আগন্তুক লোকসভা নিৰ্ব্বাচনত ৰাজ্যত বিজেপি চাৰিখন আৰু এ আই ইউ ডি এফে দুখন আসন লাভ কৰাৰ সম্ভাৱনা আছে । জ্যোতিষীৰ গণনাত এনে এক ফলাফলৰ আশা কৰা হৈছে । অগপৰ জন্মলগ্নতে শনি সংযুক্ত হৈ থকাৰ বাবেই দলটোৱে ভুল সিদ্ধান্ত লৈ আহিছে । কিন্তু বৰ্তমান অগপই বিজেপিৰে মিত্ৰতা কৰাত দলটোৱে দুখন আসন লাভ কৰাৰ সম্ভাৱনা থকাৰ লগতে বিজেপিয়ে পূৰ্বে ছখন আসন লাভৰ সম্ভাৱনা আঠখনলৈ বৃদ্ধি পাইছে মিত্ৰতাৰ বাবেই ।তেজপুৰৰ বাণথিয়েটাৰত অহা 30 আৰু 31 মাৰ্চত অনুষ্ঠিত হ’ব ৰাষ্ট্ৰীয় জ্যোতিষ সন্মিলন। দেশ-বিদেশৰ জ্যোতিষ বিজ্ঞানী তথা শিক্ষাবিদে অংশ গ্ৰহণ কৰিবলগীয়া এই অধিৱেশনখনৰ অন্যতম আয়োজক সদৌ অসম জ্যোতিষ শাস্ত্ৰ আৰু আধ্যাত্মিক পৰিষদ আৰু তেজপুৰ এষ্ট্ৰ’ মেডিকেল ৰিচাৰ্ছ প্ৰজেক্টৰ দ্বাৰা শোণিতপুৰ জাৰ্নেলিষ্ট ইউনিয়ণত অনুষ্ঠিত হোৱা সংবাদমেলৰ পাছতে আগন্তুক লোকসভা নিৰ্ব্বাচন সন্দৰ্ভত একাধিক ভৱিষ্যৎ বাণী কৰে।
লোকসভা নিৰ্ব্বাচন সন্দৰ্ভত জ্যোতিষীৰ গণনা
-
By admin

- Categories: News
- Tags: AssamLoksabha Election
Related Content
সৰভোগত নকল সোণৰ নাওঁসহ চাৰি সৰবৰাহকাৰী আটক
By
publisher
April 23, 2026
ৰে’লৰ মুখামুখি সংঘৰ্ষ! গুৰুত্বৰভাৱে আহত ১৭ জন
By
publisher
April 23, 2026
পশ্চিম বংগ বিধানসভা নিৰ্বাচনৰ প্ৰথম পৰ্যায়!
By
publisher
April 23, 2026
৩০ বছৰ বয়সতে সকলো শেষ !
By
publisher
April 23, 2026
Basistha Police:বশিষ্ঠ আৰক্ষীৰ জালত চিলনী চোৰ
By
publisher
April 23, 2026
Amritpal Singh :ডিব্ৰুগড় কাৰাগাৰাত পুনৰ গ্ৰেপ্তাৰ অমৃতপাল সিঙক
By
publisher
April 23, 2026