বাগানপাৰা : নলবাৰী জিলাৰ ধমধমা আৰক্ষী চকীৰ অন্তৰ্গত ৰাঙাফালিত গ্ৰেপ্তাৰ কৰে এজন এন ডি এফ বি সদস্য ।ধৃত এন ডি এফ বি সদস্য জন হৈছে বলোৰাম বসুমতাৰী ।বসুমতাৰীয়ে তেৰমাইলৰ পৰা এটা ৰাইফল আনি ৰঙাফালিত এজন ব্যক্তিক দিব আহোতে আৰক্ষী আৰু সেনাৰ যুটীয়া অভিযানত গ্ৰেপ্তাৰ হয় ।উদ্ধাৰ হোৱা ৰাইফলটো 7.62sl চাইনিজ বুলি জানিব পৰা হৈছে ।সম্প্ৰতি ধৃত বলোৰাম বসুমতাৰীক ঘগ্ৰাপাৰ থানাত ৰাখি অধিক তথ্যৰ বাবে আৰক্ষীয়ে অব্যাহত ৰাখিছে জেৰা ।
ধমধমাত ৰাইফল সহ এন ডি এফ বি আটক
-
By publisher

- Categories: News
Related Content
তামিলনাডুত নতুন যুগৰ সূচনা!
By
publisher
May 10, 2026
দ্বিতীয়বাৰৰ বাবে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণ কৰিব ড০ হিমন্ত বিশ্ব শৰ্মাই
By
publisher
May 10, 2026
ট্ৰাম্পৰ শুল্ক নীতিত আদালতৰ পুনৰ কোব! ‘অবৈধ’ ঘোষণা ১০% আমদানি কৰ
By
publisher
May 8, 2026
বিজেপি বিধায়কৰ পৰা নীতি আয়োগৰ ভাইচ চেয়াৰমেন
By
publisher
May 8, 2026
মোজাম্বিক LNG প্ৰকল্পত পুনৰ গতি: ইন্ধন সুৰক্ষাৰ দিশে ভাৰতৰ বৃহৎ কৌশলগত পদক্ষেপ
By
publisher
May 8, 2026
অস্ত্ৰত আত্মনিৰ্ভৰ ভাৰত, কিন্তু শিক্ষাত শোচনীয় ছবি!
By
publisher
May 8, 2026