২২ মাৰ্চ ,ৰবিবাৰ ।ক’ৰনা সংক্ৰমণ প্ৰতিৰোধ কৰিবলৈ সমগ্ৰ দেশ বাসীক পুৱা ৭ বজাৰ পৰা নিশা ৯ বজালৈ জনতা সান্ধ্য আইন মানিবলৈ আহ্বান জনাইছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে।প্ৰধান মন্ত্ৰীৰ এই আহ্বান সন্দৰ্ভত বলিউডৰ তাৰকা সকলে বিভিন্ন ধৰণৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে ।’অভিনেত্ৰী স্বাবানা আজমী,জনপ্ৰিয় পৰিচালক মহেশ ভাট, অভিনেতা সঞ্জয় দত্ত আৰু স্বাহৰুখ খানেও মোদীৰ আহ্বানক স্বাগতম জনাই টুইটাৰত নিজৰ নিজৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰে ।অভিনেতা সঞ্জয় দত্ত ই টুইটাৰত কয় যে ‘ঘৰতে আবদ্ধ থাকক আৰু সকলো প্ৰয়োজনীয় পদক্ষেপ গ্ৰহন কৰক ।’ ইফালে স্বাহৰুখ খানেও প্ৰধান মন্ত্ৰীৰ আহ্বান ক ইতিবাচক সহাৰি আগবঢ়াই এই ভাইৰাছৰ সংক্ৰমণৰ প্ৰতি সজাগ হবলৈ আৰু নিজে নিজক আছুতীয়া কৈ ৰাখি সামাজিক সম্পর্ক সীমিত ৰখাটো দৰকাৰী বুলি ব্যক্ত কৰে ।
প্ৰধান মন্ত্ৰীৰ পদক্ষেপক আদৰণি বলীউড তাৰকাসকলৰ
-
By publisher
- Categories: News
Related Content
Pijush Hazarika:গুৱাহাটীত বান-খহনীয়া ব্যৱস্থাপনা প্ৰাধিকৰণৰ কামৰ পৰ্যালোচনা জলসম্পদ মন্ত্ৰী পীযুয হাজৰিকাৰ
By
publisher
January 18, 2025
Kho Kho : খো খো বিশ্বকাপ দক্ষিণ আফ্ৰিকাক পৰাস্ত কৰি ফাইনেলত ভাৰতৰ মহিলা দল
By
publisher
January 18, 2025
Football:১০ জন খেলুৱৈয়ে খেলা কেৰালাৰ বিৰুদ্ধে গ’ল কৰাত ব্যৰ্থ নৰ্থ ইষ্ট ইউনাইটেড
By
publisher
January 18, 2025
২৫ বছৰীয়া হ’ল আঠঘৰীয়াৰ সাৰ্বজনীন শ্ৰীশ্ৰীবিষহৰি পূজা পৰ্ব
By
publisher
January 18, 2025
Asom Jatiyo Bidyalaya অসম জাতীয় বিদ্যালয়ত শিল্পী দিৱস উদযাপন
By
publisher
January 18, 2025