সম্প্ৰতি নিৰ্বাচনৰ সময়ত বাটে ঘাটে উঠিছে নগদ ধনৰ উজান ৷ দৰঙৰ ফ্লাইং স্কোৱাডৰ দল এটাই অভিযান চলাই খাৰুপেটীয়াত স্কৰপিঅ গাড়ী এখনৰ পৰা নগদ ২.৫ লাখ টকা জব্দ কৰে ৷ নিৰ্বাচনী আচৰণ বিধি বলবৎ থকাৰ সময়তে দৰঙৰ ব্যৱসায়ীক নগৰ খাৰুপেটীয়াত এ এছ ১৩ জি ৯২১১ নম্বৰৰ গাড়ী খনৰ এই বৃহত পৰিমাণৰ ধন জব্দ হোৱা ঘটনায় অঞ্চলটোত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে । খাৰুপেটীয়া পৰা মঙলদৈ মুখে গৈ থকা অৱস্থাত গাড়ী খনৰ পৰা অভিযান কাৰী দলটোৱে ১৫ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথত জব্দ কৰে পাঁচশ টকীয়া নোটৰ পাচটা বান্ডিল সৰ্বমুঠ আঢ়ৈ লাখ টকা ।
খাৰুপেটীয়াত ফ্লায়িং স্কোৱাডৰ অভিযানত জব্দ নগদ আঢ়ৈ লাখ টকা
-
By publisher
- Categories: Loksabha Election, News
Related Content
ৰাইজৰ ৰায় মানি বিজেপিলৈ অভিনন্দন!
By
publisher
February 8, 2025
'উন্নয়ন, সুশাসনৰ জয়!' দিল্লীবাসীক কি ‘গেৰাণ্টী’ দিলে মোদীয়ে?
By
publisher
February 8, 2025
বিজেপিৰে তীব্ৰ যুঁজৰ অন্তত স্তব্ধ আপ
By
publisher
February 8, 2025
Uttar Pradesh এতিয়াৰ পৰা উত্তৰ প্ৰদেশত উপলব্ধ হ'ব ডেৰ পেগৰ সুৰাৰ বটল
By
publisher
February 8, 2025
পৰাজিত কেজৰি-ছিচ'দিয়া !
By
publisher
February 8, 2025
Garchuk Police Raid: মহানগৰীৰ ডেম্পত জব্দ কোটি টকাৰ চুৰি সা-সামগ্ৰী
By
publisher
February 8, 2025