আগন্তুক লোক সভা নিৰ্বাচনত ৰাজ্যত ২,১৭,৬০,৬০৪ গৰাকী ভোটাৰে ২৮,১৪৩ টা কেন্দ্ৰত ভোট দান কৰিব।এই কেন্দ্ৰবোৰৰ ভিতৰত আজি পৰ্য্যন্ত ৩,৬৬৩ টাক অতি স্পৰ্শকাতৰ ৰূপে চিনাক্ত কৰা হৈছিল।তেনেদৰে স্পৰ্শ কাতৰ কেন্দ্ৰৰ সংখ্যা হল ১,৯১৩ টা।এক সাংবাদমেল যোগে এই কথা সদৰী কৰে ৰাজ্যৰ নিৰ্বাচনী বিষয়া মুকেশ কুমাৰ চাহুৱে।তদুপৰি ৬৯৯টা কেন্দ্ৰ অসুৰক্ষিত অঞ্চলত আৰু ৭৩৫ টা কেন্দ্ৰ দুৰ্গম অঞ্চলত অৱস্থিত বুলি সদৰী কৰে বিষয়।গৰাকীয়ে।।
ৰাজ্যৰ ২৮,১৪৩ টা কেন্দ্রৰ ৩,৬৬৩ টা অতি স্পৰ্শকাতৰ
-
By admin
- Categories: News
Related Content
দোকানতে বহি অধ্যয়ন, বিজ্ঞান শাখাত ৯০.২%ৰে উজ্বলিল মমিনুৰ ইছলাম
By
publisher
April 29, 2026
আৰ্থিক দৈন্য হেঙাৰ নহয় সাফল্য অৰ্জনত
By
publisher
April 29, 2026
দুদিনী গাঁৱৰ কন্যা অমিকা দৈমাৰীৰ সাফল্য
By
publisher
April 29, 2026
উচ্চতৰ মাধ্যমিকত পি এমশ্ৰী মঙলদৈ নগৰ বালিকা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ জয়যাত্ৰা
By
publisher
April 29, 2026
গোলাঘাটৰ ছাত্ৰীৰ সফলতা: দৰিদ্ৰতাৰ মাজতো ডিষ্টিংশ্যনৰে উৰ্ত্তীৰ্ণ য়াছমিন চুলতানা
By
publisher
April 29, 2026
ট্ৰেডিং কেলেংকাৰিৰ মূল অভিযুক্ত জয়দীপ দত্ত গ্ৰেপ্তাৰ
By
publisher
April 29, 2026