Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    বলিৰূপে আগবঢ়োৱা ম’হৰ ৰক্তপান কৰিবলৈ সাজু কপিকুল: নৱমীত চাৰিটা ম’হ বলি

    নিষেধাজ্ঞাৰ মাজতে ‘তিৰংগা উড়াও’ কাৰ্যসূচী, অভিজিৎ দীপকেৰ বাসগৃহত আৰক্ষীৰ অভিযান

    বিৰোধীৰ হেঁচা! নিৰ্বাচন আয়োগৰ পুনৰ বৃহৎ সিদ্ধান্ত, ২৪ ঘণ্টাত দ্বিতীয়বাৰৰ বাবে

    ‘তিৰংগা উড়াও’ কাৰ্যসূচীক লৈ দিল্লীত কটকটীয়া নিৰাপত্তা, নিয়োগ ৩২ হেজাৰ নিৰাপত্তাৰক্ষী

    ১৪০ কোটি টকাৰ সোণৰ গহনাৰে সজ্জিত মূর্তি, শিলিগুৰি পূজাত এক আকর্ষণীয় থিম

    ডিগবৈ লক্ষীপথাৰত পথ নিৰ্মাণত ব্যাপক দুৰ্নীতিৰ অভিযোগ

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    বিজয় সালগাঁওকাৰৰ বক্স অফিচ মেজিক: দৃশ্যম ৩ৰ দ্বিতীয় শনিবাৰে ধুমুহাৰ সৃষ্টি, সিংহাম এগেইনৰ অভিলেখ ভংগ

    AI-ৰ নিৰ্মিত বিভ্ৰান্তিকৰ-আপত্তিজনক কনটেণ্ট আঁতৰোৱাৰ দাবীত দিল্লী উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ কংগনা ৰনৌত

    নানা পাটেকৰৰ বিয়োগত শোকস্তব্ধ বিনোদন জগত

    মৃত্যুৰ মাত্ৰ চাৰি দিন পূৰ্বে মঞ্চত নানা পাটেকৰ, কৈছিল—‘এদিন সকলোৱেই গুচি যাব লাগিব…’

    বক্স অফিচত মুক্তিৰ দিনাই চমক ‘দৃশ্যম-৩’ৰঃ ৫০ কোটি টকাৰ ব্যৱসায়

    সুশান্তৰ ভৰি ভঙা আছিল, চকুত আছিল আঘাতৰ চিন: ভগ্নীৰ দাবী

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    কোঠাত প্ৰৱেশৰ লগে লগে পাহৰি যায় কি প্রয়োজনত আহিছিল

    শেৱালি ফুলৰো আছে ঔষধি গুণ

    শেৱালি ফুলৰো আছে ঔষধি গুণ

    গেছ চিলিণ্ডাৰ কিনিবলৈ ৬০০ টকালৈকে মাইক্র’ লোন, ১০০ টকাকৈ সাপ্তাহিক কিস্তি

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    হাতৰ জোৰাৰ ক’লা দাগ

    হাতৰ জোৰাৰ ক’লা দাগ

    শ্বেয়াৰ বজাৰত বিনিয়োগ: বিনিয়োগকাৰীক পৰামৰ্শ দিব এইটো ম’বাইল এপে

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

উত্তৰ-পূবৰ একমাত্ৰ মহিলা হিচাপে স্থান লাভ ইছৰ’ত

publisher by publisher
December 22, 2021
in Assam, India, News, science
Reading Time: 1 min read
0
উত্তৰ-পূবৰ একমাত্ৰ মহিলা হিচাপে স্থান লাভ ইছৰ’ত
6
SHARES
57
VIEWS
ShareShareShareShare

RelatedPosts

ISROয়ে গঢ়িলে আন এক অভিলেখ

ন মাহত দুবাৰ ব্যৰ্থতাৰ কাৰণ কি?

উৎক্ষেপণৰ মাজতে যান্ত্ৰিক ত্ৰুটি!

বছৰটোৰ অন্তিমটো পষেকত নগাঁও জিলাবাসীলৈ এক সুখবৰ । জিলাখনৰ জুৰীয়া অঞ্চলৰ এগৰাকী কন্যাই ভাৰতীয় মহাকাশ গৱেষণা সংস্থা (ইছৰ’)ত বিজ্ঞানী হিচাপে নিযুক্তি লাভ কৰাৰ খবৰে অসমৰ লগতে নগাঁও জিলাবাসীক গৰ্বিত কৰিছে । জুৰীয়াৰ সমীপৰ মাহেৰীপাৰ নিবাসী আবুল কালাম আজাদ আৰু মঞ্জিলা বেগমৰ কন্যা তথা বৰ্তমান বঙাইগাঁও জিলাৰ অভয়াপুৰী অঞ্চলৰ বোৱাৰী নাজনিন ইয়াচমিনে অন্ধ্ৰপ্ৰদেশৰ শ্ৰীহৰিকোটাস্থ ভাৰতীয় মহাকাশ গৱেষণা সংস্থাৰ মুখ্য কাৰ্যালয়ত বিজ্ঞানীৰূপে নিযুক্তিপত্ৰ লাভ কৰিছে ।

ADVERTISEMENT

উল্লেখ্য যে শিক্ষাৰ ক্ষেত্ৰত সৰুৰে পৰা অতি আগ্ৰহ আৰু একাগ্ৰতা থকা নাজনিন ইয়াচমিনে জুৰীয়া নুৰুদ্দিন ফুৰকানীয়া জে বি স্কুলত প্ৰাথমিক শিক্ষা লাভ কৰা স্থানীয় কদমণি টাউন হাইস্কুলৰ পৰা ২০০৭ত মেট্ৰিকত সফলতাৰে উত্তীৰ্ণ হয় । পাছত গুৱাহাটীৰ ‌নিটজ মিৰ্জা কলেজৰ পৰা ২০১৩ত ইলেক্ট্ৰনিক বিষয়ত বিটেক আৰু ২০১৬ত তেজপুৰ বিশ্ববিদ্যালয়ৰ পৰা প্ৰথম বিভাগত এমটেক ডিগ্ৰী লাভ কৰে ।

বিজ্ঞান বিষয়ক বিভিন্ন ব্যক্তিগত অনুষ্ঠান-প্ৰতিষ্ঠানত কাম কৰাৰ সমান্তৰালভাৱে তেওঁ ২০১৮তে বিশ্ববিদ্যালয়ৰ অনুদান আয়োগৰ অধীনত ৰাষ্ট্ৰীয় যোগ্যতা পৰীক্ষাৰ লগতে ভাৰত চৰকাৰৰ জুনিয়ৰ ৰিচাৰ্ছ ফেলশ্বিপৰ যোগ্যতাও লাভ কৰি থৈছে । ৰাষ্ট্ৰীয় পৰ্যায়ত যোৱা বৰ্ষতে অনুষ্ঠিত অতিকৈ কঠিন বাছনি পৰীক্ষাত অৱতীৰ্ণ হোৱাৰ পাছত অলপতে ঘোষিত ফলাফলত নাজনিন ইয়াচমিন হ’ল উত্তৰ-পূৰ্বাঞ্চলৰ একমাত্ৰ বিজ্ঞানী হিচাপে এইবাৰ ভাৰতীয় মহাকাশ গৱেষণা সংস্থাত নিযুক্তি লাভ কৰিছে ।

ভাৰত চৰকাৰৰ মহাকাশ বিভাগৰ নিৰ্দেশ অনুসৰি, অহা ৩০ ডিচেম্বৰৰ পূৰ্বে ইছৰ’ৰ মুখ্য কাৰ্যালয়ত আনুষ্ঠানিকভাৱে যোগদান লাভ কৰিব বুলি জানিবলৈ দি ইয়াচমিনে সংবাদ মাধ্যমৰ আগত নিজৰ সফলতাৰ প্ৰথম প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয়, ‘ধৈৰ্য আৰু একাগ্ৰতা থাকিলে সকলো ক্ষেত্ৰতে সফলতাৰ উচ্চ শিখৰত উঠিব পাৰি । সফলতা লাভৰ ক্ষেত্ৰত কোনো প্ৰত্যাহ্বান হেঙাৰ হ’ব নোৱাৰে ।’ সৰুৰে পৰা এগৰাকী বিজ্ঞানী হোৱাৰ আশা পুহি ৰখা ইয়াচমিনে ভাৰতৰ প্ৰথম মহিলা মহাকাশচাৰী কল্পনা চাওলাৰ সফলতাই বহু অনুপ্ৰেৰণা যোগাইছিল বুলি প্ৰকাশ কৰে । তেওঁ নৱ প্ৰজন্মক নিজকে দুৰ্বল বুলি নাভাবি অধ্যৱসায়ৰ জৰিয়তে দেশৰ আগশাৰীৰ প্ৰতিষ্ঠানত স্থান লাভৰ নিজকে প্ৰস্তুত কৰি তুলিবলৈ আহ্বান জনায় ।

এই প্ৰসংগত তেওঁ কয় যে মিছাইল মেনৰূপে পৰিচিত প্ৰাক্তন ৰাষ্ট্ৰপতি ড° এ পি জে আবুল কালামো এগৰাকী অতি দৰিদ্ৰ পৰিয়ালৰ লোক আছিল । অসমক বিজ্ঞান আৰু প্ৰযুক্তিৰ ক্ষেত্ৰত আগুৱাই নিবলৈ নিজৰ কৰ্মক্ষেত্ৰৰ জৰিয়তে কিছু কাম কৰা আগ্ৰহো প্ৰকাশ কৰিছে । তেওঁৰ ভৱিষ্যতে আমেৰিকাৰ মহাকাশ প্ৰতিষ্ঠান নাছাত কাম কৰাৰ মন । সফলতাৰ আঁৰত তেওঁৰ ‌পিতৃ-মাতৃ, শিক্ষক-শিক্ষয়িত্ৰীৰ লগতে ৰাজস্থানত কৰ্মৰত অভিযন্তা স্বামী সাহিদুল ইছলামক কৃতজ্ঞতা জনাব বিচাৰে । এনে বিৰল সফলতাৰ কথা ছ’চিয়েল মিডিয়াত ভাইৰেল হোৱাৰ পাছত বৰ্তমান নগাঁও চহৰৰ ভাড়াঘৰত থকা নাজনিন ইয়াচমিনৰ লগতে পৰিয়ালবৰ্গক বিভিন্ন দল-সংগঠনে সাক্ষাৎ কৰি আদৰণি জনোৱা পৰিলক্ষিত হয় ।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: ISRONazneen Yasmin
publisher

publisher

Related Posts

চিকিৎসাধীন ভোগেশ্বৰ বৰুৱাৰ স্বাস্থ্যৰ বুজ ল’লে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে
Assam

October 16, 2026
বলিৰূপে আগবঢ়োৱা ম’হৰ ৰক্তপান কৰিবলৈ সাজু কপিকুল: নৱমীত চাৰিটা ম’হ বলি
Assam

বলিৰূপে আগবঢ়োৱা ম’হৰ ৰক্তপান কৰিবলৈ সাজু কপিকুল: নৱমীত চাৰিটা ম’হ বলি

October 16, 2026
নিষেধাজ্ঞাৰ মাজতে ‘তিৰংগা উড়াও’ কাৰ্যসূচী, অভিজিৎ দীপকেৰ বাসগৃহত আৰক্ষীৰ অভিযান
India

নিষেধাজ্ঞাৰ মাজতে ‘তিৰংগা উড়াও’ কাৰ্যসূচী, অভিজিৎ দীপকেৰ বাসগৃহত আৰক্ষীৰ অভিযান

October 16, 2026
বিৰোধীৰ হেঁচা! নিৰ্বাচন আয়োগৰ পুনৰ বৃহৎ সিদ্ধান্ত, ২৪ ঘণ্টাত দ্বিতীয়বাৰৰ বাবে
India

বিৰোধীৰ হেঁচা! নিৰ্বাচন আয়োগৰ পুনৰ বৃহৎ সিদ্ধান্ত, ২৪ ঘণ্টাত দ্বিতীয়বাৰৰ বাবে

October 16, 2026
‘তিৰংগা উড়াও’ কাৰ্যসূচীক লৈ দিল্লীত কটকটীয়া নিৰাপত্তা, নিয়োগ ৩২ হেজাৰ নিৰাপত্তাৰক্ষী
India

‘তিৰংগা উড়াও’ কাৰ্যসূচীক লৈ দিল্লীত কটকটীয়া নিৰাপত্তা, নিয়োগ ৩২ হেজাৰ নিৰাপত্তাৰক্ষী

October 16, 2026
১৪০ কোটি টকাৰ সোণৰ গহনাৰে সজ্জিত মূর্তি, শিলিগুৰি পূজাত এক আকর্ষণীয় থিম
India

১৪০ কোটি টকাৰ সোণৰ গহনাৰে সজ্জিত মূর্তি, শিলিগুৰি পূজাত এক আকর্ষণীয় থিম

October 16, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d