কাজলগাঁও,২৫ আগষ্ট : চিৰাঙত আৰক্ষীৰ অভিযানত গাঞ্জা সহ গ্ৰেপ্তাৰ সাত জন । আজি সন্ধীয়া ৮ বজাত চিৰাং আৰক্ষীয়ে গোপন তথ্যৰ ভিত্তিত অভিযান চলাই জিলাখনৰ ঢালিগাঁও থানাৰ অন্তৰ্গত ছাপাগুৰীৰ পৰা মটৰ ছাইকেলেৰে বাক্সা জিলাৰ বৰমাৰ পৰা চিৰাঙলৈ আনি থকা চাৰিখন বস্থাত মুঠ এশতকৈ অধিক কেজিৰ গাঞ্জা উদ্ধাৰ কৰিবলৈ সক্ষম হয় । গাঞ্জাৰ সৈতে গ্ৰেপ্তাৰ লোক কেইজন ক্ৰমে কোকৰাঝাৰ জিলাৰ কাজিগাঁওৰ জৌংসাৰ ৱেৰী,দৈমালু ব্ৰহ্ম, কাৰিগাঁওৰ কনকলাল ব্ৰহ্ম,চিৰাঙৰ ৰৌমাৰীৰ ডেভিড বসুমতাৰী,ছাপাগুৰীৰ সৌমখৌৰ ব্ৰহ্ম,আকাশ বসুমতাৰী আৰু ধনঞ্জয় ব্ৰহ্ম ।
চিৰাঙৰ ছাপাগুৰিত গাঞ্জাসহ গ্ৰেপ্তাৰ ৭ জন : উদ্ধাৰ বৃহৎ পৰিমানৰ গাঞ্জা
-
By publisher

Related Content
ৰাজ্যত NDAৰ জয়যাত্ৰা, ধূলিসাৎৰ দিশে বিৰোধী ঐক্য
By
publisher
May 4, 2026
তামিলনাডুত নতুন ৰাজনৈতিক ঢৌ
By
publisher
May 4, 2026
জালুকবাৰীত হিমন্ত বিশ্ব শৰ্মাৰ জয়লাভ
By
publisher
May 4, 2026
গোলাঘাটত বিজেপিৰ জয়ধ্বনি, বিজয়ী অজন্তা নেওগ
By
publisher
May 4, 2026
যোৰহাটত পৰাস্ত গৌৰৱ গগৈ
By
publisher
May 4, 2026
কামৰূপ মহানগৰত এনডিএৰ অগ্ৰগতি
By
publisher
May 4, 2026