লোকসভা নিৰ্ব্বাচনৰ বতাহৰ মাজতে যোৱা নিশা ডিব্ৰুগড় জিলাৰ টেঙাখাত আৰক্ষী থানাৰ পৰা প্ৰায় ডেৰ কিলোমিটাৰ নিলগত এটা আই ই ডি সদৃশ বোমা উদ্ধাৰ হয়। টেঙাখাতৰ বৰঅভয়পুৰীয়া গাঁৱৰ তিনিআলিৰ লোহাৰ পাইপৰ দলঙৰ নিচেই ওচৰৰ পৰা আৰক্ষীয়ে বোমাটো উদ্ধাৰ কৰে। পাছত মাজনিশা আৰক্ষীয়ে বোমা বিশেষজ্ঞৰ উপস্থিতিত বোমাটো নিস্ক্ৰিয় কৰে। আৰক্ষীয়ে প্ৰকাশ কৰা অনুসৰি যোৱা নিশা ১০বজাত বোমাটো প্ৰত্যক্ষ কৰা হয়। ইয়াৰ লগে লগে আৰক্ষীয়ে স্হানীয় লোকক ঘৰৰ পৰা নোলাবলৈ আৰু লাইট নুমুৱাবলৈ নিৰ্দেশ দিয়ে। পাছত নিশা এক বজাত আৰক্ষীয়ে স্হানীয় লোকক মাতি আনি বোমাটো দেখুৱায়। অৱশ্যে কোনে কি উদ্দেশ্যেত বোমাটো ৰাখিছিল, তাৰ তথ্য প্ৰকাশৰ পৰা আৰক্ষী বিৰত আছে।
টেঙাখাতত আই ডি সদৃশ বোমা উদ্ধাৰ
-
By publisher
- Categories: News
Related Content
তামিলনাডুত নতুন যুগৰ সূচনা!
By
publisher
May 10, 2026
দ্বিতীয়বাৰৰ বাবে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণ কৰিব ড০ হিমন্ত বিশ্ব শৰ্মাই
By
publisher
May 10, 2026
ট্ৰাম্পৰ শুল্ক নীতিত আদালতৰ পুনৰ কোব! ‘অবৈধ’ ঘোষণা ১০% আমদানি কৰ
By
publisher
May 8, 2026
বিজেপি বিধায়কৰ পৰা নীতি আয়োগৰ ভাইচ চেয়াৰমেন
By
publisher
May 8, 2026
মোজাম্বিক LNG প্ৰকল্পত পুনৰ গতি: ইন্ধন সুৰক্ষাৰ দিশে ভাৰতৰ বৃহৎ কৌশলগত পদক্ষেপ
By
publisher
May 8, 2026
অস্ত্ৰত আত্মনিৰ্ভৰ ভাৰত, কিন্তু শিক্ষাত শোচনীয় ছবি!
By
publisher
May 8, 2026