ব্ৰিটিছ প্ৰধানমন্ত্ৰী টেৰেছা মেৰ প্ৰস্তাৱিত তথা সংশোধিত ব্ৰেক্সিট চুক্তি পুনৰ প্ৰত্যাখ্যান কৰিলে বিট্ৰেইনৰ সংসদে।ভাৰতীয় সময় অনুসৰি যোৱা নিশা ব্ৰিটিছ সদনত অনুষ্ঠিত হোৱা ভোটত টেৰেছাৰ ব্ৰেক্সিট প্ৰস্তাৱৰ বিৰুদ্ধে 391 টা ভোট গৃহীত হয় আৰু এই প্ৰস্তাৱ সপক্ষে মাত্ৰ 242 জনেহে ভোট দিয়ে। প্ৰধানমন্ত্ৰী টেৰেছাই দাবী কৰা মতে, ব্ৰেক্সিট চুক্তি সংশোধনৰ বাবে যি সমূহ দাবী উৎত্থাপন হৈছিল সেই অনুসৰি চুক্তিখনৰ সংশোধন ঘটোৱা হৈছিল ।সেয়েহে এইবাৰ এই চুক্তিখনত সংসদে অনুমোদন জনাব বলি টেৰেছাই আশা কৰিছিল । কিন্তু ভোটৰ ফলাফলত প্ৰধানমন্ত্ৰীগৰাকী নিৰাশ হ’ব লগা হয় ।স্মৰ্তব্য যে যোৱা 16 জানুৱাৰীত ব্ৰিটিছ সংসদত টেৰেছাই প্ৰথম ব্ৰেক্সিট চুক্তি দাখিল কৰিছিল । কিন্তু সেইবাৰো তেওঁ শোচনীয়ভাবে পৰাজিত হৈছিল । ব্ৰিটিছ সাংসদ সকলে চুক্তিখনৰ কেতবোৰ গুৰুত্বপূৰ্ণ বিষয় সংশোধন কৰিব’লৈ দাবী কৰি কৈছিল যে অন্যথা চুক্তিখন সদনত গৃহীত নহ’ব.
ব্ৰেক্সিট ভোটত পুনৰ পৰাজয় টেৰেছাৰ
-
By admin
Related Content
তামিলনাডুত নতুন যুগৰ সূচনা!
By
publisher
May 10, 2026
দ্বিতীয়বাৰৰ বাবে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণ কৰিব ড০ হিমন্ত বিশ্ব শৰ্মাই
By
publisher
May 10, 2026
ট্ৰাম্পৰ শুল্ক নীতিত আদালতৰ পুনৰ কোব! ‘অবৈধ’ ঘোষণা ১০% আমদানি কৰ
By
publisher
May 8, 2026
বিজেপি বিধায়কৰ পৰা নীতি আয়োগৰ ভাইচ চেয়াৰমেন
By
publisher
May 8, 2026
মোজাম্বিক LNG প্ৰকল্পত পুনৰ গতি: ইন্ধন সুৰক্ষাৰ দিশে ভাৰতৰ বৃহৎ কৌশলগত পদক্ষেপ
By
publisher
May 8, 2026
অস্ত্ৰত আত্মনিৰ্ভৰ ভাৰত, কিন্তু শিক্ষাত শোচনীয় ছবি!
By
publisher
May 8, 2026