Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    খাৰৈ নৈ পাৰ হৈ বিদ্যালয়লৈ শিক্ষাৰ্থী

    খাৰৈ নৈ পাৰ হৈ বিদ্যালয়লৈ শিক্ষাৰ্থী

    কৰীনাই ক্ৰেচ ডায়েট ভাল নাপায়, টাইমুৰৰ জন্মৰ পিছত কেনেকৈ কমি গ’ল অভিনেত্ৰীগৰাকীৰ ওজন?

    Guwahati:বন্দে মাতৰম শিবিৰ ২০২৬–২৭’ৰ আনুষ্ঠানিক উদ্বোধনী কাৰ্যসূচীত মন্ত্ৰী বিশ্বজিৎ দৈমাৰী

    ভাৰতীয় পৰ্যটকক আকৰ্ষণ কৰিবলৈ আর্জেন্টিনাই ভিছাৰ নিয়ম কৰিলে শিথিল

    CM Reaction: ককৰোচ জনতা পাৰ্টিয়ে জ্ঞানেশ কুমাৰক পদত্যাগৰ সময়সীমা বান্ধি দিয়াক লৈ মুখ্যমন্ত্ৰীৰ প্ৰতিক্রিয়া

    এবছৰত ২৫০০ কোটি টকাৰ লোকচান শ্বাহৰুখৰ

    এবছৰত ২৫০০ কোটি টকাৰ লোকচান শ্বাহৰুখৰ

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music

    শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!

    শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!

    পর্দাত মহিলা আৰক্ষীৰ ধাৰণা সলনি কৰিছে কৰীণাই

    মাতৃত্ব অর্জন লেডী গাগাৰ, সন্তানৰে ফটো হ’ল ভাইৰেল

    ৬৯ বছৰতো বয়সক বান্ধি ৰাখিছে অনিল কাপুৰে

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    হাতৰ জোৰাৰ ক’লা দাগ

    হাতৰ জোৰাৰ ক’লা দাগ

    শ্বেয়াৰ বজাৰত বিনিয়োগ: বিনিয়োগকাৰীক পৰামৰ্শ দিব এইটো ম’বাইল এপে

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    মানসিক চাপে মনটোৱেই নহয়, শৰীৰতো যথেষ্ট প্ৰভাৱ পেলায়

    বান্দৰতকৈ কম নিদ্রাতো পৃথিৱীৰ লেকাম মানুহৰ হাতত!

    গণেশ চতুর্থীত গণপতি বাপ্পা ‘মোৰিয়া’ কোৱাৰ কাৰণ

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home India

India-Pakistan War:ভাৰতীয় প্ৰতিৰক্ষা বাহিনীৰ আক্রমণত নিহত ৩৫-৪০ পাক সেনা

পৰস্পৰৰ বিৰুদ্ধে যুদ্ধবিৰতি চুক্তি উলংঘাৰ অভিযোগ উত্থাপনৰ পাছত সংঘাতৰ পৰা বিৰত হ'ল ভাৰত-পাকিস্তান

publisher by publisher
May 12, 2025
in India, News
Reading Time: 3 mins read
0
India-Pakistan War:ভাৰতীয় প্ৰতিৰক্ষা বাহিনীৰ আক্রমণত নিহত ৩৫-৪০ পাক সেনা
1
SHARES
5
VIEWS
ShareShareShareShare

RelatedPosts

কাশ্মীৰক পুনৰ ৰক্তাক্ত কৰাৰ চক্ৰ? পুলৱামাত গ্ৰেপ্তাৰ যুৱক

যুদ্ধৰ আতংকৰ মাজত স্বস্তিৰ নিশ্বাস: ইৰাণত আটকা ভাৰতীয় শিক্ষাৰ্থীৰ প্ৰথম দল দিল্লীত উপস্থিত

কিশ্তৱাৰত নতুন সংঘৰ্ষ, ছত্রু বনাঞ্চলত অব্যাহত সেনা-আৰক্ষীৰ যৌথ অভিযান

ADVERTISEMENT

India-Pakistan War:

ভাৰতৰ আক্রমণত ৩৫-৪০ পাক সেনাই প্রাণ হেৰুৱায়। পহলগাম আক্ৰমণৰ পোটক তুলিবলৈ ভাৰতে পাক অধিকৃত কাশ্মীৰ আৰু পাকিস্তানৰ সন্ত্রাসবাদী ঘাটিসমূহক আক্ৰমণৰ লক্ষ্য কৰি লৈছিল। যোৱা সাত মে’ত ভাৰতীয় প্রতিক্ষা বাহিনীয়ে পাকিস্তান আৰু পাকিস্তান অধিকৃত কাশ্মীৰত নটাকৈ সন্ত্রাসবাদী শিবিৰ ধ্বংস কৰাৰ পাছত পাক সেনাই ভাৰতৰ সামৰিক ছাউনী আৰু সাধাৰণ ভাৰতীয় লোকক আক্ৰমণৰ লক্ষ্য কৰি লয়। তেতিয়া ভাৰতীয় প্ৰতিৰক্ষা বাহিনীসমূহে পাক সামৰিক বাহিনীৰ শিবিৰত প্রত্যাক্রমণ চলায়। ভাৰতীয় প্রতিক্ষা বাহিনীৰ এই প্রত্যাক্রমণত ৩৫-৪০ জন পাক সেনা নিহত হয়।

মার্কিন ৰাষ্ট্রপতি ডানাল্ড ট্রাম্পে শনিবাৰে বিয়লি ঘোষণা কৰা যুদ্ধবিৰতিৰ জৰিয়তে ভাৰত-পাকিস্তানৰ মাজত সামৰণি পনা চাৰিদিনীয়া সংঘাতৰ তথ্য প্রকাশ কৰি দেওবাৰে সংবাদ মাধ্যমক এই কথা সদৰী কৰে দেশৰ প্ৰতিৰক্ষা বাহিনীসমূহে। সন্ধিয়া এক বিশেষ সংবাদমেলত দেশৰ সামৰিক অভিযানৰ সঞ্চালক প্রধান লেফটেনেন্ট জেনেৰেল ৰাজীৱ ঘায়ে কয়, ‘ভাৰতৰ অপাৰেছন সিন্দুৰ মূল লক্ষ্য আছিল সন্ত্রাসবাদী শিবিৰসমূহ ধ্বংস কৰা। পাকিস্তানে আক্রমণ কৰাত ভাৰতে প্রত্যাঘাত কৰে। এই সময়ছোৱাত ৩৫-৪০ জন পাকসেনাৰ মৃত্যু হয়।’

বায়ুসেনাৰ বিমান অভিযানৰ সঞ্চালক প্রধান এয়াৰ মার্চেল এ কে ভাৰতী আৰু নৌসেনাৰ নৌ অভিযানৰ সঞ্চালক প্রধান ভাইচ এডমিৰেল এ এন প্রমোদেও সম্বোধন কৰা এই সংবাদমেলত সামৰিক অভিযানৰ সঞ্চালক প্রধানজনে লগতে কয় যে ভাৰতীয় প্রতিৰক্ষা বাহিনীৰ প্রত্যাঘাতত পাকিস্তানৰ বহুসংখ্যক সামৰিক ঘাটি ক্ষতিগ্রস্ত হয়। আনকি দেশখনৰ ৰাজধানী ইছলামাবাদৰ ওচৰতে অৱস্থিত চাল্লালা সামৰিক ঘাটিও ক্ষতিগ্রস্ত হয় বুলি উল্লেখ কৰি তেওঁ আৰু কয় ‘কৰাচীত আঘাত হনাৰ বাবেও ভাৰতীয় নৌসেনাই কৌশলগত অৱস্থান কৰি আছিল।’ এই তিনি শীর্ষ সামৰিক বিষয়াই সংবাদমেলত লগতে প্রকাশ কৰে যে আঠ-ন মে’ৰ নিশা পাকিস্তানৰ বহু সংখ্যক ড্র’ন আৰু বিমানে ভাৰতৰ আকাশমাগত প্ৰৱেশৰ অপচেষ্ট কৰে। এইসমুহৰ লক্ষ্য ভাৰতীয় সামৰিক ঘাটি আছিল বুলি উল্লেখ কৰি প্রতিৰক্ষা বাহিনীৰ শীর্ষ বিষয়া তিনিজনে কয়, ‘ভাৰতলৈ পাকিস্তানে প্ৰেৰণ কৰা এই ড্র’ন আৰু বিমানসমূহৰ অধিকাংশক ব্যর্থ কৰা হয়।

শ্রীনগৰৰ পৰা বিস্তীর্ণ অঞ্চলত ড্র’ন আৰু বৈমানিকবিহীন বিমানৰ জৰিয়তে আক্ৰমণৰ ব্যর্থ চেষ্ট কবে পাকিস্তানে। ভাৰতৰ আকাশমাৰ্গৰ প্রতিৰক্ষা ব্যৱস্থাই এইসমূহ ব্যর্থ কৰে। তদুপৰি ভাৰতীয় বায়ুসেনা বাহিনীয়ে গুলিচালনা কৰি পাকিস্তানৰ কিছুসংখ্যক যুদ্ধবিমানো ভূপতিত কৰে। ভাৰতৰ সীমান্তত প্ৰৱেশ কৰাৰ পূৰ্বে এই সমূহক ব্যর্থ কৰা হয়।’ সংবাদমেলত প্ৰতিৰক্ষা বাহিনীৰ বিষয়া তিনিজনে স্পষ্টভাৱে কয় যে পাকিস্তানে আক্ৰমণ কৰাৰ বাবে ভাৰতীয় সেনাই প্রত্যাঘাত কৰে।’ এই সম্পৰ্কত বিষয়া তিনিজনে আৰু কয়, ‘পাকিস্তানী সেনা বা সীমাৰ সিপাৰৰ বাসিন্দাসকলৰ স’তে ভাৰতৰ কোনো যুদ্ধ নাই। ভাৰতৰ যুদ্ধ সন্ত্রাসবাদীৰ বিৰুদ্ধেহে।

যিসকল সন্ত্রাসবাদীক নিধনৰ পৰিকল্পনা কৰা হৈছিল তেওঁলোকক নিঃশেষ কৰা হৈছে। তাৰ পাছতে পাকিস্তানে আক্রমণ কৰে। সেয়েহে ভাৰতে প্রত্যাঘাত কৰিবলগীয়া হয়।’ ভাৰতীয় প্ৰতিৰক্ষা বাহিনীৰ প্রত্যাঘাতত কোনো সাধাৰণ পাকিস্তানী নাগৰিকৰ যাতে প্রাণহানি নঘটে সেয়াও নিশ্চিত কৰা হয় বুলি সামৰিক বিষয়া তিনিজনে প্রকাশ কৰে। সংবাদমেলত লেফটেনেন্ট জেনেৰেল ঘায়ে কয়, ‘ভাৰতীয় প্ৰতিৰক্ষা বাহিনীয়ে নটা সন্ত্রাসবাদী শিবিৰ ধ্বংস কৰাত শতাধিক সন্ত্রাসবাদীৰ মৃত্যু হয়। এইসকলৰ মাজত ইউছুফ আভাৰ, আব্দুল মালিক ৰৌফ আৰু মুদাচাৰ আহমেদো আছে। নিহত সন্ত্রাসবাদীসকলৰ মাজত কান্দাহাৰ বিমান অপহৰণ আৰু পুলৱামা আক্রমণত জড়িত সন্ত্রাসবাদীও আছিল। এই সন্ত্রাসবাদী নিধন অভিযানত যাতে কোনো সাধাৰণ মানুহৰ মৃত্যু নহয় সেয়া নিশ্চিত কৰিবলৈ নির্দিষ্টভাৱে সন্ত্রাসবাদীৰ ঘাটিসমূহ বাছি লোৱা হয়।’ অৱশ্যে ভাৰত-পাকিস্তান সংঘাতৰ সময়ছোৱাত ভাৰতীয় নিৰাপত্তা বাহিনীৰ পাঁচজন জোৱান ছহিদ হয় বুলি সংবাদমেলত শীর্ষ সামৰিক বিষয়াকেইজনে প্রকাশ কৰে।

জোৱানকেইজনৰ মৃত্যুত সামৰিক বহিনীৰ শীৰ্ষ বিষয়াবৰ্গই শোক প্রকাশ কৰে। এই সময়ছোৱাত কোনো ৰাফেল যুদ্ধবিমানৰ ক্ষতি হ’ল নেকি বুলি সাংবাদিকে কৰা প্রশ্নৰ পোনপটীয়া উত্তৰ দিয়াৰ পৰা এয়াৰ মার্চেল ভাৰতী বিৰত থাকে। তেওঁ কয়, ‘এয়া সংঘর্ষৰ পৰিস্থিতি আৰু ৰাফেল তাৰ অংগ। এই অভিযানত সামৰিক বাহিনীৰ লক্ষ্য আছিল সন্ত্রাসবাদীৰ ঘাটি ধ্বংস কৰা আৰু এই ক্ষেত্রত সাফল্য অর্জন কৰা হৈছে। ইয়াৰ ফল গোটেই বিশ্বই দেখিছে।’ ৰাফেল যুদ্ধ বিমান সম্পর্কীয় প্ৰশ্নৰ পোনপটীয়া উত্তৰ নিদিয়াৰ কাৰণ ব্যাখ্যা কৰি তেওঁ লগতে কয়, ‘সাম্প্রতিক সংঘৰ্ষৰ পৰিস্থিতিত ইয়াক লৈ কোনো মন্তব্য কৰিলে শত্রুপক্ষৰ সুবিধা হ’ব পাৰে।

তেওঁ প্রকাশ কৰা অনুসৰি, পাকিস্তানৰ ৰহিম য়াৰ খান, সবগোদা, জাকোকাবাদ আৰু ভুলাবিত সামৰিক ঘাটিত ভাৰতীয় প্রতিবক্ষা বাহিনীয়ে আঘাত হানে। তদুপৰি চাৱালা আৰু ৰফিকি সামৰিক ঘাটিতো আঘাত হনা হয় বুলি তেওঁ জনায়। আনহাতে, সংবাদমেলত ভাইচ এডিমিৰেল এন এম প্রমোদে কয়, ‘পহলগাম কাণ্ডৰ পাছত নৌসেনাৰ জাহাজ, বিমানসহ সমস্ত বিভাগকে সম্পূর্ণৰূপে সাজু কৰি তোলা হয়। তেওঁলোকক সমুদ্রত নিয়োগ কৰা হয়। সন্ত্রাসবাদী আক্ৰমণৰ ৪৮ ঘণ্টাৰ ভিতৰতে নৌসেনাই আৰৱ সাগৰত বেছ কিছু কৌশলগত অৱস্থান লয়। উত্তৰ আৰৱ সাগৰতো নৌসেনাবাহিনীক নিয়োগ কৰা হয়। নিজৰ পছন্দ সময় অনুসৰি কৰাচীসহ নির্দিষ্ট লক্ষ্যবস্তুত আঘাত হানিব পৰাকৈ সষ্টম হয় নৌসেনা।’

পৰস্পৰৰ বিৰুদ্ধে যুদ্ধবিৰতি চুক্তি ভংগৰ অভিযোগ উত্থাপন ভাৰত-পাকিস্তানৰ ৷ শনিবাৰে বিয়লি ঘোষিত যুদ্ধবিৰতি চুক্তিৰ পাছতো পাকিস্তানে উত্তৰ আৰু পশ্চিম ভাৰতৰ কে’বাখনো ৰাজ্যলৈ গোলাবর্ষা কৰে। আনকি জম্মু-কাশ্মীৰৰ অৱস্থা ভয়ংকৰ হৈ উঠে বুলি মুখ্যমন্ত্রী ওমৰ আব্দুল্লাই সামাজিক মাধ্যমৰ জৰিয়তে প্রচাৰ কৰে। একেদৰে ৰাজস্থান, পঞ্জাৱ আৰু গুজৰাটৰ কেতবোৰ সীমান্ত অঞ্চললৈও পাক সেনাই গোলাবর্ষণ কৰাৰ বাতৰি প্ৰচাৰ হয়। পাক সেনাই পুনৰ এনে পৰিস্থিতি সৃষ্টিকৰাত যোৱা নিশা ভাৰতৰ বৈদেশিক সচিব বিক্রম মিস্ত্রীয়ে পাকিস্তানৰ বিৰুদ্ধে যুদ্ধবিৰতি চুক্তি উলংঘা কৰাৰ অভিযোগ উত্থাপন কৰি দেশখনক কঠোৰভাৱে সকীয়াই দিয়ে। এনে কাৰ্যৰ এক উপযুক্ত প্রত্যুত্তৰ দিয়া হ’ব বুলি বৈদেশিক সচিবে হুংকাৰ দিয়ে।

আনহাতে পাকিস্তানে ভাৰতৰ এই অভিযোগ খণ্ডন কৰি ভাৰতৰ বিৰুদ্ধেহে যুদ্ধবিৰতি চুক্তি উলংঘাৰ অভিযোগ উত্থাপন কৰে। দেশখনৰ বৈদেশিক মন্ত্রণালয়ৰ এজন মুখপাত্রই কয়, ‘যুদ্ধবিৰতি চুক্তি ৰূপায়ণৰ প্রতি পাকিস্তান অংগীকাৰবদ্ধ হৈ আছে। ভাৰতৰ কেতবোৰ অঞ্চলত যুদ্ধবিৰতি উলংঘা কৰা সত্ত্বেও পাকসেনাই সংযম ৰক্ষা কৰি আছে।’ দেশখনে লগতে অভিযোগ উত্থাপন কৰা অনুসৰি যোৱা বুধবাৰৰ পৰা ভাৰতীয় প্রতিৰক্ষা বাহিনীৰ বিমান আক্রমণ আৰু সীমান্তত কৰা গুলিবর্ষণত পাকিস্তান আৰু পাকিস্তান অধিকৃত কাশ্মীৰত ৩৬ জন লোকৰ মৃত্যু হয়। আনহাতে, ভাৰতীয় সেনাই অভিযোগ উত্থাপন কৰা অনুসৰি পাকিস্তানী সেনাৰ মৰ্চাৰ বর্ষণত কমেও ২১ জন সাধাৰণ ভাৰতীয় লোকে প্রাণ হেৰুৱায়।

# ড্ৰ’নৰ বিচৰণঃ পুনৰ ৰাজস্থানৰ সীমান্তৱর্তী অঞ্চলত নিষ্প্রদীপ ঘোষণা

যুদ্ধবিৰতি চুক্তিয়ে ভাৰত-পাকিন্তুনৰ মাজৰ সংঘাত নিৰাময় কৰাৰ পাছতো ৰাজস্থানৰ সীমান্তবর্তী অঞ্চলত সন্দেহজনক ড্র’ন ধৰা পৰাত বহু অঞ্চলত পুনৰ নিষ্প্রদীপ ঘোষিত হৈছে। দেওবাৰে নিশা ৭-৩০ বজাত জায়ছালমেৰত আৰু আঠ বজাত বাৰেত ড্র’ন প্রত্যক্ষ কৰা হয়। ইয়াৰ লগে লগে প্রশাসনে নিবাৰণমূলক পদক্ষেপ ৰূপে জয়ছালমেৰ আৰু বার্মেৰকে ধৰি ৰাজ্যখনৰ আন সীমান্তৱর্তী অঞ্চলসমূহত নিষ্প্রদীপ ঘোষণা কৰে। দেওবাৰে দিনত অঞ্চলসমূহত স্বাভাৱিক জীৱনযাত্রা পুনৰ আৰম্ভ হৈছিল। দোকান-পোহাৰ আৰু বজাৰসমূহ পুনৰ মুকলি হয়।

ইয়াৰ পাছতে নিশা ড্র’নৰ বিচৰণ প্রত্যক্ষ কৰাত প্রশাসনে এই অঞ্চলসমূহত নিষ্প্রদীপ ঘোষণা কৰে। প্রশাসনে সংকেত ধ্বনি দি নিষ্প্রদীপ ঘোষণা কৰে। এই সম্পর্কত জয়ছালমেৰৰ ৰেবন্ত সিং নামৰ এজন লোকে কয়, ‘আকাশত ড্র’ন দেখা গৈছে। এয়া হৈছে শনিবাৰে ভাৰত-পাকিস্তানৰ মাজত হোৱা বুজাবুজি ভংগ।’ সূত্রই জনোৱা মতে, বার্মেৰত সম্পূর্ণ নিষ্প্রদীপ ঘোষিত হৈছে। স্বাভাৱিকতে এই ঘটনাই সীমান্তৱর্তী অঞ্চলসমূহত আতংকৰ সৃষ্টি কৰিছে।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: IAFIndian ArmyIndian NavyIndo pak warJammu and KashmirPressmeet Addressing
publisher

publisher

Related Posts

বিশিষ্ট লেখক তথা অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক ভুৱন চন্দ্ৰ বৰাৰ বিয়োগ
Assam

September 25, 2026
খাৰৈ নৈ পাৰ হৈ বিদ্যালয়লৈ শিক্ষাৰ্থী
Assam

খাৰৈ নৈ পাৰ হৈ বিদ্যালয়লৈ শিক্ষাৰ্থী

September 25, 2026
কৰীনাই ক্ৰেচ ডায়েট ভাল নাপায়, টাইমুৰৰ জন্মৰ পিছত কেনেকৈ কমি গ’ল অভিনেত্ৰীগৰাকীৰ ওজন?
Entertainment

কৰীনাই ক্ৰেচ ডায়েট ভাল নাপায়, টাইমুৰৰ জন্মৰ পিছত কেনেকৈ কমি গ’ল অভিনেত্ৰীগৰাকীৰ ওজন?

September 25, 2026
Guwahati:বন্দে মাতৰম শিবিৰ ২০২৬–২৭’ৰ আনুষ্ঠানিক উদ্বোধনী কাৰ্যসূচীত মন্ত্ৰী বিশ্বজিৎ দৈমাৰী
Assam

Guwahati:বন্দে মাতৰম শিবিৰ ২০২৬–২৭’ৰ আনুষ্ঠানিক উদ্বোধনী কাৰ্যসূচীত মন্ত্ৰী বিশ্বজিৎ দৈমাৰী

September 25, 2026
ভাৰতীয় পৰ্যটকক আকৰ্ষণ কৰিবলৈ আর্জেন্টিনাই ভিছাৰ নিয়ম কৰিলে শিথিল
International

ভাৰতীয় পৰ্যটকক আকৰ্ষণ কৰিবলৈ আর্জেন্টিনাই ভিছাৰ নিয়ম কৰিলে শিথিল

September 25, 2026
CM Reaction: ককৰোচ জনতা পাৰ্টিয়ে জ্ঞানেশ কুমাৰক পদত্যাগৰ সময়সীমা বান্ধি দিয়াক লৈ মুখ্যমন্ত্ৰীৰ প্ৰতিক্রিয়া
Assam

CM Reaction: ককৰোচ জনতা পাৰ্টিয়ে জ্ঞানেশ কুমাৰক পদত্যাগৰ সময়সীমা বান্ধি দিয়াক লৈ মুখ্যমন্ত্ৰীৰ প্ৰতিক্রিয়া

September 25, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d