শৰাইঘাটৰ পুৰণি দলঙৰ অবস্থা শোচনীয় । দলঙখন মেৰামতিৰ পূৰ্বে নতুন দলঙৰ যানজট পৰীক্ষাৰ বাবে 15 মাৰ্চৰ পুৱা ছয় বজাৰ পৰা বন্ধ ৰাখিব পুৰণি দলঙৰ যাতায়ত । শৰাইঘাটৰ নতুন দলঙেৰে সকলো বাহনৰ প্ৰৱেশ- প্ৰস্হান হ’ব। আজি কামৰূপ প্ৰশাসনৰ তৰফৰ পৰা এই কথা সদৰী কৰে। উল্লেখ্য যে প্ৰায় দুমাহ পূৰ্বৰে পৰা পুৰণি দলঙৰ কেইবা ঠাইতো দলঙৰ অংশ দুৰ্বল হোৱাত দলঙ তদাৰকী কৃতপক্ষই লোৰ প্লেট বহুৱাই যাতায়ত অব্যাহত ৰখাৰ পাছত কামৰূপ প্ৰশাসনে এই সিদ্ধান্ত ললে । অবশ্যে কিমান দিন দলঙৰ মেৰামতি হব সেয়া নিশ্চিত কৰা নাই ।
শুকুৰবাৰৰ পুৱা ছয় বজাৰ পৰা শৰাইঘাটৰ পুৰণি দলঙ বন্ধ
-
By admin
- Categories: News
Related Content
WB :'দিদি'ক ধৰাসায়ী কৰি দুশতাধিক আসন লাভেৰে বিজেপিৰ গেৰুৱা পতাকা উৰিল বংগত
By
publisher
May 5, 2026
Hagrama Mohilary:দিছপুৰত মুখ্যমন্ত্ৰী ড: হিমন্ত বিশ্ব শৰ্মাক সাক্ষাৎ হাগ্ৰামা মহিলাৰীৰ
By
publisher
May 5, 2026
NDA scores hat-trick in Assam:অসমত ১০২ আসনেৰে হেট্রিক এনডিএৰ
By
publisher
May 5, 2026
উজনি অসমত বিৰোধীৰ ব্যাপক পৰাজয়ৰ মাজতো শিৱসাগৰত অখিল গগৈৰ জয়লাভ
By
publisher
May 4, 2026