Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    গুৱাহাটীত CJPৰ সহ-সমন্বয়ক আশুতোষ ৰাংকাসহ দলক আটক

    মহানগৰীৰ হোমষ্টেত যুৱতীৰ মৃতদেহ উদ্ধাৰ

    নিমিষা ঠাকুৰীয়াৰ ন্যায়ৰ দাবীত সৰৱ সামাজিক মাধ্যম ব্যৱহাৰকাৰী

    নিমিষা ঠাকুৰীয়াৰ ন্যায়ৰ দাবীত সৰৱ আছু সভাপতি উৎপল শৰ্মা

    গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰীৰ মৃত্যু

    গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰীৰ মৃত্যু

    ৰহাৰ পাখিমৰীয়াত কংগ্ৰেছৰ বিশাল সমাৱেশত নিৰ্বাচন আয়োগ

    পৰ্যটকৰ বাবে অহা দুই অক্টোবৰত পুনৰ মুকলি হ’ব বিশ্ব ঐতিহ্য ক্ষেত্ৰ মানাহ ৰাষ্ট্ৰীয় উদ্যান

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    কৰীনাই ক্ৰেচ ডায়েট ভাল নাপায়, টাইমুৰৰ জন্মৰ পিছত কেনেকৈ কমি গ’ল অভিনেত্ৰীগৰাকীৰ ওজন?

    এবছৰত ২৫০০ কোটি টকাৰ লোকচান শ্বাহৰুখৰ

    এবছৰত ২৫০০ কোটি টকাৰ লোকচান শ্বাহৰুখৰ

    শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!

    শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!

    পর্দাত মহিলা আৰক্ষীৰ ধাৰণা সলনি কৰিছে কৰীণাই

    মাতৃত্ব অর্জন লেডী গাগাৰ, সন্তানৰে ফটো হ’ল ভাইৰেল

    ৬৯ বছৰতো বয়সক বান্ধি ৰাখিছে অনিল কাপুৰে

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    হাতৰ জোৰাৰ ক’লা দাগ

    হাতৰ জোৰাৰ ক’লা দাগ

    শ্বেয়াৰ বজাৰত বিনিয়োগ: বিনিয়োগকাৰীক পৰামৰ্শ দিব এইটো ম’বাইল এপে

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    মানসিক চাপে মনটোৱেই নহয়, শৰীৰতো যথেষ্ট প্ৰভাৱ পেলায়

    বান্দৰতকৈ কম নিদ্রাতো পৃথিৱীৰ লেকাম মানুহৰ হাতত!

    গণেশ চতুর্থীত গণপতি বাপ্পা ‘মোৰিয়া’ কোৱাৰ কাৰণ

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home Loksabha Election

চিৰাঙত বিপিএফ দলৰ প্ৰথমটো নিৰ্ব্বাচনী জনসভাত বৰদৈচিলাৰ বিধি পথালি:সভাৰ আৰম্ভনিতে ধুমুহাৰ বাবে এৰিবলগীয়া হল সভা

publisher by publisher
March 26, 2019
in Loksabha Election, News, Politics
Reading Time: 1 min read
0
2
SHARES
24
VIEWS
ShareShareShareShare

RelatedPosts

হেলিকপ্টাৰৰ তেল শেষ, গাড়ী ভাড়াত লৈ মিটিঙত উপস্থিত হাগ্ৰামা মহিলাৰী

Hagrama Mohilary:নিৰ্বাচনী গৰম বতাহৰ মাজত হাগ্ৰামা মহিলাৰীৰ তাৎপৰ্যপূৰ্ণ মন্তব্য

Helicopter:ৰাজ্যৰ বিধানসভা নিৰ্বাচনৰ বাবে ৰাজনৈতিক দলৰ মাজত আৰম্ভ হেলিকপ্টাৰ উৰুওৱাৰ প্রতিযোগিতা

অসমৰ বানপানী সমস্যাক ৰাষ্ট্ৰীয় সনস্যাৰূপে ঘোষনাৰ প্ৰতিশ্ৰুতি হাগ্ৰামাৰ । নিৰ্ব্বাচনৰ বাবে বনাঞ্চল ধ্বংশ কৰা এবছু-ইউপিপিএল-এন ডি এফ বি-পিক সমালোচনা হাগ্ৰামাৰ । চকিদাৰ টাইমপাছ টাইটেল,পাৰমানেন্ট নহয়-হাগ্ৰামা ।

নিৰ্ব্বাচনী সভা আৰম্ভ হৈছিল মাথো হঠাতেই আগমন ঘটে বৰদৈচিলাৰ । চিদলী সমষ্ঠীৰ প্ৰাক্তন বিধায়ক  আন্দ্ৰিয়াছ হাজোৱাৰী সহ ইউ পি পি এল,অবড়ো সুৰক্ষা সমিতি,কংগ্ৰেছ,এবছু সহ অন্যান্য বিভিন্ন দল সংগঠনৰ প্ৰায় চাৰি হেজাৰ লোকে বিপিএফ দলত যোগদান কৰে আৰু সভাৰ আৰম্ভনিতে নতুনকৈ বিপিএফ দলত যোগদান কৰা লোক সকলক গামোছাৰে আদৰনি জনোৱা সময়তে বৰষুন আৰম্ভ হয় । ততাতৈয়াকৈ বিপিএফ দলৰ সভাপতি হাগ্ৰামা মহিলাৰীয়ে নিজৰ ভাষন আৰম্ভ কৰে । নিজৰ ভাষনত হাগ্ৰামা মহিলাৰীয়ে বিটিচি বাসী সকলো লোকক ধন্যবাদ জনায় বিপিএফ দলক ভোটদানেৰে যোৱা ১৫ বছৰ শাসনত অধিষ্ঠিত কৰাৰ বাবে । আকৌ বিপিএফ দলক ভোটদানেৰে বিটিচিৰ সৰ্বোতপ্ৰকাৰৰ উন্নোয়নৰ বাবে আহ্বান জনায় হাগ্ৰামা মহিলাৰীয়ে । বিটিচি গঠনৰ পুৰ্ব্বে বিটিচিত বসবাস কৰা সকলো লোক বিটিচিৰ বাসিন্দা,গতিকে নাগৰিকত্ব লৈ বিটিচি বাসীৰ কোনো চিন্তা কৰিবলগীয়া নাই বুলিও কয় হাগ্ৰামা মহিলাৰীয়ে । বিটিচি চুক্তিত এই কথা উল্লেখ থকাৰ কথাও কয় মহিলাৰীয়ে । অসমৰ বানপানীৰ সমস্যাক ৰাষ্ট্ৰীয় মৰ্য্যাদা দিয়াৰ প্ৰতিশ্ৰুতি প্ৰদান হাগ্ৰামা মহিলাৰীৰ । যদিহে পুনৰ বিজেপি-বিপিএফ মিত্ৰযোটে চৰকাৰ গঠন কৰে তেন্তে প্ৰথমেই অসমৰ বানপানীৰ সমস্যাৰ গুৰুত্ব প্ৰদান কৰাৰ কথা কয় নেতাজনে । লগতে নিৰ্ব্বাচনৰ বাবে ধন ঘটিবলৈ ইউপিপিএল-এবছুয়ে এন ডি এফ বি (প্ৰ)ৰ জড়িয়তে কোকৰাঝাৰ জিলাৰ কচুগাঁও বনাঞ্চলৰ শালগছ কাটী বনাঞ্চল ধ্বংশৰ অভিযোগ কৰে হাগ্ৰামা মহিলাৰীয়ে । তেওঁ কয় যে বন বিভাগৰ মানুহ তাত যাব নোৱাৰে সেয়ে আমি আৰক্ষীক জনাইছো,দিছপুৰতো জনাইছো । ইতিমধ্যে বনাঞ্চল ধ্বংশপ্ৰায় অলপ আছে যদি আৰক্ষীয়ে ব্যৱস্থা লয় সেইখিনি ৰক্ষা পৰিব । নিখিল বড়ো ছাত্ৰ সন্থাক আক্ৰমন কৰি কয় যে তেজপুৰ আৰু মঙ্গলদৈ সমষ্ঠিত প্ৰাৰ্থী দিয়াৰ মানে হৈছে এবছু সভাপতি প্ৰমোদ বড়ো এবছুক লৈ বেপাৰ কৰি আছে । কোনোবাই তেওঁক কিনিব আহে নেকি ? তেওঁ কৃষক নেতা অখিল গগৈকো সমালোচনা কৰি কয় অখিলৰ কোনো কাম নাই । তাৰ কাম মাথো আন্দোলন কৰা আৰু আন্দোলন কৰিব নোৱাৰিলে মৃগী ৰোগ হৈ মৰিব বুলিও কয় হাগ্ৰামাই । বিজেপিৰ নেতা সকলে নামৰ আগত চকিদাৰ লিখা সন্দৰ্ভত কয় এইবোৰ টাইমপাছ টাইটেল । আমি এবোৰ নিলিখো কাৰন এইবোৰ পাৰমানেন্ট নহয় । তেওঁ আৰু কয় যে আগতকৈ আমাৰ প্ৰতি ৰাইজৰ আস্থা অধিক বৃদ্ধি পাইছে,গতিকে এইবাৰ আমি এশ শতাংশ নিশ্চিত জিকিম কোকৰাঝাৰ লোকসভা সমষ্ঠীত । ধুমুহা-বৰষুনৰ বাবে আধাতে ভাষন সামৰিবলগীয়া হয় হাগ্ৰামা মহিলাৰীৰ । আন কোনো নেতাই ভাষন দিবই নোৱাৰে । এই সভাত বিপিএফ দলে ৫০ হেজাৰ লোকৰ সমাগম কৰাৰ টাৰ্গেট লৈছিল যদিও মানুহ আহিয়ে আছিল, আৰু দহ সহশ্ৰাধিক লোকৰ সমাগমতেই ধুমুহা বৰষুনৰ বাবে সামৰনি পৰে সভাৰ । সভাত ৫ নং কোকৰাঝাৰ লোকসভা সমষ্ঠীৰ প্ৰাৰ্থী প্ৰমিলা ৰানী ব্ৰহ্ম,মন্ত্ৰী চন্দন ব্ৰহ্ম,বিটিচিৰ উপমুখ্য খাম্পা বৰগয়াৰী,ৰাজ্যসভাৰ সাংসদ বিশ্বজিত দৈমাৰী তথা বিপিএফ দলৰ জেষ্ঠ নেতা-কৰ্মি সকল উপস্থিত থাকে । সভাৰ পুৰ্বে প্ৰাৰ্থী প্ৰমিলা ৰানী ব্ৰহ্মই কয় যে পৃথক ৰাজ্য বড়োলেণ্ডৰ বিষয়টো লৈ হাগ্ৰামা মহিলাৰীয়ে বিৰোধিতা কৰা নাই । কাৰন আমি সকলোৱে এই বড়োলেণ্ডৰ বিষয়ে আন্দোলন কৰিয়ে উঠি অহা একো একোজন নেতা । গতিকে এই বিষয়টো পেলাই থোৱা বিষয় নহয়,মাথো এইটো পৃথক ৰাজ্য বিচৰাৰ সময় নহয় বুলিহে আমি কৈছো । যেতিয়া সকলো জনগোষ্ঠীয়ে আমাক সমৰ্থন কৰিব তেতিয়া আমি ৰাজ্য দাবী কৰিম বুলি স্পষ্ট কৰি দিয়ে প্ৰমিলা ৰানী ব্ৰহ্মই । এইবাৰ বড়ো-অবড়োৰ ৰাজনীতিয়ে কাম নকৰে,কাৰন এইটো হাৱাত অহা কথা আৰু হাৱাতে শেষ হৈ যাব বুলি কয় প্ৰমিলা ৰানী ব্ৰহ্মই । ইউপিপিএল দলৰ প্ৰাৰ্থী উৰ্খাউ গৌৰা ব্ৰহ্ম মোৰ ভাই বুলি কয় প্ৰমিলাই । তেঁও কয় যে আমি একেদৰে দুৰ্দিনত সংগঠন কৰিছো । তেওঁমোতকৈ সৰু লৰা, মই বিধায়ক হোৱাৰ পিচতো একেলগে বহু কাম কৰিছো। তেওঁৰ বিবেকে নকব যে মোক পৰাজিত কৰিব লাগে । নিৰ্ব্বাচন খেলিব লাগে বাবেই খেলিব,কিন্ত মোক  পৰাজিত কৰাৰ বাবে নিৰ্ব্বাচন খেলিব নোৱাৰিব বুলি গুৰুত্বপুৰ্ণ মন্তব্য কৰে প্ৰমিলা ৰানী ব্ৰহ্মই । একেদৰে আছুতীয়া সাক্ষাতকাৰত ৰাজ্যসভাৰ সাংসদ বিশ্বজিত দৈমাৰীয়ে কয় যে আমাৰ বিপিএফ দল মাথো নিৰ্ব্বাচনৰ বাবে নহয় আমি ৰাইজৰ সৈতে সদায় সম্পৰ্ক আছে । নিৰ্বাচনৰ বাবে আমি সমষ্টী বিশেষে সভা কৰিব লাগে বাবেই কৰিছো,কাৰন সকলো দলৰ যি সমুহ কথা কৈ আছে সেই সমুহ বুজাবলৈ হে এই ধৰনৰ সভা অনুষ্ঠিত কৰা হৈছে । যোৱা ২০১৪ চনৰ লোকসভা নিৰ্বাচনৰ কথাটো বেলেগ আছিল গোষ্টী সংঘৰ্ষৰ গইনা লৈ বহু দলে বহু ৰাজনীতি কৰিলে সেয়ে নৱ শৰনীয়া সাংসদ হৈছিল যদিও সমষ্ঠীৰ উন্নয়নৰ  একো নকৰিলে । আমি বিপিএফ দল তেনে নহয় আমি যি কম কৰিম । অইন দলৰ সৈতে আমাৰ বহু পাৰ্থক্য আছে । আমি বাৰে বাৰে কৈছো কোঁচ ৰাজবংশী আৰু আদীবাসীক জনজাতিকৰনৰ বিষয়ে দাবী জনাই আহিছো গতিকে জনজাতিকৰন হবই । নাগৰিকত্ব সংশোধনি বিধেয়কৰ কোনো প্ৰভাৱ বিটিচিত নপৰে । বিজেপিয়ে কেব আনিব বিচাৰিছিল যদিও নোৱাৰিলে । আমি আগতেই কৈছো ২০০৩ চনলৈ বিটিচিত থকা সকল বিটিচিৰ বাসিন্দা সেয়া বিটিচি চুক্তিত উল্লেখ থকাৰ কথা স্পষ্ট কৰি দিয়ে । বিটিচিত আমাক ষ্টাৰ কেম্পেই নাৰ নালাগে আমিয়ে ষ্টাৰ বিটিচিৰ বাবে । অৱশ্যে গুৰুত্বপুৰ্ন পদবীৰ দ্বায়িত্বশীল দুই এজন নেতা অহাটো স্বাভাৱিক বুলি কয় বিশ্বজিত দৈমাৰীয়ে । বিটিচিত বড়ো-অবড়োৰ ৰাজনীতিয়ে সমাজৰ উন্নয়নৰ পৰা আৰম্ভ কৰি সম্প্ৰিতিত ক্ষতি কৰিছে। আমি বড়ো-অবড়ো যিমানেই নকৰো এজনে আনজনক এৰি চলিব নোৱাৰে। সকলোৱে মিলিজুলি থাকিবই লাগিব বুলি কয় ৰাজ্যসভাৰ সাংসদ বিশ্বজিত দৈমাৰীয়ে ।
ADVERTISEMENT

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: ABSUBPFHagrama Mohilary
publisher

publisher

Related Posts

গুৱাহাটীত CJPৰ সহ-সমন্বয়ক আশুতোষ ৰাংকাসহ দলক আটক
Assam

September 27, 2026
মহানগৰীৰ হোমষ্টেত যুৱতীৰ মৃতদেহ উদ্ধাৰ
Assam

নিমিষা ঠাকুৰীয়াৰ ন্যায়ৰ দাবীত সৰৱ সামাজিক মাধ্যম ব্যৱহাৰকাৰী

September 27, 2026
নিমিষা ঠাকুৰীয়াৰ ন্যায়ৰ দাবীত সৰৱ আছু সভাপতি উৎপল শৰ্মা
Assam

নিমিষা ঠাকুৰীয়াৰ ন্যায়ৰ দাবীত সৰৱ আছু সভাপতি উৎপল শৰ্মা

September 27, 2026
গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰীৰ মৃত্যু
Assam

গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰীৰ মৃত্যু

September 27, 2026
ৰহাৰ পাখিমৰীয়াত কংগ্ৰেছৰ বিশাল সমাৱেশত নিৰ্বাচন আয়োগ
Assam

ৰহাৰ পাখিমৰীয়াত কংগ্ৰেছৰ বিশাল সমাৱেশত নিৰ্বাচন আয়োগ

September 27, 2026
পৰ্যটকৰ বাবে অহা দুই অক্টোবৰত পুনৰ মুকলি হ’ব বিশ্ব ঐতিহ্য ক্ষেত্ৰ মানাহ ৰাষ্ট্ৰীয় উদ্যান
Assam

পৰ্যটকৰ বাবে অহা দুই অক্টোবৰত পুনৰ মুকলি হ’ব বিশ্ব ঐতিহ্য ক্ষেত্ৰ মানাহ ৰাষ্ট্ৰীয় উদ্যান

September 26, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d