বলিউদৰ মোহময়ী অভিনেত্ৰী নাগমা মুৰাজী আজি সন্ধিয়া সোণাপুৰত উপস্থিত হৈ কংগ্ৰেছ কৰ্মী সকলৰ লগত এক চমূ ভাৱ বিনিময় সভাত অংশ গ্ৰহন কৰে। আগন্তুক লোকসভা নিৰ্বাচনৰ বাবে ৰাজ্যৰ কংগ্ৰেছ প্ৰাৰ্থী সকলৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলোৱাৰ উদ্দেশ্যৰে অসমত উপস্থিত হোৱা বলিউদৰ মোহময়ী অভিনেত্ৰী তথা ভাৰতীয় মহিলা কংগ্ৰেছৰ সাধাৰন সম্পাদিকা নাগমাই আজি দিনৰ ভাগত কলিয়াবৰ লোক সভা সমষ্টীৰ অন্তৰ্গত বিভিন্ন ঠাইত কংগ্ৰেছ প্ৰাৰ্থী সকলৰ হৈ ব্যাপক নিৰ্বাচনী প্ৰচাৰ চলোৱাৰ অন্তত সন্ধিয়া ৬-৩০বজাত সোণাপুৰৰ ৰাজীৱ ভৱনত উপস্থিত হৈ ডিমৰীয়া ব্লক কংগ্ৰেছৰ কৰ্মী সকলৰ লগত এক চমূ ভাৱ বিনীময় অনুস্থানত অংশ গ্ৰহন কৰে আৰু উক্ত অনুস্থানতে দিশপুৰ যুৱ কংগ্ৰেছৰ লগতে ডিমৰীয়া যুৱ কংগ্ৰেছ, ডিমৰীয়া ব্লক কংগ্ৰেছৰ কৰ্মী সকলে অভিনেত্ৰী গৰাকীক সম্ধৰ্ধনা জ্ঞাপন কৰে।
সোণাপুৰৰ ৰাজীৱ ভৱনত অভিনেত্ৰী নাগমা
-
By publisher

- Categories: Loksabha Election, News
Related Content
Ghagrapar:দৰিদ্ৰতাই নোৱাৰিলে বাধা দিব,পিতৃহাৰা চিন্ময় পাঠকৰ উজ্জ্বল সাফল্যত উৎফুল্ল পূৱ নলবাৰীৰ সন্ধাবাসী
By
publisher
April 29, 2026
Akhil Gogoi's open letter:মুখ্যমন্ত্রীৰ আক্রমণৰ প্ৰত্যুত্তৰ দি ৰাইজৰ দলৰ সভাপতি অখিল গগৈৰ মুকলি পত্ৰ
By
publisher
April 29, 2026
উচ্চতৰ মাধ্যমিকৰ উন্নত ফলাফল স্বতেও মৰাণৰ এটি পৰিয়ালত শোকৰ বন্যা
By
publisher
April 28, 2026
Sonam Raghuvanshi's bail:দেশ কঁপোৱা হানীমুন মাৰ্ডাৰ কেচৰ অভিযুক্ত স্বামীহন্তা সোনম ৰঘুবংশীৰ জামিন
By
publisher
April 28, 2026
Moran HS Result : উচ্চতৰ মাধ্যমিকৰ উন্নত ফলাফল স্বতেও মৰাণৰ এটি পৰিয়ালত শোকৰ বন্যা
By
publisher
April 28, 2026
ছিকিমত কিশোৰ-কিশোৰীৰ স'তে ফুটবল খেলিলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে
By
publisher
April 28, 2026