ক’ৰনাৰ ত্ৰাসৰ বাবে গুৱাহাটীত অনুষ্ঠিত নহ’ব ৰঙালী বিহুৰ অনুষ্ঠান

TOD 190415 NEW YEAR Read Only resources1 16a4505ddf7 medium

ক’ৰনা ভাইৰাছৰ সংক্ৰমনৰ পৰা হাত সাৰিবলৈ প্ৰতি মুহূৰ্তত জনতাক সচেতনটা অৱলম্বনৰ নিৰ্দেশ প্ৰশাসনৰ ।এই উদ্দেশ্যই আগন্তুক ৰঙালী বিহুত সাংস্কৃতিক অনুষ্ঠান অনুষ্ঠিত নকৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে বৃহত্তৰ গুৱাহাটী ৰঙালী বিহু সমন্বয় সমিতিয়ে।অৱশ্যে ৰঙালী বিহুত পৰম্পৰা অনুসৰি পুৱাৰ ভাগত প্ৰতিখন বিহু সন্মিলনীয়ে মাংগলিক কার্য সূচী সমূহ পূৰ্বৰ দৰেই ৰূপায়ণ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে ।ৰাজ্যৰ অন্যান্য প্ৰান্তৰ বিহু সন্মিলনি তথা বিহু কমিটি সমুহকো অনুৰূপ ব্যৱস্থা গ্ৰহণ ৰ বাবে আহ্বান জনাইছে সমন্বয়ৰক্ষী সমিতিৰ উপদেষ্টা কৈলাশ শৰ্মাই।

Exit mobile version