গোপন মিত্ৰতাত আৱদ্ধ হোৱা বুলি চৰ্চাত থকা কংগ্ৰেছ-এ আই ইউ ডি এফ এইবাৰ লোকসভা নিৰ্ব্বাচনত এইবাৰ বিধ্বস্ত হব বুলি মন্তব্য কৰিছে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে।বিজেপিয়ে কয় যে এইবাৰ বিজেপি মিত্ৰজোঁটে ৰাজ্যত অধিকাংশ আসন লাভ কৰিবলৈ সক্ষম হ’ব। অসমৰ ৰাইজ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ওচৰত চিৰকৃতজ্ঞ বুলি দাবী কৰি সোণোৱালে কয় ,’ ভাৰতবৰ্ষৰ জনগণে নৰেন্দ্ৰ মোদীক দ্বিতীয়বাৰৰ বাবে প্ৰধানমন্ত্ৰী পদত অধিষ্ঠিত কৰিবলৈ ইতিমধ্যে সিদ্ধান্ত গ্ৰহণ কৰিছে । দেশৰ আন অঞ্চলৰ লগতে অসমৰো বৰাক-ব্ৰহ্মপুত্ৰ, পাহাৰ-ভৈয়ামৰ ৰাইজৰ মাজতো ইয়াক লৈ অত্যন্ত উৎসাহ দেখা গৈছে।’ প্ৰধানমন্ত্ৰী মোদীয়ে গ্ৰহণ কৰা আঁচনিৰ জৰিয়তে ৰাজ্যত যোগাযোগ, উদ্যোগ, শিক্ষা, স্বাস্থ্য আদি খণ্ডসমূহৰ ব্যাপক উন্নতি সাধন হৈছে বুলি সোণোৱালে মন্তব্য কৰি কয় যে ইয়াৰ বাবে অসমৰ ৰাইজ মোদী ওচৰত চিৰকৃতজ্ঞ ।
এইবাৰ কংগ্ৰেছ এ আই ইউ ডি এফ বিধ্বস্ত হ’ব: সোণোৱাল
-
By publisher
- Categories: Loksabha Election, News, Politics
- Tags: AIUDFAssam BJPBJPSarbananda Sonowal
Related Content
তামিলনাডুত নতুন যুগৰ সূচনা!
By
publisher
May 10, 2026
দ্বিতীয়বাৰৰ বাবে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণ কৰিব ড০ হিমন্ত বিশ্ব শৰ্মাই
By
publisher
May 10, 2026
ট্ৰাম্পৰ শুল্ক নীতিত আদালতৰ পুনৰ কোব! ‘অবৈধ’ ঘোষণা ১০% আমদানি কৰ
By
publisher
May 8, 2026
বিজেপি বিধায়কৰ পৰা নীতি আয়োগৰ ভাইচ চেয়াৰমেন
By
publisher
May 8, 2026
মোজাম্বিক LNG প্ৰকল্পত পুনৰ গতি: ইন্ধন সুৰক্ষাৰ দিশে ভাৰতৰ বৃহৎ কৌশলগত পদক্ষেপ
By
publisher
May 8, 2026
অস্ত্ৰত আত্মনিৰ্ভৰ ভাৰত, কিন্তু শিক্ষাত শোচনীয় ছবি!
By
publisher
May 8, 2026