মিত্ৰপাশত আৱদ্ধ হল অগপ বিজেপি। মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ বাসগৃহত আজি পদত্যাগ পত্ৰ ঘূৰাই ল’লে অগপৰ তিনি মন্ত্ৰীয়ে৷ মুখ্যমন্ত্ৰীৰ বাসভৱনত অগপ নেতাৰে বৈঠকৰ অন্তত মন্ত্ৰী হিমন্ত বিশ্বই কয় যে অহা ১৬ মাৰ্চত দিল্লীত অমিত শ্বাহৰ সৈতে বৈঠকত মিলিত হব অগপ নেতৃত্ব৷ তেওঁ কয় যে শ্বাহৰে বৈঠকৰ পিছতেই ঘোষণা কৰা হ’ব আগন্তুক লোকসভা নিৰ্বাচনৰ আসন বুজাবুজি। তেওঁ কয় যেনাগৰিকত্ব সংশোধনী বিধেয়কক লৈ পূৰ্বৰ দৰে আছে বিজেপিৰ স্থিতি৷ অগপৰ সৈতে অলপ মতপাৰ্থক্য আছে যদিও আলাপ-আলোচনাৰ মাজেৰে দূৰ কৰা হ’ব এই মতপাৰ্থক্য৷অহা তিনি বছৰ আমাৰ চৰকাৰ সুন্দৰকৈ চলিব বুলিও মন্তব্য হিমন্ত বিশ্বৰ৷
অগপৰ তিনি পদত্যগী মন্ত্ৰীয়ে ঘুৰাই ললে পদত্যাগ পত্ৰ
-
By admin

- Categories: News, Politics
- Tags: AGP BJP AllianceAssamLoksabha Election
Related Content
তামিলনাডুত নতুন যুগৰ সূচনা!
By
publisher
May 10, 2026
দ্বিতীয়বাৰৰ বাবে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণ কৰিব ড০ হিমন্ত বিশ্ব শৰ্মাই
By
publisher
May 10, 2026
ট্ৰাম্পৰ শুল্ক নীতিত আদালতৰ পুনৰ কোব! ‘অবৈধ’ ঘোষণা ১০% আমদানি কৰ
By
publisher
May 8, 2026
বিজেপি বিধায়কৰ পৰা নীতি আয়োগৰ ভাইচ চেয়াৰমেন
By
publisher
May 8, 2026
মোজাম্বিক LNG প্ৰকল্পত পুনৰ গতি: ইন্ধন সুৰক্ষাৰ দিশে ভাৰতৰ বৃহৎ কৌশলগত পদক্ষেপ
By
publisher
May 8, 2026
অস্ত্ৰত আত্মনিৰ্ভৰ ভাৰত, কিন্তু শিক্ষাত শোচনীয় ছবি!
By
publisher
May 8, 2026