বাংগালুৰুৰ এখন বিলাসী হোটেলত বাহৰ পাতি 4•5 টকাৰ বিল আদায় নিদিয়াকৈ হোটেলৰ পৰা পলায়ন কৰিলে অভিনেত্ৰী পূজা গান্ধীয়ে । উত্থাপিত অভিযোগ অনুসৰি পূজাই কিছুদিন ধৰি বাংগালুৰুৰ এখন বিলাসী হোটেলত আছিল আৰু অলপতে তেওঁ হোটেলৰ বিল আদায় নিদিয়াকৈ মনে মনে হোটেলৰ পৰা পলায়ন কৰিছিল । কৰ্ণাটকৰ এইগৰাকী অভিনেত্ৰীয়ে তামিল, মালায়ালম ছবিৰ লগতে বাংলা ছবিতো অভিনয় কৰিছিল । হোটেলৰ কৰ্তৃপক্ষই ইতিমধ্যে পূজাৰ বিৰুদ্ধে আৰক্ষীক অভিযোগ দিছে। উল্লেখ্য যে আৰক্ষীয়ে অভিনেত্ৰীগৰাকীক আটক কৰাত তেওঁ প্ৰথম কৃষ্টিত দুই লাখ টকাৰ আদায় দিয়াৰ প্ৰতিশ্ৰুতি দিয়ে।
বিল আদায় নিদিয়াকৈ হোটেলৰ পৰা পলাল অভিনেত্ৰী
-
By admin
- Categories: Entertainment, News
- Tags: Indian film actressPooja Gandhi
Related Content
বিশেষভাৱে সক্ষম সৰভোগৰ সুমিতা দাসৰ সাফল্য
By
publisher
April 30, 2026
ব্ৰহ্মপুত্ৰৰ খহনীয়াগ্ৰস্তত সৰ্বস্বান্ত হোৱা ছাত্ৰীৰ সাফল্য
By
publisher
April 30, 2026
দোকানতে বহি অধ্যয়ন, বিজ্ঞান শাখাত ৯০.২%ৰে উজ্বলিল মমিনুৰ ইছলাম
By
publisher
April 29, 2026
আৰ্থিক দৈন্য হেঙাৰ নহয় সাফল্য অৰ্জনত
By
publisher
April 29, 2026
দুদিনী গাঁৱৰ কন্যা অমিকা দৈমাৰীৰ সাফল্য
By
publisher
April 29, 2026
উচ্চতৰ মাধ্যমিকত পি এমশ্ৰী মঙলদৈ নগৰ বালিকা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ জয়যাত্ৰা
By
publisher
April 29, 2026