Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    সৰভোগত নকল সোণৰ নাওঁসহ চাৰি সৰবৰাহকাৰী আটক

    সৰভোগত নকল সোণৰ নাওঁসহ চাৰি সৰবৰাহকাৰী আটক

    ৰে’লৰ মুখামুখি সংঘৰ্ষ! গুৰুত্বৰভাৱে আহত ১৭ জন

    ৰে’লৰ মুখামুখি সংঘৰ্ষ! গুৰুত্বৰভাৱে আহত ১৭ জন

    পশ্চিম বংগ বিধানসভা নিৰ্বাচনৰ প্ৰথম পৰ্যায়!

    পশ্চিম বংগ বিধানসভা নিৰ্বাচনৰ প্ৰথম পৰ্যায়!

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    Basistha Police:বশিষ্ঠ আৰক্ষীৰ জালত চিলনী চোৰ

    Basistha Police:বশিষ্ঠ আৰক্ষীৰ জালত চিলনী চোৰ

    Amritpal Singh :ডিব্ৰুগড় কাৰাগাৰাত পুনৰ গ্ৰেপ্তাৰ অমৃতপাল সিঙক

    Amritpal Singh :ডিব্ৰুগড় কাৰাগাৰাত পুনৰ গ্ৰেপ্তাৰ অমৃতপাল সিঙক

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

    জেলত কি শিকিলে ৰাজপালে?

    জেলত কি শিকিলে ৰাজপালে?

    সুৰ সম্ৰাজ্ঞী আশা ভোছলেৰ দেহাৱসান, সংগীত জগতত শোকৰ ছাঁ

    সুৰ সম্ৰাজ্ঞী আশা ভোছলেৰ দেহাৱসান, সংগীত জগতত শোকৰ ছাঁ

    নীতিশ তিৱাৰী পৰিচালিত বহু প্রতীক্ষিত ‘ৰামায়ণ’ৰ চাৰি হেজাৰ কোটি টকাৰে নিৰ্মিত নীতিশ তিৱাৰীৰ ‘ৰামায়ণ’ৰ টীজাৰ মুক্তি

    নীতিশ তিৱাৰী পৰিচালিত বহু প্রতীক্ষিত ‘ৰামায়ণ’ৰ চাৰি হেজাৰ কোটি টকাৰে নিৰ্মিত নীতিশ তিৱাৰীৰ ‘ৰামায়ণ’ৰ টীজাৰ মুক্তি

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    ব্যায়ামৰ পাছত প্ৰ’টিন খোৱাৰ উপযুক্ত সময়

    ব্যায়ামৰ পাছত প্ৰ’টিন খোৱাৰ উপযুক্ত সময়

    ডাকঘৰৰ পুনৰাবৃত্তিমূলক জমা আঁচনি

    ডাকঘৰৰ পুনৰাবৃত্তিমূলক জমা আঁচনি

    পশু কিষাণ ক্রেডিট কার্ড আঁচনিৰ সবিশেষ

    পশু কিষাণ ক্রেডিট কার্ড আঁচনিৰ সবিশেষ

    গৰমতো আকর্ষণীয় হৈ থাকিবলৈ কি কৰিব ?

    গৰমতো আকর্ষণীয় হৈ থাকিবলৈ কি কৰিব ?

    আপোনাৰ দামী সুগন্ধিৰ গোন্ধ নাইকিয়া হয়?

    আপোনাৰ দামী সুগন্ধিৰ গোন্ধ নাইকিয়া হয়?

    ইউটিউবত কন্টেন্ট ক্রিয়েটৰৰ উপাৰ্জনৰ সাতটা গোপন কথা জানি লওক

    ইউটিউবত কন্টেন্ট ক্রিয়েটৰৰ উপাৰ্জনৰ সাতটা গোপন কথা জানি লওক

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News

Assam Panchayat Election Result: ভোটগণনা অব্যাহত থাকিলেও চালকৰ আসনত বিজেপি মিত্রজোঁট

ৰাজ্যত উদুলি-মুদুলি পৰিৱেশ ,লোকসভা নিৰ্বাচনত যোৰহাটে দিয়া মানসিক চাপ পঞ্চায়তৰ ফলাফলত উদযাপন কৰিব মুখ্যমন্ত্ৰীয়ে,ৰাইজৰ অভূতপূর্ব সঁহাৰি লাভ: ৰাজ্যিক সভাপতি, দিলীপ শইকীয়াক লৈ বিধানসভাৰ কি অংক কৰিছে শৰ্মাই?একাধিক স্থানত বিক্ষিপ্ত ঘটনা: কংগ্ৰেছৰ অভিযোগ

publisher by publisher
May 12, 2025
in News, Assam
Reading Time: 2 mins read
0
Assam Panchayat Election Result: ভোটগণনা অব্যাহত থাকিলেও চালকৰ আসনত বিজেপি মিত্রজোঁট
1
SHARES
9
VIEWS
ShareShareShareShare

Assam Panchayat Election Result:

পঞ্চায়ত নিৰ্বাচনৰ ভোট গণনাত শাসক দল হিচাপে বিজেপি আৰু ইয়াৰ মিত্রজোটে লাভ কৰিছে অগ্রগতি। অৱশ্যে ৰাজ্যিক নির্বাচন আয়োগে দেওবাৰে নিশাৰ পৰা এই এই প্রতিবেদন যুগুতোৱাৰ সময়লৈকে ফলাফলক লৈ কোনো আনুষ্ঠানিক তথ্য সদৰী কৰা নাই। ভোট গানাক লৈয়ে দেওবাৰে সৃষ্টি হয় উদুলি-মুদুলি পৰিৱেশৰ। ভোট গণনা চলা প্রতিটো স্থনতে পুৱাৰে পৰা সমবেত হয় হেজাৰ হেজাৰ লোক। নিশাও সেই একেই পৰিৱেশ বাহাল থাকে।  পুৱা প’ষ্টেল বেলটৰ জৰিয়তে ভোট গণনা আৰম্ভ হয়।

ADVERTISEMENT

অৱশ্যে অধিকাংশ জিলাতে গণনা প্রক্রিয়া আৰম্ভ কৰোতে যথেষ্ট পলম হয়। একাংশ জিলাত ভোট গণনা যথেষ্ট লেহেমীয়া হোৱা বুলিও চর্চা চলিছে। নির্বাচন আয়োগে ধাৰণা কৰা অনুসৰি সোমবাৰে সন্ধিয়ালৈহে পঞ্চায়ত নিৰ্বাচনৰ সমগ্র ফলাফল প্রকাশ হ’ব পাৰে। অৱশ্যে দেওবাৰে নিশালৈকে ফলাফলৰ সামগ্রিক যি ছবিখন পোহৰলৈ আহিছে, তাৰ জৰিয়তে বিজেপি মিত্ৰজোঁটে যথেষ্ট সফলতা লাভৰ সম্ভাৱনা আছে। নির্বাচন আয়োগৰ সূত্ৰই সদৰী কৰা অনুসৰি, ৩৯৭ টা জিলা পৰিষদৰ সমষ্টিৰ ভিতৰত বিজেপিয়ে ২০৩টা সমষ্টিতে জয়লাভ কৰাটো নিশ্চিত হৈছে। ইয়াৰ বিপৰীতে কংগ্ৰেছে ২১টা সমষ্টিত এই পর্যন্ত জয়লাভ কৰিছে। একেদৰে আঞ্চলিক পঞ্চায়তৰ ২,১৯২ টা সমষ্টিৰ ভিতৰত নিশালৈকে বিজেপি মিত্রজোঁটে ৩৪৭টাত বিজয় সাব্যস্ত কৰিছে। কংগ্ৰেছে জয়লাভ কৰা আঞ্চলিক পঞ্চায়তৰ সমষ্টিৰ সংখ্যা হ’ল ৩৪টা। অন্যান্যয়ো চাৰিটা সমষ্টি দখল কৰিছে। ইয়াৰ ভিতৰত ৰাইজৰ দলৰ এটা সমষ্টিও আছে। তদুপৰি আম আদমী পার্টিয়েও এটা সমষ্টিত জয়লাভ কৰিছে।

RelatedPosts

Dilip Saikia Pressmeet:ৰাজ্যত অভিলেখ সংখ্যক ভোটদান হোৱাৰ বাবে ৰাজ্যবাসীক ধন্যবাদ জ্ঞাপন দিলীপ শইকীয়াৰ

BJP-ৰ IT Cell আৰু একাংশ নেতাৰ বিৰুদ্ধে গোচৰ

Dhubri:ধুবুৰী সমষ্টিত নিৰ্বাচন কেন্দ্ৰিক সংঘাত

সামগ্রিকভাবে শান্তিপূৰ্ণ ৰূপত নিৰ্বাচনৰ ভোট গণনা অব্যাহত আছে যদিও তাৰ মাজতে কলিয়াবৰ আৰু শিলচৰত দুটা বিক্ষিপ্ত ঘটনা সংঘটিত হয়। কলিয়াবৰত ভোট গণনা কক্ষৰ বাহিৰত দুজন প্ৰাৰ্থীৰ এজেণ্টৰ মাজত যুঁজ লাগে। আনহাতে, শিলচৰত মাৰপিটৰ ঘটনা সংঘটিত। দুজন প্ৰাৰ্থীৰ সমৰ্থকৰ মাজত সংঘটিত এই ঘটনাত এজন আৰক্ষীও আহত হয়।

এই নির্বাচনটোক বিজেপি আৰু কংগ্ৰেছে আগন্তুক বিধানসভা নিৰ্বাচনৰ কচৰৎ হিচাপে গ্রহণ কৰিছিল। সেয়েহে বিজেপিয়ে লোকসভা নিৰ্বাচনত যিবোৰ বিধানসভা সমষ্টিত শোচনীয় তথা ভাল ফলাফল প্ৰদৰ্শন কৰিব পৰা নাছিল, সেইবোৰত যথেষ্ট জোৰ দিছিল। যোৰহাট লোকসভা সমষ্টিত ফলাফল ভাল কৰিবলৈ বিশেষ ৰণকৌশল দলটোৱে গ্রহণ কৰিছিল। তেনেদৰে শিৱসাগৰ বিধানসভা সমষ্টিতো ৰণকৌশল সলনি কৰি প্ৰতিদ্বন্দ্বিতাত অৱতীর্ণ হৈছিল।

বিজেপিয়ে আগন্তুক বিধানসভা নিৰ্বাচনৰ বাবে ধর্মীয় সংখ্যালঘু ভোটাৰ অধ্যুষিত একাংশ সমষ্টিক লক্ষ্য কৰি লৈছে। পঞ্চায়ত নিৰ্বাচনৰ জৰিয়তে এনে সমষ্টিবোৰত দলটোৱে ভোটাৰৰ মাজত সোমাবলৈ সৰ্বতোপ্ৰকাৰৰ চেষ্ট চলায়। অৱশ্যে তেনে সমষ্টিত দলটোৱে ভোটাৰৰ পৰা কি ধৰণৰ সঁহাৰি লাভ কৰে, সেয়া আজিয়েই স্পষ্ট হোৱা নাই। ইয়াৰ বিপৰীতে যোৰহাট লোকসভা সমষ্টিত যি ৰণকৌশলৰে পঞ্চায়তত প্রতিদ্বন্দ্বিতা কৰিছিল, তাত সফলতা অর্জন কৰা বুলি দলে দাবী কৰে। তেনে ৰণকৌশলৰ ফলস্বৰূপে মাজুলী, টিংখাং, মাহমৰা, যোৰহাট আদিকে ধৰি সংসদীয় সমষ্টিটোৰ অন্তর্গত আটাইকেইটা বিধানসভা সমষ্টিত এই পর্যন্ত ঘোষিত ফলাফল অনুসৰি চকুত লগা ফলাফল লাভ কৰাৰ দাবী কৰে সূত্রটোৱে। একেদৰে শিৱসাগৰতো ৰাইজৰ দলৰ বিধায়ক থকা সত্ত্বেও বিজেপিৰ ফলাফল ভাল বুলি একেটা সূত্রই কয়।

এনে ফলাফলক লৈ ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়াই কয়, ‘এতিয়ালৈকে ফলাফলৰ যি ধাৰা দেখা গৈছে, তাৰ জৰিয়তে এইটো স্পষ্ট হৈছে যে বিজেপি মিত্ৰজোঁটে ৰাইজৰ পৰা অভূতপূর্ব সঁহাৰি লাভ কৰিছে। ৰাইজে আমাক অত্যন্ত মৰম কৰিছে। আমি নিশ্চিত যে এই নিৰ্বাচনত আমি সংখ্যাগৰিষ্ঠতা পোৱাই নহয়, সেই সংখ্যাও হ’ব অতি চকুত লগা।’ শইকীয়াই লগতে কয় যে প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত সমগ্ৰ ভাৰতবৰ্ষত আৰু মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত অসমত যি চৰকাৰ চলিছে, তাৰ প্ৰতি থকা ৰাইজৰ আস্থা আৰু বিশ্বাস যোৱা প্ৰতিটো নিৰ্বাচনৰ দৰে পঞ্চায়ততো প্রতিফলিত হৈছে। বিজেপিৰ উন্নয়নৰ ৰাজনীতিয়েই সফলতাৰ অন্যতম মুখ্য কাৰণ বুলিও শইকীয়াই উল্লেখ কৰে।

ইয়াৰ বিপৰীতে কংগ্ৰেছে নিৰ্বাচনৰ ফলাফলক লৈ এই পর্যন্ত কোনো প্রতিক্রিয়া ব্যক্ত কৰা নাই। ভোট গণনা চলি থকাৰ সময়ত ফলাফলক লৈ মন্তব্য কৰাৰ পৰা বিৰত আছে দলটোৰ সকলো নেতা। অৱশ্যে দলটোৱে অভিযোগ কৰে যে বিজেপিয়ে ঠায়ে ঠায়ে বলপূর্বক জয়লাভৰো চেষ্টা চলোৱাৰ খবৰ তেওঁলোকে লাভ কৰিছে। আনকি কংগ্ৰেছৰ প্ৰাৰ্থী বৃহৎ ভোটৰ ব্যৱধানত জয়লাভ কৰাৰ পাছতো শাসকীয় মিত্ৰজোঁটে পুনৰ ভোট গণনাৰ দাবী তোলাৰ ঘটনা বহু ভোট কেন্দ্রত সংঘটিত হৈছে। ইয়াৰ উদাহৰণ হিচাপে গুৱাহাটী জিলা কংগ্ৰেছ কমিটীৰ সভাপতি গোপাল চন্দ্র শর্মাই কয় যে সোণাপুৰ গাঁও পঞ্চায়তৰ পৰা কংগ্ৰেছৰ আঞ্চলিক পঞ্চায়তৰ প্ৰাৰ্থীগৰাকীয়ে পাঁচশতকৈয়ো অধিক ভোটত জয়লাভ কৰে। তাৰ পাছতো বিজেপি আৰু অগপই পুনৰ ভোট গণনাৰ বাবে প্ৰশাসনৰ ওপৰত হেঁচা প্ৰয়োগ কৰিছে। এনে আচৰণৰে শাসকীয় মিত্রজোঁটে বাহুবল প্রয়োগ কৰি জয়লাভৰ চেষ্টা চলোৱা বুলি শৰ্মাই অভিযোগ কৰে।

# লোকসভাত যোৰহাটে দিয়া মানসিক চাপ পঞ্চায়তৰ ফলাফলত উদযাপন কৰিব মুখ্যমন্ত্ৰীয়ে

পঞ্চায়ত নিৰ্বাচনৰ ফলাফল অদ্যাপি আধৰুৱা হৈ থাকিলেও আজি নিশালৈকে স্পষ্ট হোৱাৰ ধাৰাত বিজেপিয়ে ইতিহাস ৰচিবলৈ সক্ষম হ’ব বুলি দাবী কৰে মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাই। এই ফলাফল দলে উদযাপন কৰিব আৰু যোৱা লোকসভা নির্বাচনৰ অপূর্ণ আশা পূৰ্ণ কৰাৰো ইংগিত দিয়ে মুখ্যমন্ত্রীয়ে। বাজপেয়ী ভৱনত পঞ্চায়ত নিৰ্বাচনৰ ফলাফলৰ ধাৰাক লৈ দলৰ নেতা-কর্মীক সম্বোধন কৰা মুখ্যমন্ত্ৰীয়ে লোকসভাৰ ফলাফল ভাল হৈয়ো বিজেপিয়ে ভালদৰে উদযাপন কৰিব নোৱাৰাৰ কাৰণ যোৰহাটৰ পৰাজয় বুলি ভাষণত উল্লেখ কৰে। সেই যোৰহাট সংসদীয় সমষ্টিতে পঞ্চায়ত নিৰ্বাচনৰ ফলাফল বিজেপিৰ বাবে যথেষ্ট ভাল হোৱা বুলি উল্লেখ কৰি কংগ্ৰেছৰ বেয়া হোৱাৰ কাৰণ দলটোৰ অহংকাৰ বুলি মন্তব্য কৰে।

panchyat 2মুখ্যমন্ত্রীয়ে কয়, ‘আমি লোকসভাত অভিলেখ সৃষ্টি কৰি ১১ টা সমষ্টিত জয়লাভ কৰিছিলো। অথচ যোৰহাটত পৰাজিত হোৱাৰ বাবে আমাৰ ওপৰত বিভিন্ন ধৰণে যিবোৰ চাপ সৃষ্টি কৰা হৈছিল, তাৰ ফলত আটাইতকৈ ভাল ফলাফল হোৱা সত্ত্বেও আমি মন খুলি উদযাপন কৰিব নোৱাৰিলো। সেই যোৰহাটতে কংগ্ৰেছৰ পতন আৰম্ভ হৈ গ’ল। যোৰহাটৰ বিজয়ে কংগ্রেছক ইমান অহংকাৰী কৰিলে যে যোৰহাটত পতনো আৰম্ভ হৈ গ’ল। দেশৰ পৰিস্থিতি ঠিকে থাকিলে আমি পঞ্চায়তৰ বিজয় উদযাপন কৰিম।’

মুখ্যমন্ত্রীয়ে লগতে এইদৰেও কয় যে বিজেপিয়ে প্রতিটো নির্বাচনত নিজৰ অভিলেখ নিজেই আগবাঢ়ি গৈ আছে। আগলৈ যাতে কোনেও সেই অভিলেখ ভাঙিব নোৱাৰে, তাৰ বাবে আৰু অধিক সফলতা অর্জন কৰিব লাগিব। ইয়াৰ বাবে এইবাৰৰ পঞ্চায়ত নির্বাচনটোক আধাৰ হিচাপে লৈ কাইলৈৰ পৰাই প্রস্তুতি চলোৱা হ’ব। এই প্রস্তুতি আগন্তুক বিটিআৰ আৰু তাৰ পাছত বিধানসভা নির্বাচনৰ বাবে হ’ব বুলি মুখ্যমন্ত্রীয়ে কয়। এই প্রস্তুতিৰ অংশ হিচাপে দলক বুথ পর্যায়ত অধিক শক্তিশালী কৰাত অধিক গুৰুত্ব দিয়ে মুখ্যমন্ত্রীয়ে। সকলো বুথতে নির্দিষ্ট ভোট সৃষ্টি কৰাত মুখ্যমন্ত্ৰীয়ে ভাষণত গুরুত্ব আৰোপ কৰে। সেই সূত্রেই তেওঁ দাবী কৰে যে এইবাৰৰ পঞ্চায়ত নির্বাচনত দলে যি ভাল ফলাফল কৰিব, পাঁচ বছৰৰ পাছত অনুষ্ঠিত হ’বলগীয়া পঞ্চায়ত নির্বাচনত তাতকৈয়ো ভাল ফলাফল কৰিব।

পঞ্চায়ত নিৰ্বাচনৰ ভাল হোৱাৰ অন্তৰালত নির্বাচনটো সুন্দৰভাৱে পৰিচালনা কৰাটোও অন্যতম কাৰণ বুলি মুখ্যমন্ত্ৰীয়ে উল্লেখ কৰে। তেওঁ কয়, ‘কংগ্ৰেছত প্রার্থিত্ব দিয়াৰ নামত মাৰপিট হ’ল। বিজেপিত প্রার্থিত্ব অতি সুন্দৰভাৱে দিয়া হ’ল। প্ৰচাৰো খুব সুন্দৰভাৱে হয়। গোটেই নির্বাচনটো সুন্দৰভাৱে পৰিচালনা হ’ল। ইয়াৰ জৰিয়তে আমাৰ বিধানসভা নিৰ্বাচনৰ আগত এটা ডাঙৰ অভিজ্ঞতা হ’ল। আমি এতিয়া লগে লগে বিটিআৰ নিৰ্বাচনৰ বাবে সাজু হ’ব লাগে। আমাৰ দলৰ নতুন সভাপতিৰ নেতৃত্বত আমি ইমান ভাল ফলাফল পাবলৈ সক্ষম হ’লো। ইয়াৰ পাছত আমি আহি থকা নির্বাচনকেইটাৰ বাবে লগে লগে সাজু হ’ব লাগিব।’

নতুন সভাপতি বুলি দিলীপ শইকীয়াক যথেষ্ট প্রশংসা কৰে মুখ্যমন্ত্ৰীয়ে। আনহাতে, ফলাফল ভাল হোৱাৰ বাবে দলৰ কাকোৱেই অহংকাৰ নকৰিবলৈ তেওঁ আহ্বান জনায়। প্রসংগক্রমে পঞ্চায়ত নিৰ্বাচনৰ দেওবাৰে নিশালৈকে ওলোৱা ফলাফলৰ ভিত্তিত মুখ্যমন্ত্রীয়ে কয় যে জিলা পৰিষদৰ ৩৯৭টা সমষ্টিৰ ভিতৰত বিজেপিয়ে ২৮৩টাত জয়লাভ কৰিছে অথবা অগ্রগতি লাভ কৰিছে। একেদৰে আঞ্চলিক পঞ্চায়তৰো ২,১৯২টা সমষ্টিৰ ফলাফল ঘোষিতবোৰৰ ভিতৰত ৬৯০টাত বিজেপিয়ে জয়লাভ কৰিছে অথবা অগ্রগতি লাভ কৰিছে। কংগ্ৰেছে মাত্র ৫১ টাতহে জয়লাভ কৰিছে অথবা অগ্রগতিত আছে। এই সফলতাৰ মাত্রা কাইলৈ আৰু অধিক বৃদ্ধি হ’ব বুলি আশা প্রকাশ কৰি মুখ্যমন্ত্ৰীয়ে কয়, ‘য়ে দিল মাংগে মৌৰ।’

# অপাৰেছন সিন্দূৰৰ সফলতাক ৰাইজৰ ওচৰলৈ নিব

মুখ্যমন্ত্ৰীয়ে দলৰ সকলো নেতা-কর্মীক ‘অপাৰেছন সিন্দুৰ’ত ভাৰতে লাভ কৰা সফলতাৰ বাৰ্তা ৰাইজৰ ওচৰলৈ লৈ যাবলৈ পৰামৰ্শ দিয়ে। পাকিস্তানৰ লগত ভাৰতে যুদ্ধবিৰতি কৰাক লৈ বিভিন্নজনে নানান বিৰূপ মন্তব্য কৰাৰ ইংগিত কৰি মুখ্যমন্ত্রীয়ে কয় যে পাকিস্তান এখন ব্যৰ্থ ৰাষ্ট্ৰ। কোনে, কেতিয়া দেশখনৰ নেতৃত্ব লয়, কোনেও নাজানে। গতিকে পাকিস্তানে কিবা সিদ্ধান্ত ল’লে বুলিয়েই ভাৰতে ল’ব নোৱাৰে। কাৰণ নৰেন্দ্ৰ মোদী বিশ্বৰ আটাইতকৈ পুৰণি সভ্যতাৰ প্ৰধানমন্ত্ৰী। ভাৰত এনে এক পর্যায়ত থিয় হৈছে, য’ত বেলেগ ৰাষ্ট্ৰই ভাৰতক অনুসৰণ কৰে। গতিকে প্রধানমন্ত্রী মোদীয়ে যি সিদ্ধান্ত লয়, তাক বিশ্বৰ বহু দেশে অনুসৰণ কৰে। গতিকে এই বার্তা সকলো বিজেপি কর্মীয়ে ৰাইজক দিব লাগিব, ৰাইজৰ আগত ক’ব লাগিব বুলি মুখ্যমন্ত্ৰীয়ে পৰামৰ্শ দিয়ে।

# কি ইংগিত দিলীপ শইকীয়াক ?

মুখ্যমন্ত্রীয়ে ভাষণ প্রসংগত ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়াক প্রশংসা কৰি বিশেষ ইংগিতো দিয়ে। অৱশ্যে সেই ইংগিতৰ দ্বাৰা মুখ্যমন্ত্ৰীয়ে কি ক’ব বিচাৰিছে সেয়া সভাত উপস্থিত থকা বহুতৰে বোধগম্য নহ’ল। মুখ্যমন্ত্রীয়ে কয়, ‘আমাৰ দলৰ সভাপতি শইকীয়া আৰু বিধানসভাতো ‘শ’ৰে কিবা এটা হিচাপ-নিকাচ কৰিব লাগিব। দিলীপ শইকীয়া সভাপতি হোৱাৰে পৰা মোৰ মূৰত অংক এটাই খেলা কৰি আছে। আমি এটা অংকত উপনীত হ’ব লাগিব। মই কি ক’ব বিচাৰিছো, এতিয়াই কৈ নিদিওঁ। কোনোবাই হয়তো বুজি পাব।’ আনহাতে, এই ইংগিতপূর্ণ বক্তব্য শুনি দিলীপ শইকীয়াই বহাৰ পৰা থিয় হৈ মুখ্যমন্ত্ৰীক নমস্কাৰ জনায়।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: Against cm himanta viswa sarmaAgpAIUDFAssam panchayat electionBJPCngressCounting of VotesDilip SaikiaResult
publisher

publisher

Related Posts

সৰভোগত নকল সোণৰ নাওঁসহ চাৰি সৰবৰাহকাৰী আটক
News

সৰভোগত নকল সোণৰ নাওঁসহ চাৰি সৰবৰাহকাৰী আটক

April 23, 2026
ৰে’লৰ মুখামুখি সংঘৰ্ষ! গুৰুত্বৰভাৱে আহত ১৭ জন
News

ৰে’লৰ মুখামুখি সংঘৰ্ষ! গুৰুত্বৰভাৱে আহত ১৭ জন

April 23, 2026
পশ্চিম বংগ বিধানসভা নিৰ্বাচনৰ প্ৰথম পৰ্যায়!
India

পশ্চিম বংগ বিধানসভা নিৰ্বাচনৰ প্ৰথম পৰ্যায়!

April 23, 2026
৩০ বছৰ বয়সতে সকলো শেষ ! 
News

৩০ বছৰ বয়সতে সকলো শেষ ! 

April 23, 2026
Basistha Police:বশিষ্ঠ আৰক্ষীৰ জালত চিলনী চোৰ
News

Basistha Police:বশিষ্ঠ আৰক্ষীৰ জালত চিলনী চোৰ

April 23, 2026
Amritpal Singh :ডিব্ৰুগড় কাৰাগাৰাত পুনৰ গ্ৰেপ্তাৰ অমৃতপাল সিঙক
News

Amritpal Singh :ডিব্ৰুগড় কাৰাগাৰাত পুনৰ গ্ৰেপ্তাৰ অমৃতপাল সিঙক

April 23, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

No Result
View All Result

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d