অসমত বিজেপিৰ চৰ্চিত প্ৰাৰ্থী তালিকাক লৈ দলৰ ভিতৰত প্ৰতিক্ৰিয়া সৃষ্টিৰ লগতে ৰাষ্ট্ৰীয় স্বয়ং সেৱক সংঘ অসন্তুষ্ট হৈছে। তেজপুৰ সমষ্টিক লৈ অধিক হৈছে এই অসন্তুষ্টি। সমষ্টিৰ সাংসদ ৰাম প্ৰসাদ শৰ্মাৰ নাম ৰাজ্যিক বাছনি কমিটিয়ে পেনেলত অন্তৰ্ভুক্তি নকৰাত এই পৰিস্থিতিৰ সৃষ্টি হৈছে। অথচ বাকী সকল সাংসদৰ নাম নিজ সমষ্টিৰ পেনেলত অন্তৰ্ভুক্ত হৈছে। তেজপুৰত কেৱল মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নাম অন্তৰ্ভুক্ত কৰা হয়। ইয়াকে লৈ দল আৰু সংঘৰ মাজত ক্ষোভৰ সৃষ্টি হৈছে।
আজি বিজেপিৰ প্ৰাৰ্থী তালিকা প্ৰকাশৰ সম্ভাৱনা
-
By publisher

- Categories: News, Politics
- Tags: Assam BJPLoksabha ElectionRSS
Related Content
Minister Atul Bora:গোলাঘাট জিলাৰ অৰুণোদয়-৩.০ৰ সফল ৰূপায়ণৰ সন্দৰ্ভত দুই মন্ত্ৰীৰ বৈঠক
By
publisher
February 22, 2025
State Bjp SpL Meeting:ঝুমইৰ বিনন্দিনী' অনুষ্ঠান আৰু এডভাণ্টেজ আছাম ২.o প্ৰস্তুতি সন্দৰ্ভত ৰাজ্যক বিজেপিৰ বিশেষ প্ৰস্তুতি সভা
By
publisher
February 22, 2025
App Assam Pressmeet:প্ৰধানমন্ত্ৰীৰ অসম ভ্ৰমণক লৈ 'আপ'ৰ প্ৰতিক্ৰিয়া
By
publisher
February 22, 2025
Farah Khan:হোলি চাপ্ৰীৰ উৎসৱ’, ফাৰহাৰ মন্তব্যত ধর্মীয় আৱেগত আঘাতৰ অভিযোগ, দাখিল এফআইআৰ
By
publisher
February 22, 2025
New Mega City: এটা অট্টালিকাত নিৰ্মাণ কৰা হৈছে এখন পূৰ্ণাংগ চহৰ !
By
publisher
February 22, 2025