মহালয়াৰ দিনাৰ পৰাই আৰম্ভ হ’ল শক্তিপীঠ বেলশৰৰ বিল্বেশ্বৰ দেৱালয়ৰ দূৰ্গা পূজা |দেৱালয়ৰ মূল মন্দিৰত শিল্পীয়ে দিলে ৰং তুলিকাৰ অন্তিম স্পৰ্শ |নাগাক্ষ ৰজাই স্থাপন কৰা এই দেৱালয়ৰ দবা ঘৰ, বেলবৰণ ঘৰ, মূল মন্দিৰ, শিৱ পুখুৰীকে ধৰি বিবাহ ভৱন আদি নান্দনিক ৰূপত সজাই পৰাই তোলা হৈছে |হিন্দু ধর্মৰ লোক সকলৰ লগতে মুছলমান সম্প্ৰদায়ৰ লোক সকলৰ বাবেও এই মন্দিৰত খোলা থাকিব ধৰ্মৰ দুৱাৰ |প্ৰতি বাৰৰ দৰে এইবাৰো মুছলমান লোক সকলৰ বাবে ভোগৰ থাল ৰাখিব মন্দিৰৰ পুৰোহিতে |জাতি ধৰ্ম ভেদি মা দুৰ্গা ক সেৱা জনাব অগণন ভক্ত গণে |ছয় লাখ ভক্তক আদৰিবলৈ সাজু বিল্বেশ্বৰ দেৱালয় |বিল্বেশ্বৰ দেৱালয়ৰ এক ঐতিহাসিক বৈশিষ্ট্য হৈছে ম’হ বলি |নৱমী পূজাৰ দিনা হোৱা এই ম’হ বলিয়ে মনৰ আশা পূৰণ কৰে বুলি বিশ্বাস কৰে ভক্ত গণে |এইবাৰ ৪০টা কৈ ম’হ বলি হ’ব বুলি সমিতিৰ কাৰ্যকর্তাই জানিবলৈ দিছে|
ধৰ্মৰ প্ৰাচীৰ ভেদি এইবাৰো আৰম্ভ হ’ল বিল্বেশ্বৰ দেৱালয়ৰ দুৰ্গা পূজা
-
By publisher

- Categories: News, Spirituality
Related Content
তামিলনাডুত নতুন যুগৰ সূচনা!
By
publisher
May 10, 2026
দ্বিতীয়বাৰৰ বাবে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণ কৰিব ড০ হিমন্ত বিশ্ব শৰ্মাই
By
publisher
May 10, 2026
ট্ৰাম্পৰ শুল্ক নীতিত আদালতৰ পুনৰ কোব! ‘অবৈধ’ ঘোষণা ১০% আমদানি কৰ
By
publisher
May 8, 2026
বিজেপি বিধায়কৰ পৰা নীতি আয়োগৰ ভাইচ চেয়াৰমেন
By
publisher
May 8, 2026
মোজাম্বিক LNG প্ৰকল্পত পুনৰ গতি: ইন্ধন সুৰক্ষাৰ দিশে ভাৰতৰ বৃহৎ কৌশলগত পদক্ষেপ
By
publisher
May 8, 2026
অস্ত্ৰত আত্মনিৰ্ভৰ ভাৰত, কিন্তু শিক্ষাত শোচনীয় ছবি!
By
publisher
May 8, 2026