যোৰহাট: বিষাক্ত কাঠফুলা সেৱন কৰি ৫জন শ্ৰমিক যোৰহাট চিকিৎসা মহাবিদ্যালয়ত চিকিৎসাধীন হব লগা সৃষ্টি কৰিছে৷ মৰিয়নিৰ মুৰমুৰিয়াত নিৰ্মীয়মান ৰাস্তাৰ শ্ৰমিক ৰূপে কৰ্মৰত শ্ৰমিক কেইজনে কালি কাঠফুলা ভক্ষণ কৰে আৰু বিষক্রিয়া হৈ চিকিৎসাধীন হব লগা হয়। শ্ৰমিক কেইজনে হৈছে শিৱসাগৰ জিলাৰ থাওৰাৰ বিশ্বনাথ নায়ক, বিপুল চাওৰা, মন্টু ৰাজগঁড়, সঞ্জীব নায়ক আৰু ন ন মাঝি। সাম্প্ৰতিক আটাইকেজন বিপদ মুক্ত যোৰহাট চিকিৎসা মহাবিদ্যালয়ৰ কৰ্তৃপক্ষই জানিবলৈ দিছে।
বিষাক্ত কাঠফুলা ভক্ষণ কৰি ৫ শ্রমিক চিকিৎসাধীন
-
By publisher
- Categories: News
Related Content
উচ্চতৰ মাধ্যমিকৰ উন্নত ফলাফল স্বতেও মৰাণৰ এটি পৰিয়ালত শোকৰ বন্যা
By
publisher
April 28, 2026
Sonam Raghuvanshi's bail:দেশ কঁপোৱা হানীমুন মাৰ্ডাৰ কেচৰ অভিযুক্ত স্বামীহন্তা সোনম ৰঘুবংশীৰ জামিন
By
publisher
April 28, 2026
Moran HS Result : উচ্চতৰ মাধ্যমিকৰ উন্নত ফলাফল স্বতেও মৰাণৰ এটি পৰিয়ালত শোকৰ বন্যা
By
publisher
April 28, 2026
ছিকিমত কিশোৰ-কিশোৰীৰ স'তে ফুটবল খেলিলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে
By
publisher
April 28, 2026
Artificial Flood in China:কৃত্ৰিম বানত ডুবিল চীনৰ বাণিজ্যিক চহৰ গুৱাংচি
By
publisher
April 28, 2026
উত্তৰপ্ৰদেশত আৰক্ষী ব্যৱস্থা শক্তিশালীকৰণত বৃহৎ পদক্ষেপ
By
publisher
April 28, 2026