ঠেলামৰা:বিভিন্ন সময়ত ব্ৰহ্মপুত্ৰৰ বকুত অত্যাধিক যাত্ৰী কঢ়িওৱাৰ ফলত নাও দুৰ্ঘটনা সংঘটিত হৈ অহাৰ সময়তে শোণিতপুৰ জিলাৰ বৰছলাৰ চিতলমাৰী,বছাশিমলুৰ পাৰঘাটত ব্ৰহ্মপুত্ৰৰ বকুৱেদি নগাওঁৰ মৈৰাবাৰী,ধিং,বুঢ়াগাওঁ আদি অঞ্চললৈ দৈনিক প্ৰায় পাচখন মান আওপুৰণি ভুটভুটী নাও বা মেচিন নাও নীতি বৰ্হিভূত ভাবে বহন ক্ষমতাতকৈ অধিক যাত্ৰী,মটৰ চাইকেল,গৰু আদিৰে ধৰি সামগ্ৰী ভৰ্তি কৰি অতি বিপদ সংকুল ভাবে আজিও যাতায়ত অব্যাহত ৰাখিছে৷উল্লেখ্য যে বৰছলাৰ চিতলমাৰী আৰু বছাশিমলু পাৰঘাটটোত দিৰ্ঘদিন ধৰি ব্ৰহ্মপুত্ৰৰ বকুত নগাওঁৰ মৈৰাবাৰী,ধিং ,বুঢ়াগাওঁ আদি অঞ্চললৈ যোগাযোগ হোৱাকৈ আভ্যন্তৰনিক জল পৰিবন বিভাগৰ অধিনত লেচিয়ে প্ৰায় ৫খনতকৈ অধিক ভূটভুটী নাও অত্যাধিক যাত্ৰী কঢ়িয়াই যাতায়ত অব্যাহত ৰখাৰ পিছতো কানসাৰ নাই বিয়াগোম বিভিগটোৰ৷যাত্ৰীৰ জীৱনকৈ লৈ হেতালি খেলি আভ্যন্তৰিন জল পৰিবহন বিভাগৰ অধিনত লেচিয়ে এনেদৰে আওপুৰনি নাওত বহন ক্ষমতাতকৈ অধিক যাত্ৰী কঢ়িয়াই আছে ৷
অত্যাধিক যাত্ৰী কঢ়িয়াই ব্ৰহ্মপুত্ৰৰ বকুত বিপদ সংকুল ভুটভুটী নাও চলাচল অব্যাহত
-
By publisher

- Categories: News
Related Content
তামিলনাডুত নতুন যুগৰ সূচনা!
By
publisher
May 10, 2026
দ্বিতীয়বাৰৰ বাবে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণ কৰিব ড০ হিমন্ত বিশ্ব শৰ্মাই
By
publisher
May 10, 2026
ট্ৰাম্পৰ শুল্ক নীতিত আদালতৰ পুনৰ কোব! ‘অবৈধ’ ঘোষণা ১০% আমদানি কৰ
By
publisher
May 8, 2026
বিজেপি বিধায়কৰ পৰা নীতি আয়োগৰ ভাইচ চেয়াৰমেন
By
publisher
May 8, 2026
মোজাম্বিক LNG প্ৰকল্পত পুনৰ গতি: ইন্ধন সুৰক্ষাৰ দিশে ভাৰতৰ বৃহৎ কৌশলগত পদক্ষেপ
By
publisher
May 8, 2026
অস্ত্ৰত আত্মনিৰ্ভৰ ভাৰত, কিন্তু শিক্ষাত শোচনীয় ছবি!
By
publisher
May 8, 2026