এগৰাকী চিকিৎসক ।নাম চিফা এম মহম্মদ ।সকলো চিকিৎসকৰ দৰেই চিফায়েও নিজৰ কৰ্তব্য সুচাৰুৰূপে পালন কৰি গৈছে ।।যোৱা ২৯মাৰ্চত আছিল চিফাৰ বিয়াৰ দিন ।কিন্তু ২৯মাৰ্চত বিয়াত নবহিল চিফা ।এফালে নিজৰ কৰ্তব্য আৰু আনফালে দায়িত্ব।ক’ৰনা ভাইৰাছৰ সংক্ৰমণৰ প্ৰতি লক্ষ্য ৰাখি যুৱতী চিকিৎসক গৰাকীয়ে নিজৰ বিবাহ স্থগিত ৰাখি এই ভাইৰাছত আক্ৰান্ত লোকৰ সেৱাত নিজক নিয়োগ কৰিলে ।চিফাৰ এই সিদ্ধান্তক তেওঁৰ ভাৱী স্বামী আৰু স্বামীৰ পৰিয়ালেও সমৰ্থন কৰিছিল ।ডাঃ চিফাই প্ৰতিদিনে ক’ৰনাত সংক্ৰমিত হোৱা ৰোগীৰ চিকিৎসাত নিজকে ব্যস্ত ৰাখিছে ।
ক’ৰনা আক্ৰান্তৰ চিকিৎসাৰ বাবেই নিজৰ বিয়া পিছুৱালে চিকিৎসকগৰাকীয়ে
-
By publisher

- Categories: COVID-19, News
- Tags: ASSAM CORONA VIRUSCovid-19INDIA FIGHTS CORONAKerala
Related Content
তামিলনাডুত নতুন যুগৰ সূচনা!
By
publisher
May 10, 2026
দ্বিতীয়বাৰৰ বাবে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণ কৰিব ড০ হিমন্ত বিশ্ব শৰ্মাই
By
publisher
May 10, 2026
ট্ৰাম্পৰ শুল্ক নীতিত আদালতৰ পুনৰ কোব! ‘অবৈধ’ ঘোষণা ১০% আমদানি কৰ
By
publisher
May 8, 2026
বিজেপি বিধায়কৰ পৰা নীতি আয়োগৰ ভাইচ চেয়াৰমেন
By
publisher
May 8, 2026
মোজাম্বিক LNG প্ৰকল্পত পুনৰ গতি: ইন্ধন সুৰক্ষাৰ দিশে ভাৰতৰ বৃহৎ কৌশলগত পদক্ষেপ
By
publisher
May 8, 2026
অস্ত্ৰত আত্মনিৰ্ভৰ ভাৰত, কিন্তু শিক্ষাত শোচনীয় ছবি!
By
publisher
May 8, 2026