কৰ’না মহামাৰী নিয়ন্ত্ৰণৰ কাৰণে দিয়া ২১ দিনীয়া লকডাউন আৰু ছ’চিয়েল মিডিয়াত সাম্প্ৰতিকদায়িক মন্তব্য দিয়া সকলৰ বিৰুদ্ধে কঠোৰ হৈছে টংলা আৰক্ষী ৷ উৰাবাতৰি বিয়পোৱাৰ সন্দৰ্ভত টংলাৰ জগন্নাথঝাৰ নিবাসী কুমুদ শৰণীয়াৰ পুত্ৰ কৃশানু শৰণীয়াক গ্ৰেপ্তাৰ কৰি টংলা থানাত ভাৰতীয় দণ্ড বিধি অধীনত ৫৮/২০২০ নং গোচৰ ৰজু কৰি জেললৈ প্ৰেৰণ কৰে ৷লগতে এক বিশেষ সম্প্ৰদায়ৰ বিৰুদ্ধে কটু মন্তব্য কৰি পৰিবেশ বিনষ্ট কৰাৰ অপৰাধত জগন্নাথঝাৰ নিবাসী সন্তোষ বৰ্মনৰ পুত্ৰ বিশ্বজিত বৰ্মনক গ্ৰেপ্তাৰ কৰি ভাৰতীয় দণ্ড বিধিৰ অধীনত টংলা থানাত ৫৭/২০২০ গোচৰ ৰজু কৰি কাৰাগাৰলৈ প্ৰেৰণ কৰে ৷ইফালে লকডাউনৰ সময়ত নীতি নিৰ্দেশনা অমান্য কৰাৰ অপৰাধত টংলা আৰক্ষীয়ে বিভিন্ন স্থানৰ পৰা ১০ খল বাইক জব্দ কৰিছে ৷ এই ক্ষেত্ৰত টংলা আৰক্ষীৰ ভাৰপ্ৰাপ্ত বিষয়া সোমেশ্বৰ কোঁৱৰে ৰাইজক লক ডাউন মানি সামজিক দূৰত্ব বৰ্তাই উৰাবাতৰি বিয়পোৱাৰ পৰা দূৰত থাকিবলৈ সকলোকে আহ্বান কৰে ৷
লকডাউন উলংঘা,ছ’চিয়েল মিডিয়াত সাম্প্ৰদায়িক মন্তব্য কৰা সকলৰ বিৰুদ্ধে সৰৱ আৰক্ষী
-
By publisher

- Categories: COVID-19, News
- Tags: ASSAM FIGHTS CORONACOVID-9FIGHT AGANIST COVID-19STAY HOME STAY SAFETANGLA
Related Content
Artificial shortage of LPG Cylinder:মধ্য প্রাচ্যৰ যুদ্ধৰ প্ৰভাৱ !
By
publisher
March 10, 2026
Sonapur Science City :মহানগৰীৰ পাশ্বৱৰ্তী সোণাপুৰৰ টেপেচীয়াত মুকলি বিজ্ঞান নগৰী
By
publisher
March 10, 2026
Meghalaya:মেঘালয়ৰ পশ্চিম গাৰো হিলছ স্বায়ত্ত শাসিত জিলা পৰিষদৰ নির্বাচনক লৈ উত্তেজনা !
By
publisher
March 10, 2026
Dilip Saikia:তৃতীয় পক্ষৰ বিভ্ৰান্তিকৰ অপ-প্ৰচাৰত ভোল নাযাবলৈ আহ্বান ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়াৰ
By
publisher
March 10, 2026
AIUDF Candidate List Announced:এআইইউডিএফে ঘোষণা কৰিলে প্ৰথম খন নজনীয়া প্ৰাৰ্থী তালিকা
By
publisher
March 10, 2026
Heroin Seized:ড্ৰাগছৰ বিৰুদ্ধে পাণবাৰী আৰু বিজনী আৰক্ষীৰ বৃহৎ সফলতা
By
publisher
March 10, 2026