Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    বানপীড়িতৰ সাহায্যৰ দাবীত প্ৰতিবাদ, আটক ৰাইজৰ দলৰ যুৱ নেত্ৰী জ্ঞানশ্ৰী বৰা

    দেশৰ বিভিন্ন স্থানত এক নতুন ধৰণৰ সংক্ৰমণ বৃদ্ধি

    ১০১ বছৰীয়া শিক্ষক গোবিন্দ দেৱ গোস্বামীক ৰাজ্যপালৰ ‘বৰিষ্ঠ নাগৰিক সন্মান ‘

    অসুস্থ ‘অৰণ্য মানৱ’ যাদৱ পায়েং, JMCHত স্বাস্থ্যৰ বুজ ল’লে বনমন্ত্ৰীয়ে

    অসম-মহাৰাষ্ট্ৰৰ কণ্ঠক ঐক্যৱদ্ধ কৰিলে: দেৱ গোস্বামী

    শিল-গছসহ পাহাৰৰ বৃহৎ অংশ খহি পুতিলে তেল ডিপ’, ক্ষতিগ্রস্ত বাহন

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    সুশান্তৰ ভৰি ভঙা আছিল, চকুত আছিল আঘাতৰ চিন: ভগ্নীৰ দাবী

    ‘পাকিস্তান জিন্দাবাদ’ ধ্বনি দি বিতৰ্কত আয়ুষ্মান: অৱশেষত মুখ খুলিলে অভিনেতাই

    পুনৰ আহিব আৰিয়ান খানৰ ‘দ্য বেছ অৱ বলিউদ ২’

    কৰীনাই ক্ৰেচ ডায়েট ভাল নাপায়, টাইমুৰৰ জন্মৰ পিছত কেনেকৈ কমি গ’ল অভিনেত্ৰীগৰাকীৰ ওজন?

    এবছৰত ২৫০০ কোটি টকাৰ লোকচান শ্বাহৰুখৰ

    এবছৰত ২৫০০ কোটি টকাৰ লোকচান শ্বাহৰুখৰ

    শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!

    শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    হাতৰ জোৰাৰ ক’লা দাগ

    হাতৰ জোৰাৰ ক’লা দাগ

    শ্বেয়াৰ বজাৰত বিনিয়োগ: বিনিয়োগকাৰীক পৰামৰ্শ দিব এইটো ম’বাইল এপে

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    মানসিক চাপে মনটোৱেই নহয়, শৰীৰতো যথেষ্ট প্ৰভাৱ পেলায়

    বান্দৰতকৈ কম নিদ্রাতো পৃথিৱীৰ লেকাম মানুহৰ হাতত!

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home science

Albert Einstein : এলবাৰ্ট আইনষ্টাইনৰ কাহিনীয়ে আপোনাকো যোগাব উৎসাহ :-

publisher by publisher
January 1, 2023
in International, science
Reading Time: 3 mins read
0
Albert Einstein : এলবাৰ্ট আইনষ্টাইনৰ কাহিনীয়ে আপোনাকো যোগাব উৎসাহ :-
23
SHARES
228
VIEWS
ShareShareShareShare

RelatedPosts

NASA discovers the smallest planet in the universe:বিশ্বব্ৰহ্মাণ্ডৰ সৰ্বকনিষ্ঠ গ্ৰহৰ সন্ধান লাভ ‘নাছা’ৰ

ISROয়ে গঢ়িলে আন এক অভিলেখ

Plastic biskut:ক্ষুধা নিবাৰণ কৰিব প্লাষ্টিকৰ বিস্কুটে !

Albert Einstein :

নোবেল বঁটা বিজয়ী পদাৰ্থ বিজ্ঞানী এলবাৰ্ট আইনষ্টাইন । তেওঁৰ মগজু ইমানেই তীক্ষ্ন আছিল যে, মৃত্যুৰ পাছত তেওঁৰ মগজু চুৰি কৰা হৈছিল ।

ADVERTISEMENT

তেওঁৰ আপেক্ষিকতা সূত্ৰ তথা বিশ্বৰ আটাইতকৈ বিখ্যাত সমীকৰণ E=MC square ৰ বাবে তেওঁ বিশ্বখ্যাত হৈ পৰিছিল । যি সূত্ৰ প্ৰতিবছৰে লাখ লাখ শিক্ষাৰ্থীয়ে শিকি আহিছে । ” থিয়ৰী অৱ ৰিলেটিভিটি ” ৰ ওপৰতো তেওঁ বছৰ বছৰ ধৰি কাম কৰি আহিছিল ।

তেওঁ কেৱল আপেক্ষিকতা সূত্ৰৰ বাবেই বিখ্যাত নহয় । তেওঁ মানুহক শিকাই থৈ গৈছে যে মানুহে কেনেকৈ কঠোৰ পৰিশ্ৰম কৰিব লাগে তথা দৃঢ় সংকল্পই যে মানুহৰ লক্ষ্যপ্ৰাপ্তি কৰে ।

লক্ষ্যপ্ৰাপ্তিৰ পথত তেওঁৰ জীৱনলৈও বহু বাধা আহিছিল । কিন্তু সকলো বাধা অতিক্ৰম কৰি তেওঁ সফল হৈছিল । আচলতে সফল হ’বলৈ মানুহে কিছুমান নিয়ম অনুকৰণ কৰিব লাগে ।

আইনষ্টাইনৰ জন্ম হৈছিল বৈদ্যুতিক ব্লাৱ আৱিষ্কাৰৰ পাছত । চাৰি বছৰ বয়সৰলৈকে তেওঁ কথা ক’ব পৰা নাছিল । চিকিৎসকে কৈছিল তেওঁৰ মগজুটো সাধাৰণ লোকৰ মস্তিষ্কতকৈ ডাঙৰ ।

এই কথা শুনি পিতৃ-মাতৃৰ ভয় হৈছিল যে , তেওঁৰ বুদ্ধিহীন হ’ব বুলি । যাৰবাবে তেওঁ পিতৃ-মাতৃৰ পৰা বহু কটু বাক্য শুনিবলগীয়া হৈছিল ।

আনকি স্কুলীয়া জীৱনতো তেওঁ কোনো প্ৰতিভাৰ বিকাশ কৰিব পৰা নাছিল । বাকী বিষয়ৰ বাদে কেৱল গণিত আৰু বিজ্ঞানতেই তেওঁ বুদ্ধিৰ পৰিচয় দিব পাৰিছিল ।

বিদ্যালয়ত নামভৰ্তি কৰাৰ সময়ত তেওঁক তেওঁৰ পিতৃয়ে এটা কম্পাচ দিছিল । যাৰবাবে তেওঁৰ বিজ্ঞানৰ প্ৰতি আগ্ৰহ বাঢ়িছিল । তেওঁৰ মনত কৌতূহল হৈছিল যে, মহাবিশ্বই কিদৰে কাম কৰে ?

ইয়াৰপাছতো এই মেধাসম্পন্ন ব্যক্তিজনে সাধাৰণ ডিগ্ৰী পাছ কৰি এটা সৰু চাকৰি যোগাৰ কৰিব পাৰিছিল যদিও অৱশেষত তেওঁ সৰ্বকালৰ শ্ৰেষ্ঠ বিজ্ঞানী হিচাপে পৰিচয় লাভ কৰিবলৈ সক্ষম হৈছিল ।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: Albert EinsteinISRONASA
publisher

publisher

Related Posts

কি কি ক্ষেত্ৰত নাই কৃত্রিম বুদ্ধিমত্তাৰ ‘দাদাগিৰি’!
International

October 3, 2026
‘ফ্লাইডুবাই’ৰ আহত ভাৰতীয় পাইলট স্মিতৰ স’তে মোদীৰ ভিডিঅ’ কল, সাহসিকতাৰ প্ৰশংসা প্ৰধানমন্ত্ৰীৰ
International

‘ফ্লাইডুবাই’ৰ আহত ভাৰতীয় পাইলট স্মিতৰ স’তে মোদীৰ ভিডিঅ’ কল, সাহসিকতাৰ প্ৰশংসা প্ৰধানমন্ত্ৰীৰ

October 2, 2026
মোদীৰ নিৰপেক্ষ স্থিতিৰ প্ৰশংসা পুটিনৰ, ইউক্ৰেইন সংঘাতক লৈ ভাৰতৰ ভূমিকাক জনালে সন্মান
International

মোদীৰ নিৰপেক্ষ স্থিতিৰ প্ৰশংসা পুটিনৰ, ইউক্ৰেইন সংঘাতক লৈ ভাৰতৰ ভূমিকাক জনালে সন্মান

October 2, 2026
ৰাছিয়াত ব্যাপক হাৰত বন্ধ হৈছে চৰকাৰী স্কুল
International

ৰাছিয়াত ব্যাপক হাৰত বন্ধ হৈছে চৰকাৰী স্কুল

October 2, 2026
আইফেল টাৱাৰৰ মুৰব্বীৰ পদত্যাগৰ যো-জা
International

আইফেল টাৱাৰৰ মুৰব্বীৰ পদত্যাগৰ যো-জা

October 2, 2026
আমেৰিকা যোৱাৰ সপোন, ইথিওপিয়াত অপহৰণ তিনি ভাৰতীয়ৰ; ১ কোটি টকা মুক্তিপণ দাবী
International

আমেৰিকা যোৱাৰ সপোন, ইথিওপিয়াত অপহৰণ তিনি ভাৰতীয়ৰ; ১ কোটি টকা মুক্তিপণ দাবী

September 29, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d