আমি পুনৰ মন্ত্ৰীসভালৈ ঘূৰি আহিছো

আমি পুনৰ মন্ত্ৰীসভালৈ ঘূৰি আহিছো। মুখ্যমন্ত্ৰীৰ অনুৰোধৰ পিছতে ঘূৰি আহিছো মন্ত্ৰীসভালৈ। আজি সংবাদমাধ্যমক এইদৰে কয় অগপ সভাপতি তথা পদত্যগী মন্ত্ৰী অতুল বৰাই। মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ পৰা পদত্যাগ পত্ৰ ঘূৰাই লোৱাৰ পাছত বৰাই আজি কয় যে এতিয়া নাগৰিকত্ব সংশোধনী বিধেয়ক নাই। আলাপ–আলোচনাৰ মাজেৰে বিষয়টো সমাধান কৰিব বুলিও তেঁও কয়।

ADVERTISEMENT
Exit mobile version