চন বিভাগত যোগদান কৰিবলৈ আহি ৫৪ জন প্ৰাৰ্থীয়ে সেটা ওপৰা লগায়।শাখা সহায়ক পদত যোগদান ৰ বাবে অহা এই প্ৰাৰ্থীসকলে সাংবাদিক উপস্থিত হোৱাত পলায়ন কৰে।অভিযোগ অনুসৰি নিৰ্বাচনী আচৰণ বিধি বলবত হোৱাৰ পৰিপ্ৰেক্ষিতত নিযুক্তি বন্ধ হোৱাৰ খবৰ পায়ো বৃহৎ অংকৰ ধনৰ লেন দেনত ‘বেক (ডট ‘ ত এইসকলক নিযুক্তিৰ যো জা চলোৱা হৈছে।ঘটনাৰ বিষয়ে অৱগত হৈ বিভাগীয় বিষয়াই চাকৰিত যোগদানৰ বাবে বাধা দিয়াত পৰিবেশ আন দিশে গতি কৰে।ঘটনাৰ খবৰ বিয়পি পৰাত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হয়।ইয়াৰ উমান পাই ঘটনাস্থ লীত কাৰ্যবাহী দণ্ডাধীশ উপস্থিত হৈ সমগ্ৰ যোগদান প্ৰক্ৰিয়া বন্ধ কৰি দিয়ে।
নিৰ্বাচনী আচৰণ বিধি বলবতৰ পাছতো নিযুক্তিক লৈ হেতা ওপৰা
-
By admin

- Categories: News
- Tags: AssamLoksabha Election
Related Content
তামিলনাডুত নতুন যুগৰ সূচনা!
By
publisher
May 10, 2026
দ্বিতীয়বাৰৰ বাবে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণ কৰিব ড০ হিমন্ত বিশ্ব শৰ্মাই
By
publisher
May 10, 2026
ট্ৰাম্পৰ শুল্ক নীতিত আদালতৰ পুনৰ কোব! ‘অবৈধ’ ঘোষণা ১০% আমদানি কৰ
By
publisher
May 8, 2026
বিজেপি বিধায়কৰ পৰা নীতি আয়োগৰ ভাইচ চেয়াৰমেন
By
publisher
May 8, 2026
মোজাম্বিক LNG প্ৰকল্পত পুনৰ গতি: ইন্ধন সুৰক্ষাৰ দিশে ভাৰতৰ বৃহৎ কৌশলগত পদক্ষেপ
By
publisher
May 8, 2026
অস্ত্ৰত আত্মনিৰ্ভৰ ভাৰত, কিন্তু শিক্ষাত শোচনীয় ছবি!
By
publisher
May 8, 2026