Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    বঙাইগাঁও কংগ্ৰেছৰ বৃহৎ খহনীয়া

    বঙাইগাঁও কংগ্ৰেছৰ বৃহৎ খহনীয়া

    আক্ৰমণৰ আশংকা ? বৃদ্ধি হ’ল বিদেশমন্ত্রী জয়শংকৰৰ নিৰাপত্তা

    ‘কাকুতি-মিনতিৰো লাভ নাই ‘সিন্ধু জলচুক্তি বাতিলৰ সিদ্ধান্তত অটল ভাৰত , জনালে জয়শংকৰে

    Aaranyak Award:উত্তৰ পূৱত এছিয়ান হাতীৰ সংৰক্ষণৰ বাবে কৰা কামৰ স্বীকৃতি

    Beltala Bazar Incident:মহানগৰীৰ বেলতলা বজাৰত অঘটন

    Kaliabhumura Accident:কলিয়াভোমোৰা দলঙৰ ৰেলিং ভাঙি ব্ৰহ্মপুত্ৰত পৰিল ট্ৰেইলৰ

    পহলগাম কাণ্ডৰ পাছত সাজু ১৪ উগ্ৰপন্থীৰ ‘হিট লিষ্ট’! তিনিদিনত জম্মু-কাশ্মীৰত সেনাৰ অভিযানত নিহত ছজন, বাকী আঠজন ক’ত?

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    অহা মাহৰ পৰা একাধিক ফোনত কাম নকৰিব হোৱাটছএপ !

    Game:ভাৰতত কম্পিউটাৰ গেমাৰসকলৰ ৪৪ শতাংশই মহিলা, ডেভেলপাৰ মাত্ৰ ১২ শতাংশ

    Facebook:এই ধৰণৰ কথা ফে’চবুকত পোষ্ট কৰিলে কাৰাগাৰত হ’ব পাৰে বন্দী !

    Google Chrome: সাৱধান ! Google Chrome ব্যৱহাৰকাৰীসকল পৰিব পাৰে হেকাৰৰ কৱলত !

    Maruti Suzuki car prices hikes:ফেব্ৰুৱাৰীৰ পৰা বৃদ্ধি পাব গাড়ীৰ দাম

    ONEPLUS 13 SERIES

    ONEPLUS 13 SERIES : গ্ৰাহকৰ বাবে সুখবৰ, এতিয়াই ক্ৰয় কৰক OnePlus 13 আৰু OnePlus 13R

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    প্ৰিয় খাদ্য খোৱাৰ পাছতো কেনেদৰে ফিট হৈ থাকে অভিনেত্ৰী ৰকুলপ্ৰীত সিং ? 

    ‘সন্ত্রাস সহ্য কৰা নহ’ব’, অক্ষয়ৰ পৰা কংগনালৈকে, ‘অপাৰেচন সিন্দূৰ’ৰ সন্দৰ্ভত কি ক’লে বলিউডে?

    কানাড়া বিতৰ্কত সোণু নিগমক বেংগালুৰু আৰক্ষীৰ চমন

    বলিউডত শোকৰ ছাঁ

    বলিউডত শোকৰ ছাঁ

    পহলগাম ট্রেজেডীত বিশেষ সিদ্ধান্ত শ্বাহৰুখ খানৰ পুত্ৰ আৰিয়ানৰ

    ‘কাশ্মীৰ আমাৰ আছিল, আজীৱন থাকিব ’

    ‘কাশ্মীৰ আমাৰ আছিল, আজীৱন থাকিব ’

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    অনন্যা পাণ্ডেৰ দৰে ফিট হ’ব বিচাৰেনে? 

    অনন্যা পাণ্ডেৰ দৰে ফিট হ’ব বিচাৰেনে? 

    কাঁচৰ দৰে চিকচিকিয়া ছাল বিচাৰে নেকি ? এনেদৰে ঘৰত নিজৰ যত্ন লওক

    মানিমুনি শাকৰ গুণ

    মানিমুনি শাকৰ গুণ

    অৱশেষত প্ৰকাশ পালে জাপানীজ দীৰ্ঘায়ু ৰহস্য! 

    ফোন আসক্তিৰ বাবে আপোনাৰ সন্তানৰ আচৰণ সলনি হৈছে?

    দৈনিক এই পাঁচ খাদ্য গ্রহণে ধ্বংস কৰে হৰম’নৰ ভাৰসাম্য

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home Loksabha Election

চিৰাঙত বিপিএফ দলৰ প্ৰথমটো নিৰ্ব্বাচনী জনসভাত বৰদৈচিলাৰ বিধি পথালি:সভাৰ আৰম্ভনিতে ধুমুহাৰ বাবে এৰিবলগীয়া হল সভা

publisher by publisher
March 26, 2019
in Loksabha Election, News, Politics
Reading Time: 1 min read
0
2
SHARES
16
VIEWS
ShareShareShareShare

RelatedPosts

ABSU :বড়ো মাধ্যমৰ শিক্ষাৰ কে’বাটাও দাবী পূৰণৰ সিদ্ধান্ত চৰকাৰৰ

৮ এপ্ৰিলত প্ৰমোদ বড়োৱে ছুইচাইড নকৰিলে ৯ এপ্ৰিলত বিপিএফে ছহীদ দিৱস পাতিব

Congress -Bpf Alliance:কলিতেই মৰহিলে কংগ্ৰেছে-বিপিএফৰ মিত্ৰতা

অসমৰ বানপানী সমস্যাক ৰাষ্ট্ৰীয় সনস্যাৰূপে ঘোষনাৰ প্ৰতিশ্ৰুতি হাগ্ৰামাৰ । নিৰ্ব্বাচনৰ বাবে বনাঞ্চল ধ্বংশ কৰা এবছু-ইউপিপিএল-এন ডি এফ বি-পিক সমালোচনা হাগ্ৰামাৰ । চকিদাৰ টাইমপাছ টাইটেল,পাৰমানেন্ট নহয়-হাগ্ৰামা ।

নিৰ্ব্বাচনী সভা আৰম্ভ হৈছিল মাথো হঠাতেই আগমন ঘটে বৰদৈচিলাৰ । চিদলী সমষ্ঠীৰ প্ৰাক্তন বিধায়ক  আন্দ্ৰিয়াছ হাজোৱাৰী সহ ইউ পি পি এল,অবড়ো সুৰক্ষা সমিতি,কংগ্ৰেছ,এবছু সহ অন্যান্য বিভিন্ন দল সংগঠনৰ প্ৰায় চাৰি হেজাৰ লোকে বিপিএফ দলত যোগদান কৰে আৰু সভাৰ আৰম্ভনিতে নতুনকৈ বিপিএফ দলত যোগদান কৰা লোক সকলক গামোছাৰে আদৰনি জনোৱা সময়তে বৰষুন আৰম্ভ হয় । ততাতৈয়াকৈ বিপিএফ দলৰ সভাপতি হাগ্ৰামা মহিলাৰীয়ে নিজৰ ভাষন আৰম্ভ কৰে । নিজৰ ভাষনত হাগ্ৰামা মহিলাৰীয়ে বিটিচি বাসী সকলো লোকক ধন্যবাদ জনায় বিপিএফ দলক ভোটদানেৰে যোৱা ১৫ বছৰ শাসনত অধিষ্ঠিত কৰাৰ বাবে । আকৌ বিপিএফ দলক ভোটদানেৰে বিটিচিৰ সৰ্বোতপ্ৰকাৰৰ উন্নোয়নৰ বাবে আহ্বান জনায় হাগ্ৰামা মহিলাৰীয়ে । বিটিচি গঠনৰ পুৰ্ব্বে বিটিচিত বসবাস কৰা সকলো লোক বিটিচিৰ বাসিন্দা,গতিকে নাগৰিকত্ব লৈ বিটিচি বাসীৰ কোনো চিন্তা কৰিবলগীয়া নাই বুলিও কয় হাগ্ৰামা মহিলাৰীয়ে । বিটিচি চুক্তিত এই কথা উল্লেখ থকাৰ কথাও কয় মহিলাৰীয়ে । অসমৰ বানপানীৰ সমস্যাক ৰাষ্ট্ৰীয় মৰ্য্যাদা দিয়াৰ প্ৰতিশ্ৰুতি প্ৰদান হাগ্ৰামা মহিলাৰীৰ । যদিহে পুনৰ বিজেপি-বিপিএফ মিত্ৰযোটে চৰকাৰ গঠন কৰে তেন্তে প্ৰথমেই অসমৰ বানপানীৰ সমস্যাৰ গুৰুত্ব প্ৰদান কৰাৰ কথা কয় নেতাজনে । লগতে নিৰ্ব্বাচনৰ বাবে ধন ঘটিবলৈ ইউপিপিএল-এবছুয়ে এন ডি এফ বি (প্ৰ)ৰ জড়িয়তে কোকৰাঝাৰ জিলাৰ কচুগাঁও বনাঞ্চলৰ শালগছ কাটী বনাঞ্চল ধ্বংশৰ অভিযোগ কৰে হাগ্ৰামা মহিলাৰীয়ে । তেওঁ কয় যে বন বিভাগৰ মানুহ তাত যাব নোৱাৰে সেয়ে আমি আৰক্ষীক জনাইছো,দিছপুৰতো জনাইছো । ইতিমধ্যে বনাঞ্চল ধ্বংশপ্ৰায় অলপ আছে যদি আৰক্ষীয়ে ব্যৱস্থা লয় সেইখিনি ৰক্ষা পৰিব । নিখিল বড়ো ছাত্ৰ সন্থাক আক্ৰমন কৰি কয় যে তেজপুৰ আৰু মঙ্গলদৈ সমষ্ঠিত প্ৰাৰ্থী দিয়াৰ মানে হৈছে এবছু সভাপতি প্ৰমোদ বড়ো এবছুক লৈ বেপাৰ কৰি আছে । কোনোবাই তেওঁক কিনিব আহে নেকি ? তেওঁ কৃষক নেতা অখিল গগৈকো সমালোচনা কৰি কয় অখিলৰ কোনো কাম নাই । তাৰ কাম মাথো আন্দোলন কৰা আৰু আন্দোলন কৰিব নোৱাৰিলে মৃগী ৰোগ হৈ মৰিব বুলিও কয় হাগ্ৰামাই । বিজেপিৰ নেতা সকলে নামৰ আগত চকিদাৰ লিখা সন্দৰ্ভত কয় এইবোৰ টাইমপাছ টাইটেল । আমি এবোৰ নিলিখো কাৰন এইবোৰ পাৰমানেন্ট নহয় । তেওঁ আৰু কয় যে আগতকৈ আমাৰ প্ৰতি ৰাইজৰ আস্থা অধিক বৃদ্ধি পাইছে,গতিকে এইবাৰ আমি এশ শতাংশ নিশ্চিত জিকিম কোকৰাঝাৰ লোকসভা সমষ্ঠীত । ধুমুহা-বৰষুনৰ বাবে আধাতে ভাষন সামৰিবলগীয়া হয় হাগ্ৰামা মহিলাৰীৰ । আন কোনো নেতাই ভাষন দিবই নোৱাৰে । এই সভাত বিপিএফ দলে ৫০ হেজাৰ লোকৰ সমাগম কৰাৰ টাৰ্গেট লৈছিল যদিও মানুহ আহিয়ে আছিল, আৰু দহ সহশ্ৰাধিক লোকৰ সমাগমতেই ধুমুহা বৰষুনৰ বাবে সামৰনি পৰে সভাৰ । সভাত ৫ নং কোকৰাঝাৰ লোকসভা সমষ্ঠীৰ প্ৰাৰ্থী প্ৰমিলা ৰানী ব্ৰহ্ম,মন্ত্ৰী চন্দন ব্ৰহ্ম,বিটিচিৰ উপমুখ্য খাম্পা বৰগয়াৰী,ৰাজ্যসভাৰ সাংসদ বিশ্বজিত দৈমাৰী তথা বিপিএফ দলৰ জেষ্ঠ নেতা-কৰ্মি সকল উপস্থিত থাকে । সভাৰ পুৰ্বে প্ৰাৰ্থী প্ৰমিলা ৰানী ব্ৰহ্মই কয় যে পৃথক ৰাজ্য বড়োলেণ্ডৰ বিষয়টো লৈ হাগ্ৰামা মহিলাৰীয়ে বিৰোধিতা কৰা নাই । কাৰন আমি সকলোৱে এই বড়োলেণ্ডৰ বিষয়ে আন্দোলন কৰিয়ে উঠি অহা একো একোজন নেতা । গতিকে এই বিষয়টো পেলাই থোৱা বিষয় নহয়,মাথো এইটো পৃথক ৰাজ্য বিচৰাৰ সময় নহয় বুলিহে আমি কৈছো । যেতিয়া সকলো জনগোষ্ঠীয়ে আমাক সমৰ্থন কৰিব তেতিয়া আমি ৰাজ্য দাবী কৰিম বুলি স্পষ্ট কৰি দিয়ে প্ৰমিলা ৰানী ব্ৰহ্মই । এইবাৰ বড়ো-অবড়োৰ ৰাজনীতিয়ে কাম নকৰে,কাৰন এইটো হাৱাত অহা কথা আৰু হাৱাতে শেষ হৈ যাব বুলি কয় প্ৰমিলা ৰানী ব্ৰহ্মই । ইউপিপিএল দলৰ প্ৰাৰ্থী উৰ্খাউ গৌৰা ব্ৰহ্ম মোৰ ভাই বুলি কয় প্ৰমিলাই । তেঁও কয় যে আমি একেদৰে দুৰ্দিনত সংগঠন কৰিছো । তেওঁমোতকৈ সৰু লৰা, মই বিধায়ক হোৱাৰ পিচতো একেলগে বহু কাম কৰিছো। তেওঁৰ বিবেকে নকব যে মোক পৰাজিত কৰিব লাগে । নিৰ্ব্বাচন খেলিব লাগে বাবেই খেলিব,কিন্ত মোক  পৰাজিত কৰাৰ বাবে নিৰ্ব্বাচন খেলিব নোৱাৰিব বুলি গুৰুত্বপুৰ্ণ মন্তব্য কৰে প্ৰমিলা ৰানী ব্ৰহ্মই । একেদৰে আছুতীয়া সাক্ষাতকাৰত ৰাজ্যসভাৰ সাংসদ বিশ্বজিত দৈমাৰীয়ে কয় যে আমাৰ বিপিএফ দল মাথো নিৰ্ব্বাচনৰ বাবে নহয় আমি ৰাইজৰ সৈতে সদায় সম্পৰ্ক আছে । নিৰ্বাচনৰ বাবে আমি সমষ্টী বিশেষে সভা কৰিব লাগে বাবেই কৰিছো,কাৰন সকলো দলৰ যি সমুহ কথা কৈ আছে সেই সমুহ বুজাবলৈ হে এই ধৰনৰ সভা অনুষ্ঠিত কৰা হৈছে । যোৱা ২০১৪ চনৰ লোকসভা নিৰ্বাচনৰ কথাটো বেলেগ আছিল গোষ্টী সংঘৰ্ষৰ গইনা লৈ বহু দলে বহু ৰাজনীতি কৰিলে সেয়ে নৱ শৰনীয়া সাংসদ হৈছিল যদিও সমষ্ঠীৰ উন্নয়নৰ  একো নকৰিলে । আমি বিপিএফ দল তেনে নহয় আমি যি কম কৰিম । অইন দলৰ সৈতে আমাৰ বহু পাৰ্থক্য আছে । আমি বাৰে বাৰে কৈছো কোঁচ ৰাজবংশী আৰু আদীবাসীক জনজাতিকৰনৰ বিষয়ে দাবী জনাই আহিছো গতিকে জনজাতিকৰন হবই । নাগৰিকত্ব সংশোধনি বিধেয়কৰ কোনো প্ৰভাৱ বিটিচিত নপৰে । বিজেপিয়ে কেব আনিব বিচাৰিছিল যদিও নোৱাৰিলে । আমি আগতেই কৈছো ২০০৩ চনলৈ বিটিচিত থকা সকল বিটিচিৰ বাসিন্দা সেয়া বিটিচি চুক্তিত উল্লেখ থকাৰ কথা স্পষ্ট কৰি দিয়ে । বিটিচিত আমাক ষ্টাৰ কেম্পেই নাৰ নালাগে আমিয়ে ষ্টাৰ বিটিচিৰ বাবে । অৱশ্যে গুৰুত্বপুৰ্ন পদবীৰ দ্বায়িত্বশীল দুই এজন নেতা অহাটো স্বাভাৱিক বুলি কয় বিশ্বজিত দৈমাৰীয়ে । বিটিচিত বড়ো-অবড়োৰ ৰাজনীতিয়ে সমাজৰ উন্নয়নৰ পৰা আৰম্ভ কৰি সম্প্ৰিতিত ক্ষতি কৰিছে। আমি বড়ো-অবড়ো যিমানেই নকৰো এজনে আনজনক এৰি চলিব নোৱাৰে। সকলোৱে মিলিজুলি থাকিবই লাগিব বুলি কয় ৰাজ্যসভাৰ সাংসদ বিশ্বজিত দৈমাৰীয়ে ।
ADVERTISEMENT

Share this:

  • Click to share on X (Opens in new window) X
  • Click to share on Facebook (Opens in new window) Facebook
  • Click to share on LinkedIn (Opens in new window) LinkedIn
  • Click to share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Click to share on Pinterest (Opens in new window) Pinterest
  • Click to share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: ABSUBPFHagrama Mohilary
publisher

publisher

Related Posts

বঙাইগাঁও কংগ্ৰেছৰ বৃহৎ খহনীয়া
News

বঙাইগাঁও কংগ্ৰেছৰ বৃহৎ খহনীয়া

May 15, 2025
আক্ৰমণৰ আশংকা ? বৃদ্ধি হ’ল বিদেশমন্ত্রী জয়শংকৰৰ নিৰাপত্তা
India

‘কাকুতি-মিনতিৰো লাভ নাই ‘সিন্ধু জলচুক্তি বাতিলৰ সিদ্ধান্তত অটল ভাৰত , জনালে জয়শংকৰে

May 15, 2025
Aaranyak Award:উত্তৰ পূৱত এছিয়ান হাতীৰ সংৰক্ষণৰ বাবে কৰা কামৰ স্বীকৃতি
News

Aaranyak Award:উত্তৰ পূৱত এছিয়ান হাতীৰ সংৰক্ষণৰ বাবে কৰা কামৰ স্বীকৃতি

May 15, 2025
Beltala Bazar Incident:মহানগৰীৰ বেলতলা বজাৰত অঘটন
News

Beltala Bazar Incident:মহানগৰীৰ বেলতলা বজাৰত অঘটন

May 15, 2025
Kaliabhumura Accident:কলিয়াভোমোৰা দলঙৰ ৰেলিং ভাঙি ব্ৰহ্মপুত্ৰত পৰিল ট্ৰেইলৰ
News

Kaliabhumura Accident:কলিয়াভোমোৰা দলঙৰ ৰেলিং ভাঙি ব্ৰহ্মপুত্ৰত পৰিল ট্ৰেইলৰ

May 15, 2025
পহলগাম কাণ্ডৰ পাছত সাজু ১৪ উগ্ৰপন্থীৰ ‘হিট লিষ্ট’! তিনিদিনত জম্মু-কাশ্মীৰত সেনাৰ অভিযানত নিহত ছজন, বাকী আঠজন ক’ত?
India

পহলগাম কাণ্ডৰ পাছত সাজু ১৪ উগ্ৰপন্থীৰ ‘হিট লিষ্ট’! তিনিদিনত জম্মু-কাশ্মীৰত সেনাৰ অভিযানত নিহত ছজন, বাকী আঠজন ক’ত?

May 15, 2025
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d