মাৰ্কিন মহাকাশ গৱেষণা সংস্হা নাছাই মঙললৈ প্ৰথম মহাকাশচাৰী হিচাপে মহিলাক প্ৰেৰণ কৰিব’লৈ সিদ্ধান্ত লৈছে ।নাছাৰ সঞ্চালক জিম ব্ৰাইডেনষ্টাইনে এই কথা প্ৰকাশ কৰি জনোৱা মতে, মহাকাশ গৱেষণা কেন্দ্ৰটোৰ মঙল অভিযানৰ পৰিকল্পনাত মহিলা সবাতোকৈ আগত আছে। মঙল গ্ৰহৰ লগতে চন্দ্ৰলৈকো মহিলা মহাকাশ যাত্ৰীক প্ৰেৰণ কৰাৰ পৰিকল্পনা নাছাই গ্ৰহণ কৰা বুলি জিমে জানিবলৈ দিয়ে । উল্লেখ্য যে মাৰ্কিন মহাকাশ গৱেষণা কেন্দ্ৰটোত সম্প্ৰতি 34 শতাংশ মহিলা কৰ্মৰত হৈ আছে । 1978 ত নাছাত প্ৰথমবাৰ ছগৰাকী মহিলাক নিযুক্তি দিয়া হৈছিল ।
মঙললৈ প্ৰথম মহাকাশচাৰী হিচাপে মহিলাক প্ৰেৰণ কৰিব নাছাই
-
By admin

- Categories: science
Related Content
NEW CHAIRMAN OF ISRO: ইছৰ'ৰ নতুন অধ্যক্ষ ভি নাৰায়ণন
By
publisher
January 8, 2025
এতিয়াৰ পৰা ফ্লিপকাৰ্টত সামগ্ৰী কেনচেল কৰোতে সাৱধান, ভৰিব লাগিব অতিৰিক্ত ধন
By
publisher
December 15, 2024
Human Carrying Drone: দ্বাদশ শ্ৰেণীৰ ছাত্ৰই নিৰ্মাণ কৰিলে মানুহ কঢ়িওৱা ড্ৰোণ
By
publisher
December 4, 2024
Albert Einstein : এলবাৰ্ট আইনষ্টাইনৰ কাহিনীয়ে আপোনাকো যোগাব উৎসাহ :-
By
publisher
January 1, 2023
26 SEPTEMBER:২৬ ছেপ্টেম্বৰত মহাকাশত দেখা যাব মহাজাগতিক বিস্ময় : নাছা
By
publisher
September 18, 2022
উত্তৰ-পূবৰ একমাত্ৰ মহিলা হিচাপে স্থান লাভ ইছৰ'ত
By
publisher
December 22, 2021