Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    Jyanta khaund:কংগ্ৰেছত যোগদান অগপৰ প্ৰাক্তন নেতা জয়ন্ত খাউণ্ড

    Dhemaji:অসমৰ দ্বিতীয় সৰ্ববৃহৎ জনজাতি মিছিং সকলৰ সনাতন চন্দী পেগুৰ বংশাৱলী অধিবেশন সম্পন্ন

    গালফ সংঘাতৰ মাজতে ১১০ ডলাৰ পাৰ ক্ৰুড অইল

    Rajyasabha Election Result:ঘোষণা হ’ল ৰাজ্যসভা নিৰ্বাচনৰ ফলাফল

    Dispur:মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে আপত্তিজনক গোহাৰি পত্ৰ- নথিসহ আটক ৪ জনক

    Saraighat New Bridge:মহানগৰীৰ নতুন শৰাইঘাট দলঙত অঘটন !

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    পুনৰ ‘ধুৰন্ধৰ’ৰ অভিলেখ : ছিকুৱেল ‘ধুৰন্ধৰ-২’ মুক্তিৰ পূৰ্বেই অগ্রিম বুকিঙৰ চমক

    আত্মহত্যাৰ চেষ্টা কৰাৰ পাছত চিকিৎসালয়ৰ পৰা প্ৰথম ভিডিঅ’ প্ৰকাশ ইউটিউবাৰ Anurag Dobhalৰ

    ৰাজহাড়ৰ সমস্যাৰ পাছতো দৈনিক ২০ ঘণ্টা কাম কৰে শ্বাহৰুখে

    অসুস্থ পিতৃ, লীলাৱতী হাস্পতাল ছলমান খান

    অসুস্থ পিতৃ, লীলাৱতী হাস্পতাল ছলমান খান

    নেপথ্যত আছে ব্যক্তিগত জীৱনৰ বিতর্ক!

    নেপথ্যত আছে ব্যক্তিগত জীৱনৰ বিতর্ক!

    ইয়াতে থমকিলো! কণ্ঠক জিৰণি দি ঘোষণা অৰিজিৎ সিঙৰ

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    আপুনি জানেনে ইউৰিক এচিড বৃদ্ধিৰ এইসমূহ কাৰণ

    এইবিধ ক্রেডিট কার্ডত ৰেহাই সহ একাধিক লাভালাভ

    সাৱধান! আপোনাৰ ব্লুটুথ ইয়াৰবাড-হেডফোন হেক হ’ব পাৰে, ট্রেকিঙৰ আশংকাও আছে

    কাঠফুলা খেতিৰে স্বাৱলম্বনৰ বিপ্লৱৰ সূচনা কৰক মহিলাই

    ভ্লগিঙৰ জৰিয়তে বিখ্যাত আৰু ধনী হ’ব বিচাৰে?

    গাখীৰৰ লগত ফল খালে কি হয়?

    গাখীৰৰ লগত ফল খালে কি হয়?

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home COVID-19

সাত এপ্ৰিল পৰ্যন্ত অতি স্পৰ্শকাতৰ অসম

publisher by publisher
March 29, 2020
in COVID-19, News
Reading Time: 1 min read
0
সাত এপ্ৰিল পৰ্যন্ত অতি স্পৰ্শকাতৰ অসম

People queue at the vendor selling vegetables under district administration during the government-imposed nationwide 21 days lockdown as a preventive measure against the COVID-19 corona virus at bhutnath area in Guwahati on 28-03-2020.pix by ub photos

1
SHARES
8
VIEWS
ShareShareShareShare

RelatedPosts

গণিত-উচ্চ গণিতৰ পৰা দ্রুতপাঠ-আধুনিক ভাৰতীয় ভাষা বিষয়লৈকে সলনি

ইউপিএছচিৰ অসামৰিক সেৱাত বাছনি ৯৫৮ৰ ভিতৰত অসমৰ তিনি

ইৰানৰ সংকটে মাধমাৰ শোধালে অসমৰ চাহ উদ্যোগত, বৃহৎ লোকচানৰ আশংকা

ADVERTISEMENT

গুৱাহাটী,২৯ মাৰ্চঃ এই পৰ্যন্ত অসমত কৰ’না ভাইৰাছত এজনো লোক আক্ৰান্ত হোৱা নাই ।ভাৰতৰ প্ৰেক্ষাপটত এয়া এক বৃহৎ সকাহ হলেও যিকোনো মূহূৰ্তত অসমতো ক’ভিড ১৯ ত আক্ৰান্ত হোৱা লোকৰ তথ্য পোহৰলৈ আহিব বুলি স্বাস্থ্য বিভাগ সন্ত্ৰস্ত হৈ আছে ৷বিভাগৰ নিয়মীয়া পৰ্যালোচনাত পোহৰলৈ আহিছে যে অহা সাত এপ্ৰিল পৰ্যন্ত অসমৰ পৰিস্থিতি অধিক স্পৰ্শকাতৰ ৷যদিহে কালিৰ পৰা আৰম্ভ হোৱা স্পৰ্শকাতৰ এই সময়ছোৱাৰ ভিতৰত সৌভাগ্যক্ৰমে ৰাজ্যত এজনো কৰ’না ভাইৰাছৰ গ্ৰাসত পৰা লোক নোলায় তেন্তে অসমে বিপদ ঘন্টাৰ এটা গুৰুত্বপূৰ্ণ স্তৰ অতিক্ৰম কৰিব ৷

স্বাস্থ্য বিভাগৰ এখন গুৰুত্বপূৰ্ণ পৰ্যালোচনা বৈঠকত এই বিষয়টোক লৈ চৰ্চা কৰা হয় ।উল্লেখ্য যে বিগত দিনকেইটাত অসমৰ সীমাৰ বাহিৰলৈ নোযোৱা লোকৰ ক্ষেত্ৰত মাৰাত্মক ভাইৰাছবিধৰ সংক্ৰমণৰ আশংকা যথেষ্ট কম। তাৰ বিপৰীতে শংকা কঢ়িয়াইছে যোৱা কমেও ১০ দিনৰ ভিতৰত দেশৰ বিভিন্ন ৰাজ্যৰ পৰা উভতি অহা ৰাজ্যৰ হেজাৰ হেজাৰ লোকে। অৱশ্যে সেই সকল লোকক স্বাস্থ্য বিভাগে ঢুকি পোৱাৰ চেষ্টা অব্যাহত ৰাখিছে ৷

ইতিমধ্যে তেনে বৃহৎ সংখ্যক লোকক স্বাস্থ্য বিভাগৰ পৰামৰ্শৱলী মানিছে যদিও তাৰে কিছু সংখ্যকে অৱজ্ঞাও কৰিছে ৷অৱশ্যে তেনে লোকে আছুতীয়াকৈ থাকিব লগীয়া ১৪ দিনৰ সাত দিন পাৰ কৰিছে ৷তেওঁলোকৰ শৰীৰত কৰ’নাৰ লক্ষণ ফুটি উঠা নাই ৷আনহাতে ২২ মাৰ্চৰ পৰা বহিঃৰাজ্যৰ পৰা অসমলৈ অহা সকলো লোকৰে গাত আছুতীয়াকৈ থাকিবলৈ দিয়া মোহৰ মৰা হৈছে ৷ সেই প্ৰত্যেকজন লোকক স্বাস্থ্য বিভাগৰ নিৰীক্ষণত ৰক্ষা হৈছে ৷এই লোকসকলৰ আছুতীয়াকৰণৰ সময় সীমা ৫এপ্ৰিলত উকলি যাব। বহিঃৰাজ্যৰ পৰা ২৪ মাৰ্চত অহা লোকসকলৰ আছুতীয়াকৰণৰ সময় উকলি যাব সাত এপ্ৰিলত ৷

গতিকে এইসকল লোকৰ শৰীৰত যদি ভাইৰাছ বিধত আক্ৰান্ত লক্ষণ ফুটি নুঠে তেনেহলে বিপদঘন্টাৰ এটা উল্লেখযোগ্য স্তৰ অতিক্ৰম কৰিবলৈ সক্ষম হ’ব। সেয়া হ’ব ৰাজ্যখনৰ বাবে এক বৃহৎ সকাহ ৷ কিছু সংখ্যক লোকে আকৌ চৰকাৰৰ সুৰক্ষা বিষয়টোক উপলুঙা কৰিছে ৷বহিঃৰাজ্যৰ পৰা লোকসকলৰ ঘৰলৈ যদি স্বাস্থ্য বিভাগৰ কোনো লোক উপস্থিত হ’লে পলায়নৰো অভিযোগ উঠিছে। আনকি এনে লোকসমূহ জনসমাগম স্থানলৈও গৈছে। উল্লেখ্য যে চৰকাৰৰ নিৰ্দেশক অংগুষ্ঠ প্ৰদৰ্শন কৰি অবিবেচক একাংশ লোকে ৰাজ্যৰ বিভিন্ন স্থানত জনসমাগমৰ সৃষ্টি কৰি আহিছে ৷আনকি আৰক্ষীয়েও এই পৰিবেশ নিয়ন্ত্ৰণ কৰিবলৈ যোৱা আৰক্ষী ৰাজ্যৰ কেইবাটাও স্থানত ওলোটাই প্ৰহৃতহে হৈছে ৷

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: AssamASSAM CORONA VIRUSCorona Virus
publisher

publisher

Related Posts

Jyanta khaund:কংগ্ৰেছত যোগদান অগপৰ প্ৰাক্তন নেতা জয়ন্ত খাউণ্ড
News

March 9, 2026
Dhemaji:অসমৰ দ্বিতীয় সৰ্ববৃহৎ জনজাতি মিছিং সকলৰ সনাতন চন্দী পেগুৰ বংশাৱলী অধিবেশন সম্পন্ন
News

Dhemaji:অসমৰ দ্বিতীয় সৰ্ববৃহৎ জনজাতি মিছিং সকলৰ সনাতন চন্দী পেগুৰ বংশাৱলী অধিবেশন সম্পন্ন

March 9, 2026
গালফ সংঘাতৰ মাজতে ১১০ ডলাৰ পাৰ ক্ৰুড অইল
News

গালফ সংঘাতৰ মাজতে ১১০ ডলাৰ পাৰ ক্ৰুড অইল

March 9, 2026
Rajyasabha Election Result:ঘোষণা হ’ল ৰাজ্যসভা নিৰ্বাচনৰ ফলাফল
News

Rajyasabha Election Result:ঘোষণা হ’ল ৰাজ্যসভা নিৰ্বাচনৰ ফলাফল

March 9, 2026
Dispur:মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে আপত্তিজনক গোহাৰি পত্ৰ- নথিসহ আটক ৪ জনক
News

Dispur:মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে আপত্তিজনক গোহাৰি পত্ৰ- নথিসহ আটক ৪ জনক

March 9, 2026
Saraighat New Bridge:মহানগৰীৰ নতুন শৰাইঘাট দলঙত অঘটন !
News

Saraighat New Bridge:মহানগৰীৰ নতুন শৰাইঘাট দলঙত অঘটন !

March 9, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d