টংলা : ওদালগুৰি জিলাৰ ভাৰত ভূটান সীমান্তৱৰ্তী অঞ্চল সমূহত হাতী মানুহৰ সংঘাতে তীব্ৰ ৰূপ ধাৰণ কৰাৰ সময়তে আজি জিলাখনৰ হৰিশিঙা থানাৰ অন্তৰ্গত আমজুলিৰ কুণ্ডৰবিল নিবাসী খান বাহাদুৰ ৰায় ( ৬৫ ) নামৰ এজন ব্যক্তিৰ আজি পুৱা প্ৰায় ৮.৩০ বজাত এটা বনৰীয়া হাতীৰ আক্ৰমণত থিতাতে মৃত্যু হয়। ৰায়ে পুৱা কাঠফুলা সংগ্ৰহ কৰিবলৈ গৈ্ছিল ।
ওদালগুৰিৰ কুণ্ডৰবিলত বনৰীয়া হাতীৰ আক্ৰমণত নিহত এজন
-
By publisher

A herd of elephants cross a road that passes through the flooded Kaziranga National Park in the northeastern state of Assam, India, July 12, 2017. Picture taken July 12, 2017. REUTERS/Anuwar Hazarika TPX IMAGES OF THE DAY
- Categories: News
Related Content
তামিলনাডুত নতুন যুগৰ সূচনা!
By
publisher
May 10, 2026
দ্বিতীয়বাৰৰ বাবে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণ কৰিব ড০ হিমন্ত বিশ্ব শৰ্মাই
By
publisher
May 10, 2026
ট্ৰাম্পৰ শুল্ক নীতিত আদালতৰ পুনৰ কোব! ‘অবৈধ’ ঘোষণা ১০% আমদানি কৰ
By
publisher
May 8, 2026
বিজেপি বিধায়কৰ পৰা নীতি আয়োগৰ ভাইচ চেয়াৰমেন
By
publisher
May 8, 2026
মোজাম্বিক LNG প্ৰকল্পত পুনৰ গতি: ইন্ধন সুৰক্ষাৰ দিশে ভাৰতৰ বৃহৎ কৌশলগত পদক্ষেপ
By
publisher
May 8, 2026
অস্ত্ৰত আত্মনিৰ্ভৰ ভাৰত, কিন্তু শিক্ষাত শোচনীয় ছবি!
By
publisher
May 8, 2026