বৰপেটা ৰোডত ৩১ নম্বৰ ৰাষ্ট্ৰীয় ঘাই পথেৰে এখন নম্বৰপ্লেট বিহীন বলেৰ’ পিক আপ গাড়ীত বোজাই কৰি অবৈধ ভাৱে চাৰিটা গৰু তেজপুৰ অভিমূখে কঢ়িয়াই নি থকাৰ সময়ত বৰপেটাৰোড আৰক্ষীয়ে জব্দ কৰাৰ লগতে চাৰিজন লোকক আটক কৰে ৷ আটকাধীন লোক কেইজন ক্ৰমে তাহেৰ আলী, শ্বহিদুল ইছলাম, মজিবৰ ৰহমান আৰু আইনুদ্দিন ৷ আদালতে তেওঁলোকক জেললৈ প্ৰেৰণ কৰে।
চোৰাং গৰু ব্যৱসায়ী গ্ৰেপ্তাৰ বৰপেটা ৰোডত
-
By publisher
Related Content
আকস্মিক জটিল সংকট!
By
publisher
March 11, 2026
যুদ্ধ কিমান দিনলৈ? পৰস্পৰ বিৰোধী দাবী আমেৰিকা-ইৰানৰ
By
publisher
March 11, 2026
Artificial shortage of LPG Cylinder:মধ্য প্রাচ্যৰ যুদ্ধৰ প্ৰভাৱ !
By
publisher
March 10, 2026
Sonapur Science City :মহানগৰীৰ পাশ্বৱৰ্তী সোণাপুৰৰ টেপেচীয়াত মুকলি বিজ্ঞান নগৰী
By
publisher
March 10, 2026
Meghalaya:মেঘালয়ৰ পশ্চিম গাৰো হিলছ স্বায়ত্ত শাসিত জিলা পৰিষদৰ নির্বাচনক লৈ উত্তেজনা !
By
publisher
March 10, 2026
Dilip Saikia:তৃতীয় পক্ষৰ বিভ্ৰান্তিকৰ অপ-প্ৰচাৰত ভোল নাযাবলৈ আহ্বান ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়াৰ
By
publisher
March 10, 2026