ঠেলামৰা:বিভিন্ন সময়ত ব্ৰহ্মপুত্ৰৰ বকুত অত্যাধিক যাত্ৰী কঢ়িওৱাৰ ফলত নাও দুৰ্ঘটনা সংঘটিত হৈ অহাৰ সময়তে শোণিতপুৰ জিলাৰ বৰছলাৰ চিতলমাৰী,বছাশিমলুৰ পাৰঘাটত ব্ৰহ্মপুত্ৰৰ বকুৱেদি নগাওঁৰ মৈৰাবাৰী,ধিং,বুঢ়াগাওঁ আদি অঞ্চললৈ দৈনিক প্ৰায় পাচখন মান আওপুৰণি ভুটভুটী নাও বা মেচিন নাও নীতি বৰ্হিভূত ভাবে বহন ক্ষমতাতকৈ অধিক যাত্ৰী,মটৰ চাইকেল,গৰু আদিৰে ধৰি সামগ্ৰী ভৰ্তি কৰি অতি বিপদ সংকুল ভাবে আজিও যাতায়ত অব্যাহত ৰাখিছে৷উল্লেখ্য যে বৰছলাৰ চিতলমাৰী আৰু বছাশিমলু পাৰঘাটটোত দিৰ্ঘদিন ধৰি ব্ৰহ্মপুত্ৰৰ বকুত নগাওঁৰ মৈৰাবাৰী,ধিং ,বুঢ়াগাওঁ আদি অঞ্চললৈ যোগাযোগ হোৱাকৈ আভ্যন্তৰনিক জল পৰিবন বিভাগৰ অধিনত লেচিয়ে প্ৰায় ৫খনতকৈ অধিক ভূটভুটী নাও অত্যাধিক যাত্ৰী কঢ়িয়াই যাতায়ত অব্যাহত ৰখাৰ পিছতো কানসাৰ নাই বিয়াগোম বিভিগটোৰ৷যাত্ৰীৰ জীৱনকৈ লৈ হেতালি খেলি আভ্যন্তৰিন জল পৰিবহন বিভাগৰ অধিনত লেচিয়ে এনেদৰে আওপুৰনি নাওত বহন ক্ষমতাতকৈ অধিক যাত্ৰী কঢ়িয়াই আছে ৷
অত্যাধিক যাত্ৰী কঢ়িয়াই ব্ৰহ্মপুত্ৰৰ বকুত বিপদ সংকুল ভুটভুটী নাও চলাচল অব্যাহত
-
By publisher

ADVERTISEMENT
- Categories: News
Related Content
'কাকুতি-মিনতিৰো লাভ নাই 'সিন্ধু জলচুক্তি বাতিলৰ সিদ্ধান্তত অটল ভাৰত , জনালে জয়শংকৰে
By
publisher
May 15, 2025
Aaranyak Award:উত্তৰ পূৱত এছিয়ান হাতীৰ সংৰক্ষণৰ বাবে কৰা কামৰ স্বীকৃতি
By
publisher
May 15, 2025
Beltala Bazar Incident:মহানগৰীৰ বেলতলা বজাৰত অঘটন
By
publisher
May 15, 2025
Kaliabhumura Accident:কলিয়াভোমোৰা দলঙৰ ৰেলিং ভাঙি ব্ৰহ্মপুত্ৰত পৰিল ট্ৰেইলৰ
By
publisher
May 15, 2025
ৰাজস্থান গাঁৱত উদ্ধাৰ হ'ল সাত ফুট দৈৰ্ঘ্যৰ ড্ৰ'ন ! সতৰ্কবাণী জাৰি
By
publisher
May 15, 2025