ক’ৰনা ভাইৰাছৰ সংক্ৰমনৰ পৰা হাত সাৰিবলৈ প্ৰতি মুহূৰ্তত জনতাক সচেতনটা অৱলম্বনৰ নিৰ্দেশ প্ৰশাসনৰ । এই উদ্দেশ্যই আগন্তুক ৰঙালী বিহুত সাংস্কৃতিক অনুষ্ঠান অনুষ্ঠিত নকৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে বৃহত্তৰ গুৱাহাটী ৰঙালী বিহু সমন্বয় সমিতিয়ে। অৱশ্যে ৰঙালী বিহুত পৰম্পৰা অনুসৰি পুৱাৰ ভাগত প্ৰতিখন বিহু সন্মিলনীয়ে মাংগলিক কার্য সূচী সমূহ পূৰ্বৰ দৰেই ৰূপায়ণ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে ।ৰাজ্যৰ অন্যান্য প্ৰান্তৰ বিহু সন্মিলনি তথা বিহু কমিটি সমুহকো অনুৰূপ ব্যৱস্থা গ্ৰহণ ৰ বাবে আহ্বান জনাইছে সমন্বয়ৰক্ষী সমিতিৰ উপদেষ্টা কৈলাশ শৰ্মাই।
ক’ৰনাৰ ত্ৰাসৰ বাবে গুৱাহাটীত অনুষ্ঠিত নহ’ব ৰঙালী বিহুৰ অনুষ্ঠান
-
By publisher

- Categories: COVID-19, News
- Tags: AssamASSAM FIGHTS CORONABIHU ASSAMCovid-19FIGHT AGANIST COVID-19STAY HOME STAY SAFE
Related Content
Artificial shortage of LPG Cylinder:মধ্য প্রাচ্যৰ যুদ্ধৰ প্ৰভাৱ !
By
publisher
March 10, 2026
Sonapur Science City :মহানগৰীৰ পাশ্বৱৰ্তী সোণাপুৰৰ টেপেচীয়াত মুকলি বিজ্ঞান নগৰী
By
publisher
March 10, 2026
Meghalaya:মেঘালয়ৰ পশ্চিম গাৰো হিলছ স্বায়ত্ত শাসিত জিলা পৰিষদৰ নির্বাচনক লৈ উত্তেজনা !
By
publisher
March 10, 2026
Dilip Saikia:তৃতীয় পক্ষৰ বিভ্ৰান্তিকৰ অপ-প্ৰচাৰত ভোল নাযাবলৈ আহ্বান ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়াৰ
By
publisher
March 10, 2026
AIUDF Candidate List Announced:এআইইউডিএফে ঘোষণা কৰিলে প্ৰথম খন নজনীয়া প্ৰাৰ্থী তালিকা
By
publisher
March 10, 2026
Heroin Seized:ড্ৰাগছৰ বিৰুদ্ধে পাণবাৰী আৰু বিজনী আৰক্ষীৰ বৃহৎ সফলতা
By
publisher
March 10, 2026