অসমত বিজেপিৰ চৰ্চিত প্ৰাৰ্থী তালিকাক লৈ দলৰ ভিতৰত প্ৰতিক্ৰিয়া সৃষ্টিৰ লগতে ৰাষ্ট্ৰীয় স্বয়ং সেৱক সংঘ অসন্তুষ্ট হৈছে। তেজপুৰ সমষ্টিক লৈ অধিক হৈছে এই অসন্তুষ্টি। সমষ্টিৰ সাংসদ ৰাম প্ৰসাদ শৰ্মাৰ নাম ৰাজ্যিক বাছনি কমিটিয়ে পেনেলত অন্তৰ্ভুক্তি নকৰাত এই পৰিস্থিতিৰ সৃষ্টি হৈছে। অথচ বাকী সকল সাংসদৰ নাম নিজ সমষ্টিৰ পেনেলত অন্তৰ্ভুক্ত হৈছে। তেজপুৰত কেৱল মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নাম অন্তৰ্ভুক্ত কৰা হয়। ইয়াকে লৈ দল আৰু সংঘৰ মাজত ক্ষোভৰ সৃষ্টি হৈছে।
আজি বিজেপিৰ প্ৰাৰ্থী তালিকা প্ৰকাশৰ সম্ভাৱনা
-
By publisher

- Categories: News, Politics
- Tags: Assam BJPLoksabha ElectionRSS
Related Content
তামিলনাডুত নতুন যুগৰ সূচনা!
By
publisher
May 10, 2026
দ্বিতীয়বাৰৰ বাবে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণ কৰিব ড০ হিমন্ত বিশ্ব শৰ্মাই
By
publisher
May 10, 2026
ট্ৰাম্পৰ শুল্ক নীতিত আদালতৰ পুনৰ কোব! ‘অবৈধ’ ঘোষণা ১০% আমদানি কৰ
By
publisher
May 8, 2026
বিজেপি বিধায়কৰ পৰা নীতি আয়োগৰ ভাইচ চেয়াৰমেন
By
publisher
May 8, 2026
মোজাম্বিক LNG প্ৰকল্পত পুনৰ গতি: ইন্ধন সুৰক্ষাৰ দিশে ভাৰতৰ বৃহৎ কৌশলগত পদক্ষেপ
By
publisher
May 8, 2026
অস্ত্ৰত আত্মনিৰ্ভৰ ভাৰত, কিন্তু শিক্ষাত শোচনীয় ছবি!
By
publisher
May 8, 2026