তলাবন্ধৰ মাজতে মহানগৰীৰ ৰিহাবাৰীত সংঘটিত ভয়ংকৰ অগ্নিকাণ্ড। ৰিহাবাৰীৰ এটা বেকাৰীত সূত্ৰপাত এই অগ্নিকাণ্ডৰ । কে’বাখনো অগ্নিনিৰ্বাপক বাহিনী গাড়ী ব্যৱহাৰে নিৰ্বাপিত হয় জুই। লক্ষাধিক টকাৰ সা-সামগ্ৰী ভষ্মীভূত হৈছে যদিও অগ্নিকাণ্ডত কোনো লোকৰ হতাহতিৰ খবৰ অহা নাই।
ৰিহাবাৰীত সংঘটিত ভয়ংকৰ অগ্নিকাণ্ড
-
By publisher

- Categories: News
- Tags: GUWAHATI ASSAMREHABARI
Related Content
উচ্চতৰ মাধ্যমিকৰ উন্নত ফলাফল স্বতেও মৰাণৰ এটি পৰিয়ালত শোকৰ বন্যা
By
publisher
April 28, 2026
Sonam Raghuvanshi's bail:দেশ কঁপোৱা হানীমুন মাৰ্ডাৰ কেচৰ অভিযুক্ত স্বামীহন্তা সোনম ৰঘুবংশীৰ জামিন
By
publisher
April 28, 2026
Moran HS Result : উচ্চতৰ মাধ্যমিকৰ উন্নত ফলাফল স্বতেও মৰাণৰ এটি পৰিয়ালত শোকৰ বন্যা
By
publisher
April 28, 2026
ছিকিমত কিশোৰ-কিশোৰীৰ স'তে ফুটবল খেলিলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে
By
publisher
April 28, 2026
Artificial Flood in China:কৃত্ৰিম বানত ডুবিল চীনৰ বাণিজ্যিক চহৰ গুৱাংচি
By
publisher
April 28, 2026
উত্তৰপ্ৰদেশত আৰক্ষী ব্যৱস্থা শক্তিশালীকৰণত বৃহৎ পদক্ষেপ
By
publisher
April 28, 2026