Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    Zubeen garg case:জামিন লাভ জুবিন গাৰ্গ দুই দেহৰক্ষীৰ

    আমেৰিকা যোৱাৰ সপোন, ইথিওপিয়াত অপহৰণ তিনি ভাৰতীয়ৰ; ১ কোটি টকা মুক্তিপণ দাবী

    Nagaon:নগাঁৱৰ উপ- নিৰ্বাচনৰ গৰম বতাহৰ মাজতে হিমন্ত – গৌৰৱৰ বাকযুদ্ধ !

    পলাশবাৰীৰ ৰামপুৰত ককৰোচ জনতা পাৰ্টীৰ সদস্য আৰু স্থানীয় ৰাইজৰ মাজত উত্তপ্ত পৰিস্থিতি

    গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰীৰ মৃত্যু

    নিমিষা হত্যাকাণ্ডৰ মাজতে ৰূপম শইকীয়া সন্ধানহীন, ঘটনাৰ দিনা নিমিষা-আছিকৰ স’তে মদ্যপান

    সুশান্তৰ ভৰি ভঙা আছিল, চকুত আছিল আঘাতৰ চিন: ভগ্নীৰ দাবী

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music

    ‘পাকিস্তান জিন্দাবাদ’ ধ্বনি দি বিতৰ্কত আয়ুষ্মান: অৱশেষত মুখ খুলিলে অভিনেতাই

    পুনৰ আহিব আৰিয়ান খানৰ ‘দ্য বেছ অৱ বলিউদ ২’

    কৰীনাই ক্ৰেচ ডায়েট ভাল নাপায়, টাইমুৰৰ জন্মৰ পিছত কেনেকৈ কমি গ’ল অভিনেত্ৰীগৰাকীৰ ওজন?

    এবছৰত ২৫০০ কোটি টকাৰ লোকচান শ্বাহৰুখৰ

    এবছৰত ২৫০০ কোটি টকাৰ লোকচান শ্বাহৰুখৰ

    শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!

    শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    হাতৰ জোৰাৰ ক’লা দাগ

    হাতৰ জোৰাৰ ক’লা দাগ

    শ্বেয়াৰ বজাৰত বিনিয়োগ: বিনিয়োগকাৰীক পৰামৰ্শ দিব এইটো ম’বাইল এপে

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    মানসিক চাপে মনটোৱেই নহয়, শৰীৰতো যথেষ্ট প্ৰভাৱ পেলায়

    বান্দৰতকৈ কম নিদ্রাতো পৃথিৱীৰ লেকাম মানুহৰ হাতত!

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home Gaming

Football:১০ জন খেলুৱৈয়ে খেলা কেৰালাৰ বিৰুদ্ধে গ’ল কৰাত ব্যৰ্থ নৰ্থ ইষ্ট ইউনাইটেড

Football: ক্ৰমাগত চতুৰ্থ মেচত ড্ৰ খেলি আশাহত কৰিলে সমৰ্থকক

publisher by publisher
January 18, 2025
in Gaming, India, Sports
Reading Time: 1 min read
0
Football:১০ জন খেলুৱৈয়ে খেলা কেৰালাৰ বিৰুদ্ধে গ’ল কৰাত ব্যৰ্থ নৰ্থ ইষ্ট ইউনাইটেড

Sandeep Singh Soraisham of Kerala Blasters FC and Jthin M.S of NorthEast United FC in action during match 103 of the Indian Super League (ISL) 2024 -25 season played between Kerala Blasters FC vs NorthEast United FC held at the Jawaharlal Nehru Stadium in Kerala on 18th January 2025. Photos : R. Parthibhan / Focus Sports / FSDL

1
SHARES
14
VIEWS
ShareShareShareShare

RelatedPosts

Great Footballer Pele Passes Away : বৰ্ষৰ শেষত দু:খবৰ : ৮২ বছৰ বয়সত শেষ নিশ্বাস ত্যাগ শতিকাৰ শ্ৰেষ্ঠ ফুটবলাৰ পেলেৰ :

Football: ১০ জন খেলুৱৈয়ে মেচৰ ৬০ মিনিট সময় খেলাৰ পাছতো কেৰালা ব্লাষ্টাৰ্ছ এফ চিৰ বিৰুদ্ধে গ’ল কৰাত বিফল হ’ল নৰ্থ ইষ্ট ইউনাইটেড এফ চি ৷ চলিত একাদশ ইণ্ডিয়ান ছুপাৰ লীগ চমুকৈ আই এছ এলত শনিবাৰে কোচিৰ জৱাহৰলাল নেহৰু ষ্টেডিয়ামত অনুষ্ঠিত খেলখনত ঘৰুৱা দল কেৰালা ব্লাষ্টাৰ্ছ আৰু নৰ্থ ইষ্ট ইউনাইটেডে গ’ল শূন্য ড্ৰ খেলি পইণ্ট ভগাই লয় ।

ADVERTISEMENT

উল্লেখ্য যে এয়া নৰ্থ ইষ্ট ইউনাইটেডৰ ক্ৰমাগত চতুৰ্থ ড্ৰ মেচ ৷ ইয়াৰ পূৰ্বে গুৱাহাটীত তিনিখন মেচ ড্ৰ খেলি কোচিলৈ যোৱা নৰ্থ ইষ্ট ইউনাইটেডে ক্ৰমাগত ষষ্ঠ মেচত নিজৰ অপৰাজেয় ধাৰা অব্যাহত ৰাখিলেও যোৱা চাৰিখন মেচত দলে আঠ পইণ্ট হেৰুৱাটো স্বাভাৱিকতে নকআউটৰ সমীকৰণত আউল লগাব ৷

খেলৰ আৰম্ভনিৰ পৰাই আক্ৰমণৰ ৰণনীতি লোৱা উভয় দলে খেলপথাৰত উত্তেজনাৰ বশবৰ্তী হৈ বিধি নিষিদ্ধ আচৰণ কৰে ৷ যাৰবাবে ৰেফাৰীয়ে প্ৰথমাৰ্ধতে চাৰিখন কাৰ্ড দেখুৱাব লগা হয় ৷ ইয়াৰে তিনিখন হালধীয়া কাৰ্ড নৰ্থ ইষ্ট ইউনাইটেডৰ আজাৰাই, নিকছন আৰু মহম্মদ বেমামিৰক দিয়া হয় ৷ আনহাতে, মেচৰ ৩০ মিনিটত কেৰালাৰ আইবানভা ডহলিঙক ৰঙা কাৰ্ড দিয়ে ৰেফাৰীয়ে ৷

এই ঘটনাৰ পাছতে কেৰালাই ৰণনীতি সলনি কৰি নৰ্থ ইষ্টৰ আক্ৰমণ ৰক্ষা কৰাৰ কঠিন প্ৰত্যাহ্বানত নিজকে সমৰ্পন কৰে ৷ দলে এই ৰণনীতিত সফলো হয় ৷ ১০ জনৰে খেলা বিপক্ষক চাপত পেলাই গল দিবলৈ সক্ষম নহ’ল লীগত সৰ্বাধিক গ’ল কৰা নৰ্থ ইষ্ট ইউনাইটেডে ৷

উল্লেখ্য যে উভয় দলৰ এয়া লীগৰ ১৭ সংখ্যক মেচ আছিল ৷ ২৫ পইণ্টৰে তালিকাৰ পঞ্চম স্থানত থকিল নৰ্থ ইষ্ট ইউনাইটেড ৷ ইফালে, ২১ পইণ্টৰে তালিকাৰ নৱম স্থানত থাকিল কেৰালা ব্লাষ্টাৰ্ছ ৷

নৰ্থ ইষ্ট ইউনাইটেডে লীগৰ পৰবৰ্তী মেচখন পুনৰ ঘৰত খেলিব ৷ অহা ২৯ জানুৱাৰীত সৰুসজাই ক্ৰীড়া প্ৰকল্পৰ ইন্দিৰা গান্ধী এথলেটিক ষ্টেডিয়ামত হ’ব লগা মেচত দলে হায়দৰাবাদ এফ চিৰ মুখামুখি হ’ব ৷ উল্লেখ্য যে ইয়াৰপূৰ্বে নৰ্থ ইষ্ট ইউনাইটেডে হায়দৰাবাদক ঘৰতে ৫-২ গলত পৰাস্ত কৰিছিল ৷ ইফালে, কেৰালা ব্লাষ্টাৰ্ছে পৰবৰ্তী মেচ খেলিবলৈ কলকাতালৈ যাব ৷ অহা ২৪ জানুৱাৰীত যুৱ ভাৰতী ক্ৰীড়াংগনত কেৰালাই ঘৰুৱা দল ইষ্ট বেংগল এফ চিৰ মুখামুখি হ’ব ৷

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: Indian Football Associationindian super league
publisher

publisher

Related Posts

২২ মিনিটৰ বিজ্ঞাপন দেখুওৱাৰ বাবে মাল্টিপ্লেক্সক ৭৫ হেজাৰ টকাৰ জৰিমনা
India

September 29, 2026
২৫ মিটাৰ পিষ্টলত বিশ্ব অভিলেখ, এছিয়ান গেমছত অৰ্জন কৰিলে ৰূপ
News

India-Myanmar Border: ভাৰত-ম্যানমাৰ সীমান্তৰ পাংচুপাছত অসম-ৰাইফলছ আৰু NSCN(KYA)ৰ মাজত প্ৰচণ্ড গুলীয়াগুলী

এঘণ্টাত পাঁচ লক্ষ কোটিৰ লোকচান
India

এঘণ্টাত পাঁচ লক্ষ কোটিৰ লোকচান

September 29, 2026
চৰকাৰী চিকিৎসালয়ত সন্তান জন্ম দিলেই এক গ্ৰাম সোণৰ আঙঠি

September 28, 2026
এক অক্টোবৰৰ পৰা বৃদ্ধি পাব ৱাশ্বিং মেচিন-এচি-টিভিসহ বৈদ্যুতিন সামগ্ৰীৰ মূল্য

  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d