আগন্তুক লোকসভা নিৰ্বাচনৰ বাবে কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ে অসমলৈ প্ৰেৰণ কৰিছে নিৰাপত্তা বাহিনীৰ অতিৰিক্ত ৩৩টা কোম্পানী। ইয়াৰ অধিকাংশ ৰাজ্যত উপস্থিত হৈছে। এই কথা প্ৰকাশ কৰিছে ৰাজ্যৰ মুখ্য নিৰ্বাচনী বিষয়া মুকেশ চাহুয়ে। তেওঁ কয় যে কেন্দ্ৰীয় গৃহ বিভাগে এই পৰ্যন্ত ৩৩টা কেন্দ্ৰীয় বাহিনী আবন্টন দিছে। প্ৰয়োজন হলে অধিক বাহিনী প্ৰেৰণ কৰিব।
নিৰ্বাচনৰ বাবে অসমলৈ ৩৩টা কেন্দ্ৰীয় নিৰাপত্তা বাহিনী প্ৰেৰণ
-
By publisher

- Categories: News
- Tags: AssamChief Election Officer AssamLoksabha ElectionMukesh Sahu
Related Content
উচ্চতৰ মাধ্যমিকৰ উন্নত ফলাফল স্বতেও মৰাণৰ এটি পৰিয়ালত শোকৰ বন্যা
By
publisher
April 28, 2026
Sonam Raghuvanshi's bail:দেশ কঁপোৱা হানীমুন মাৰ্ডাৰ কেচৰ অভিযুক্ত স্বামীহন্তা সোনম ৰঘুবংশীৰ জামিন
By
publisher
April 28, 2026
Moran HS Result : উচ্চতৰ মাধ্যমিকৰ উন্নত ফলাফল স্বতেও মৰাণৰ এটি পৰিয়ালত শোকৰ বন্যা
By
publisher
April 28, 2026
ছিকিমত কিশোৰ-কিশোৰীৰ স'তে ফুটবল খেলিলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে
By
publisher
April 28, 2026
Artificial Flood in China:কৃত্ৰিম বানত ডুবিল চীনৰ বাণিজ্যিক চহৰ গুৱাংচি
By
publisher
April 28, 2026
উত্তৰপ্ৰদেশত আৰক্ষী ব্যৱস্থা শক্তিশালীকৰণত বৃহৎ পদক্ষেপ
By
publisher
April 28, 2026