ওদালগুৰি : হাতীয়ে সুখবৰ কঢ়িয়াই আনিছে ওৰাং ৰাষ্ট্ৰীয় উদ্যানলৈ, আগমণ ঘটিছে এগৰাকী নতুন অতিথিৰ। ৰাষ্ট্ৰীয় উদ্যানৰ অলকা নামৰ পোহনীয়া হাতীটোৱে বুধবাৰে নিশা জন্ম দিয়ে এটা পোৱালি। ইয়াকে লৈ উদ্যানখনৰ বনকৰ্মী আৰু নিয়োজিত বিষয়াসকলৰ মাজত এতিয়া আনন্দৰ বন্যা বৈছে। ৰাষ্ট্ৰীয় উদ্যানত ৩২ টাকৈ পোহনীয়া হাতী থকাৰ বিপৰীতে আছে ৭টা বন্যহস্তী। সদ্যোজাত হাতীৰ পোৱালিটোক নিৰীক্ষণ কৰিছে উদ্যানখনৰ বন বিভাগে। যিসময়ত ৰাজ্যৰ বিভিন্ন অঞ্চলত হাতী-মানুহৰ সংঘাতে সাধাৰণ ৰাইজৰ নিদ্ৰা হৰণ কৰিছে তেনে সময়তে ওৰাং ৰাষ্ট্ৰীয় উদ্যানত নতুনকৈ জন্মলাভ কৰা হাতীৰ পোৱালীটোৱে উদ্যানলৈ এক আশাৰ ৰেঙণি কঢ়িয়াই আনিছে।
ওৰাং ৰাষ্ট্ৰীয় উদ্যানলৈ আগমণ নতুন অতিথিৰ
-
By publisher

- Categories: News
Related Content
তামিলনাডুত নতুন যুগৰ সূচনা!
By
publisher
May 10, 2026
দ্বিতীয়বাৰৰ বাবে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণ কৰিব ড০ হিমন্ত বিশ্ব শৰ্মাই
By
publisher
May 10, 2026
ট্ৰাম্পৰ শুল্ক নীতিত আদালতৰ পুনৰ কোব! ‘অবৈধ’ ঘোষণা ১০% আমদানি কৰ
By
publisher
May 8, 2026
বিজেপি বিধায়কৰ পৰা নীতি আয়োগৰ ভাইচ চেয়াৰমেন
By
publisher
May 8, 2026
মোজাম্বিক LNG প্ৰকল্পত পুনৰ গতি: ইন্ধন সুৰক্ষাৰ দিশে ভাৰতৰ বৃহৎ কৌশলগত পদক্ষেপ
By
publisher
May 8, 2026
অস্ত্ৰত আত্মনিৰ্ভৰ ভাৰত, কিন্তু শিক্ষাত শোচনীয় ছবি!
By
publisher
May 8, 2026