Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    Nagaon Theft:নগাঁও ইটাচালি আৰক্ষীৰ জালত দুই গভাইত চোৰ

    AGP:জন্ম শতবাৰ্ষিকীত সুধাকণ্ঠ, ভাৰতৰত্ন ড° ভুপেন হাজৰিকাক সশ্ৰদ্ধ সোঁৱৰণ অগপৰ

    Jagiroad:জাগীৰোডৰ টাটা ছেমিকণ্ডাক্টৰ প্ৰকল্পত চোৰৰ হাতোৰা

    Two Govt Joint meeting in shillong:অসম-মেঘালয়ৰ কেব চালকৰ সংঘাতক লৈ শ্বিলঙত অনুষ্ঠিত হ’ল দুই চৰকাৰৰ বৈঠকত

    TMC:নগাঁও উপ-নিৰ্বাচনৰ বাবে তৃণমূল কংগ্ৰেছৰ প্ৰাৰ্থীৰ নাম ঘোষণা

    দেশীয় প্ৰযুক্তিৰ বুলেট ট্ৰেইন কেতিয়া চলিব ভাৰতত?

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

  • Entertainment
    • All
    • Movie
    • Music
    ১১ কেজি ওজন বাঢ়িছে, সন্তানৰ অপেক্ষাত ছামান্থা

    দেওবাৰৰ পৰা ছলমানৰ হিন্দী ‘বিগ বছ ২০’

    দেওবাৰৰ পৰা ছলমানৰ হিন্দী ‘বিগ বছ ২০’

    আখৰা নকৰাকৈয়ে মঞ্চায়ন  এটি প্ৰেমৰ গল্প

    আখৰা নকৰাকৈয়ে মঞ্চায়ন  এটি প্ৰেমৰ গল্প

    লণ্ডন নতুন ঠিকনা হ’ল বিৰাট-অনুষ্কাৰ

    লণ্ডন নতুন ঠিকনা হ’ল বিৰাট-অনুষ্কাৰ

    ২০২৬ ৰ আটাইতকৈ লাভজনক ছবি নহয় ‘ধুৰন্ধৰ ২’, নিৰ্মাণ ব্যয়ৰ তুলনাত ২০ গুণতকৈও অধিক আয় ‘হনুমান আনছা’ৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    সাৱধান, এই ভুলৰ বাবে আপোনাৰ ইউটিউব চেনেল বন্ধ হৈ যাব পাৰে

    পুৰণি কাপোৰত নতুন সপোন, সৃষ্টিশীলতাৰে স্বাৱলম্বী নাৰী

    ফল এটা ফ্রীজত কিমান দিন ৰখাটো নিৰাপদ

    ফল এটা ফ্রীজত কিমান দিন ৰখাটো নিৰাপদ

    হঠাতে গেছৰ গোন্ধ বা শিখাৰ পৰিৱৰ্তন? ৰেগুলেটৰত এই চিন দেখা পালে সাৱধান হওক

    সাগৰৰ পানীৰে ৪৮শ কিলোমিটাৰ যাত্ৰাৰ পাছতো অক্ষত থাকে

    ভ্রাতৃৰ সোঁ হাততে কিয় ৰাখী পিন্ধোৱা হয়?

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home India

Bjp : সৰ্বস্তৰৰ জনতাৰ সৰ্বাংগীণ বিকাশ, সম-মৰ্যাদা, সমৃদ্ধি, সমতা, সৰ্বত্ৰ শান্তি, সংস্কাৰ, সমন্বয় সাধনেই  হৈছে ভাৰতীয় জনতা পাৰ্টিৰ লক্ষ্যঃ সোণোৱাল

Bjp :অৰুণাচল প্ৰদেশ বিজেপিৰ নতুন সভাপতিৰূপে কলিং ময়ঙৰ নাম ঘোষণা কৰিলে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে

publisher by publisher
January 18, 2025
in India, Politics
Reading Time: 1 min read
0
Bjp : সৰ্বস্তৰৰ জনতাৰ সৰ্বাংগীণ বিকাশ, সম-মৰ্যাদা, সমৃদ্ধি, সমতা, সৰ্বত্ৰ শান্তি, সংস্কাৰ, সমন্বয় সাধনেই  হৈছে ভাৰতীয় জনতা পাৰ্টিৰ লক্ষ্যঃ সোণোৱাল
3
SHARES
25
VIEWS
ShareShareShareShare

RelatedPosts

এলএচিএচত চীনক প্ৰতিহত কৰিবলৈ ভাৰতীয় সেনাৰ নতুন অস্ত্ৰ—কৃত্ৰিম বুদ্ধিমত্তা

National Integration Tour For Students From Mechuka:অৰুণাচলৰ মেচুকাৰ পৰা ভাৰতীয় সেনাৰ দ্বাৰা ছাত্ৰ-ছাত্ৰীৰ বাবে ৰাষ্ট্ৰীয় সংহতি শীৰ্ষক ভ্ৰমণ

বৰফ বুলোৱা শুভ্রতাই আবৰিছে অৰুণাচলক

Bjp :কেন্দ্ৰীয় মন্ত্ৰী তথা বিজেপি নেতা সৰ্বানন্দ সোণোৱালে শণিবাৰে অৰুণাচল প্ৰদেশত অনুষ্ঠিত ভাৰতীয় জনতা পাৰ্টিৰ সংগঠন পৰ্বত উপস্থিত থাকি অৰুণাচল প্ৰদেশ বিজেপিৰ নতুন সভাপতি হিচাপে কলিং ময়ঙৰ নাম ঘোষণা কৰে।

ADVERTISEMENT

এগৰাকী নিষ্ঠাবান আৰু কৰ্মোদ্যমী কাৰ্যকৰ্তা কলিং ময়ঙে বিজেপিৰ ৰাষ্ট্ৰীয় অধ্যক্ষ জে পি নড্ডাৰ বলিষ্ঠ নেতৃত্বত অৰুণাচল প্ৰদেশত বিজেপিৰ সাংগঠনিক সশক্তিকৰণৰ দিশত উল্লেখযোগ্য অৰিহণা যোগাই যাব বুলি সোণোৱালে উল্লেখ কৰে আৰু এই বিশেষ উপলক্ষত তেওঁক আন্তৰিক অভিনন্দন তথা নতুন কাৰ্যকালৰ বাবে শুভকামনা জ্ঞাপন কৰে। তদুপৰি বিজেপিৰ ৰাষ্ট্ৰীয় পৰিষদৰ বাবে অৰুণাচলৰ প্ৰতিনিধিৰূপে য়ালেম টাগা বুৰাং, টাগিন চিগা আৰু কামৰাং টেচিয়াৰ নাম ঘোষণা কৰে কেন্দ্ৰীয় মন্ত্ৰী সোণোৱালে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ এখন বিকশিত, আত্মনিৰ্ভৰ আৰু সমৃদ্ধিশালী ভাৰতৰ যাত্ৰাক ন উদ্যমেৰে আগুৱাই নিয়াৰ ক্ষেত্ৰত তেওঁলোকে সাংগঠনিক কাম-কাজৰ ত্বৰান্বিতকৰণেৰে সবল ভূমিকা ল’ব লাগিব বুলি সোণোৱালে উল্লেখ কৰে।

সোণোৱালে ভাষণ প্ৰসংগত কয়, “বিগত ১০ বছৰত অৰুণাচল প্ৰদেশ তথা সমগ্ৰ উত্তৰ-পূব ভাৰতত আন্তঃগাঁথনিৰ অভূতপূৰ্ব বিকাশ হৈছে, বিগত ১০ বছৰত দিল্লী নিজেই উত্তৰ-পূৰ্বাঞ্চলৰ ওচৰ চাপি আহিছে। ভাৰতবৰ্ষৰ ৰাজনৈতিক ইতিহাসত সৰ্বস্তৰৰ জনসাধাৰণৰ বাবে সৰ্বাংগীণ বিকাশ, সম-মৰ্যাদা, সমৃদ্ধি, সমতা, সৰ্বত্ৰ শান্তি, সংস্কাৰ, সমন্বয় সাধন কৰা মিত্ৰশক্তি হৈছে কেৱল ভাৰতীয় জনতা পাৰ্টি আৰু মিত্ৰজোঁট।  প্ৰধানমন্ত্ৰী  মোদীৰ বলিষ্ঠ নেতৃত্বত বিগত ১০ বছৰত এনডিএ চৰকাৰে সমগ্ৰ দেশতে উন্নয়নৰ এক নৱজাগৰণৰ সূচনা কৰিছে, যিটো পূৰ্বৰ চৰকাৰৰ শাসনকালত কেৱল সপোনহে আছিল। আগৰ চৰকাৰৰ দিনত দশক দশক ধৰি অপশাসন, ভ্ৰষ্টাচাৰ, স্বজন-তোষণ, অবাধ দুৰ্নীতিৰ জৰিয়তে দেশক কোঙা কৰি পেলোৱা হৈছিল। পিছে বিজেপি নেতৃত্বাধীন এনডিএ-ৰ চৰকাৰে কেৱল ১০ বছৰৰ ভিতৰতে শক্তিশালী নীতি, শক্তিশালী দৃষ্টিভংগী, শক্তিশালী নেতা থকাৰ বাবেই ভাৰতৰ প্ৰতিচ্ছবি বিশ্বৰ বুকুত শক্তিশালী আৰু সমৃদ্ধিশালী কৰি তুলিলে।”

সোণোৱাল কয়, “সূৰ্য উঠা প্ৰদেশ অৰুণাচলত উন্নয়নৰ নতুন জাগৰণৰ এতিয়া সূচনা হৈছে আৰু সৰ্বত্ৰে শান্তি-সমন্বয় বিৰাজমান কৰিছে। পৰ্যটন, আন্তঃগাঁথনি, যাতায়াত-যোগাযোগ, সংস্কৃতিৰ প্ৰসাৰ আদি বিভিন্ন দিশত ৰাজ্যখনক ন ৰূপত জিলিকাই তোলা হৈছে। মোদী চৰকাৰৰ বলিষ্ঠ নেতৃত্বত সমগ্ৰ ভাৰতৰ জনসাধাৰণে সামাজিক মৰ্যাদা লাভ কৰিছে। এই চৰকাৰৰ বিভিন্ন কল্যাণকামী আঁচনিৰ জৰিয়তে সুফল লাভ কৰিছে সৰ্বস্তৰৰ জনতাই আৰু ইয়াৰ জৰিয়তে সকলোৰে জীৱন ধাৰণৰ মান উন্নীত হৈছে। বিজেপি চৰকাৰ নেতৃত্বত থাকিলে দেশৰ লগতে উত্তৰ-পূৰ্বাঞ্চলৰ যুৱচাম নিবনুৱা হৈ থাকিব নালাগে। মেধা আৰু যোগ‍্যতাৰ বলত সকলোৱে নিজৰ জীৱন সুন্দৰকৈ নিৰ্বাহ কৰিব পাৰিছে।

প্ৰধানমন্ত্ৰী মোদীৰ বলিষ্ঠ নেতৃত্বত বিজেপি নেতৃত্বাধীন এনডিএ চৰকাৰে ১০ বছৰৰ কাৰ্যকালত উল্লেখযোগ্য সফলতা লাভ কৰিবলৈ সক্ষম হৈছে। মোদী ডাঙৰীয়াই ‘সবকা সাথ, সবকা বিকাশ’ নীতিৰে পাহাৰ-ভৈয়ামৰ প্ৰতিটো জাতি-জনগোষ্ঠীক লগত লৈ সকলোৰে মৰ্যাদাৰ বাবে যি যাত্ৰা আৰম্ভ কৰিলে, সেই যাত্ৰা হৈছে সমন্বয়ৰ যাত্ৰা, ভাৰতবৰ্ষক শক্তিশালী কৰাৰ যাত্ৰা, সৰ্বস্তৰৰ নাগৰিকৰ সবলীকৰণৰ যাত্ৰা। এই যাত্ৰাৰ সুবাদতে ভাৰতৰ প্ৰতিখন ৰাজ‍্যৰ জনসাধাৰণে আজি সম-বিকাশ লাভ কৰি সন্মান সহকাৰে জীয়াই থাকিবলৈ সক্ষম হৈছে। সামগ্ৰিকভাৱে ভাৰতে বিশ্বৰ পঞ্চম সৰ্ববৃহৎ অৰ্থনীতিৰ সন্মান বুটলিবলৈ সক্ষম হৈছে।

ভাৰতীয় জনতা পাৰ্টিয়ে উত্তৰ-পূব ভাৰতৰ বিকাশ আৰু সমৃদ্ধিৰ যাত্ৰাত ন ইতিহাস ৰচনা কৰিছে। বিগত ১০ বছৰত উত্তৰ-পূৰ্বাঞ্চলৰ সৰ্বাংগীণ উন্নয়নৰ বাবে পাঁচ লাখ কোটি টকা বিনিয়োগ কৰা হৈছে। ৰাষ্ট্ৰ সৰ্বোপৰি ভাৱনাৰে ভাৰতীয় জনতা পাৰ্টিয়ে বিশাল মন লৈ নিষ্ঠাৰে কাম কৰি আহিছে। অৰুণাচল প্ৰদেশত ভাৰতীয় জনতা পাৰ্টিৰ সাংগঠনিক কাম-কাজৰ অগ্ৰগতি অধিক শক্তিশালী কৰিবলৈ সক্ৰিয় ভূমিকা ল’বলৈ প্ৰতিগৰাকী কৰ্মকৰ্তাক তেওঁ আহ্বান জনায়।‌ বিশ্বৰ তিনিটা বৃহৎ অৰ্থনীতিৰ ভিতৰত ভাৰতক অন্তৰ্ভুক্ত কৰাৰ মোদীৰ নেতৃত্বাধীন এনডিএ চৰকাৰৰ দৃঢ় লক্ষ্যত কৰ্মকৰ্তাসকলেও সাৰ-পানী যোগাব লাগিব আৰু এই মহৎ বাৰ্তাৰে ৰাষ্ট্ৰ নিৰ্মাণৰ যাত্ৰাত সমৰ্পিত সেৱা আগবঢ়াই যাবলৈ সকলোকে আহ্বান জনায় কেন্দ্ৰীয় মন্ত্ৰীজনে।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: ARUNACHAL PRADESHAyush Minister Sarbananda Sonowal
publisher

publisher

Related Posts

দেশীয় প্ৰযুক্তিৰ বুলেট ট্ৰেইন কেতিয়া চলিব ভাৰতত?
India

September 8, 2026
মোদী-শ্বাহৰ ৰাজ্যতে সক্রিয় ‘ক্রীতদাস’ প্রথা!

পাহাৰ কাটি পথ নিৰ্মাণৰ সময়তে মহাবিপৰ্যয়, তিস্তাৰ নিম্নাংশত ‘হাই এলাৰ্ট’

September 6, 2026
দিল্লীত খহি পৰিল পাঁচ মহলীয়া অট্টালিকা, উদ্ধাৰ অভিযান অব্যাহত

জিডিপি ৭.৮ শতাংশ নে ২.৬ শতাংশ?
India

জিডিপি ৭.৮ শতাংশ নে ২.৬ শতাংশ?

September 6, 2026
নেপালতকৈও ভয়াৱহ পৰিস্থিতিৰ সৃষ্টিৰ আশংকা উত্তৰ-পূবৰ দুই পাহাৰীয়া ৰাজ্যত

September 5, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d