Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    Pakistan Petrol-Diesel Price Hike:পাকিস্তানত পেট্ৰ’ল-ডিজেলৰ আকাশলংঘী মূল্যবৃদ্ধি

    অষ্ট্ৰেলিয়াৰ পথত অগ্ৰসৰ নৰৱে, ১৬ অনূর্ধ্ব বয়সৰ বাবে নিষিদ্ধ হ’ব সামাজিক মাধ্যম

    ৭৪ বছৰ বয়সত অকলে ৭২ খন দেশ কৰিলে ভ্রমণ, ব্রিটিছ পর্যটকক স্বাগতম চীনত

    Nagaon shocking robbery Incident update:নগাঁৱৰ মৰিকলঙৰ লোমহর্ষক ডকাইতি কাণ্ডৰে জড়িত দুই ডকাইত আৰক্ষীৰ জালত

    Pawan Khera will appeal to the SC:অগ্রিম জামিন বিচাৰি এইবাৰ পৱন খেড়া দ্বাৰস্থ হ’ব সৰ্বোচ্চ ন্যায়ালয়ত

    Supreme Court:মুছলমান মহিলাসকলে মছজিদত প্ৰৱেশত কোনো বাধা নাই, নামাজ পঢ়াো কোনো বাধা নাই মুছলমান মহিলাৰ:মুছলিম পাৰ্ছনেল ল ব’ৰ্ডে

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

    জেলত কি শিকিলে ৰাজপালে?

    জেলত কি শিকিলে ৰাজপালে?

    সুৰ সম্ৰাজ্ঞী আশা ভোছলেৰ দেহাৱসান, সংগীত জগতত শোকৰ ছাঁ

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    আপোনাৰ স্মার্টফোনটো অহৰহ ফ্রীজ হৈ থাকে? সমাধান আপোনাৰ হাততে

    ভুৱা প্ৰফাইলৰ আঁৰত যি মন যায় তাকে কৰাৰ দিন শেষ হ’ল

    ভুল খাদ্য খোৱাৰ ফলত মুখৰ অকাল বার্ধক্য হ’ব পাৰে!

    ডার্ক চাৰ্কলৰ কাৰণ আৰু যত্নৰ উপায়

    ডার্ক চাৰ্কলৰ কাৰণ আৰু যত্নৰ উপায়

    ব্যায়ামৰ পাছত প্ৰ’টিন খোৱাৰ উপযুক্ত সময়

    ডাকঘৰৰ পুনৰাবৃত্তিমূলক জমা আঁচনি

    ডাকঘৰৰ পুনৰাবৃত্তিমূলক জমা আঁচনি

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home COVID-19

কৰ’না ভীতিয়ে পৰিৱৰ্তন কৰিছে মনোজগত,আচৰণ পৰিৱৰ্তন

publisher by publisher
April 9, 2020
in COVID-19, News
Reading Time: 1 min read
0
কৰ’না ভীতিয়ে পৰিৱৰ্তন কৰিছে মনোজগত,আচৰণ পৰিৱৰ্তন
2
SHARES
21
VIEWS
ShareShareShareShare

সমগ্ৰ মানৱ জাতি সম্প্ৰতি কৰ’না ভাইৰাছৰ ওচৰত অসহায় হৈ পৰিছে ৷ এই ভাইৰাছে এফালৰ পৰা সংক্ৰমিত কৰিছে মানৱজীৱনক ৷ লগতে কাঢ়ি নিছে জীৱন। এনে পৰিস্থিতিত কৰ’না ভাইৰাছে যিদৰে মানৱ জাতিৰ চিন্তা ভাৱনাৰ জগতখন দখল কৰিছে, এনে অৱস্থা আন যিকোনো ৰোগৰ ক্ষেত্ৰতে বিৰল। বিগত কিছু সপ্তাহ ধৰি প্ৰত্যেক সংবাদ, ৰেডিঅ’, টেলিভিচন আদিত কৰ’না ভাইৰাছ সংক্ৰান্তীয় খবৰেই ভৰি আছে । সামাজিক মাধ্যমতো নানা ধৰণৰ তথ্য, মন্তব্য পৰামৰ্শ, গুজৱ ইত্যাদি বিয়পি পৰিছে । আক্ৰান্ত আৰু মৃত লোকৰ সংখ্যা বৃদ্ধিৰ নানা খবৰৰ বাবে মানুহৰ মানসিক উদ্বেগ সৰ্ব্বোচ্চ পৰ্যায়ত উপনীত হ’ব পাৰে ৷

ADVERTISEMENT

স্বাভাৱিকতে ইয়াৰ প্ৰভাৱ পৰিছে মানসিক স্বাস্থ্যত ৷ কিন্তু এইৰোগক কেন্দ্ৰ কৰি অব্যাহত  থকা ভীতিয়ে আমাৰ মানসিকতাতো বিৰুপ প্ৰভাৱ পেলাব পাৰে ।বিশেষজ্ঞৰ মতে এই সক্ৰামক ভাইৰাছক কেন্দ্ৰ কৰি অব্যাহত থকা ভীতিৰ কাৰণে মানুহৰ চিন্তা ধাৰালৈকো ব্যাপক পৰিৱৰ্তন আহিব পাৰে ৷ প্ৰব্ৰজন,  যৌন স্বাধীনতা আৰু সমতাক লৈও মানুহৰ ভাবনালৈ পৰিৱৰ্তন আহিব পাৰে ৷ আনকি আমাক ৰাজ নৈতিক মতাদৰ্শতো পৰিৱৰ্তন ঘটাব পাৰে কৰ’না ভাইৰাছে ৷ উল্লেখযোগ্য যে কৰ’না ভাইৰাছৰ ফলত ইয়াৰ মাজতে অহেতুক শংকা আৰু বৰ্ণ বিদ্বে লক্ষণে দেখা দিবলৈ আৰম্ভ কৰিছে ৷ কিন্তু বৈজ্ঞানিক গৱেষণা পূৰ্বাভাসসমূহ যদি সঠিক হয়, তেন্তে সামাজিক আৰু মনস্তত্ত্বৰ ক্ষেত্ৰতো বৃহৎ পৰিৱৰ্তন আহিব পাৰে ৷

RelatedPosts

আমেৰিকাত নতুনকৈ ত্রাস সৃষ্টি কৰিছে ক’ভিডে

ক’ভিড ভেকচিনৰ ফলত বৃদ্ধি পাইছে নেকি অকাল মৃত্যু?

দেশত দ্ৰুতগতিত হ্ৰাস পাইছে ক’ভিড আক্ৰান্তৰ সংখ্যা

বিশেষজ্ঞৰ মতে মানৱ মনস্তত্ত্বৰ অন্যান্য বিষয়সমূহৰ দৰে ৰোগব্যাধিৰ ক্ষেত্ৰতো আচৰণ বিষয়টো বুজাৰ বাবে ইতিহাসৰ ফালে চকু দিব লাগিব ৷ আধুনিক চিকিৎসা ব্যৱস্থা আৱিষ্কাৰৰ পূৰ্বে সংক্ৰামক ৰোগসমূহ আছিল মানুহে এই জগতত তিষ্ঠি থকাৰ বাবে সবাতোকৈ ডাঙৰ ভাবুকি ৷ সেই সময়ত মানুহৰ শৰীৰত যি প্ৰতিৰোধৰ ব্যৱস্থাই কাম কৰিছিল তাৰ ফলত মানুহে কিছু পৰিমাণে ক্লান্তি, নিদ্ৰাৰ ভাৱ, অনুভৱ কৰিছিল ৷ বহু কেইটা গৱেষণাত দেখা গৈছে যে যেতিয়া কোনো ৰোগৰ ভাবুকি দেখা যায়। তেতিয়াই মানুহে সচৰাচৰ প্ৰচলিত আইন কানুন মানি চলে ৷ ইউনিভাৰ্চিটি অৱ হংকঙৰ গৱেষণাত দেখা গৈছে যে মানুহে বৰঞ্চ আন সময়ৰ তুলনাত তেনে সময়ত বেছি নিয়ম কানুন মানি চলে৷ বহু বিশেষজ্ঞই ধাৰণা কৰে যে বহু সময়ত আমাৰ অনেক সামাজিক নিয়ম বা ঘূৰা পকাৰ ধৰণত পৰিৱৰ্তন ঘটাই সংক্ৰমণৰ আশংকা কমাই আনিব পাৰি ৷

গৱেষণাত দেখা গৈছে যে এনে ক্ষেত্ৰত নতুন মানুহৰ স’তে পৰিচয় হোৱাত মানুহে অস্বাচ্ছন্দ্যবোধ কৰে, বিশেষকৈ কোনো লোকৰ পৰা যদি সংক্ৰমিত হোৱাৰ ভীতি থাকে ৷ লেখক এৰ’য়িয়ে যিদৰে দেখা পাইছে যে সংক্ৰামক ৰোগৰ ভীতিৰ কাৰণে অভিবাদন সম্পৰ্কতো বহু লোকৰ মনোভাৱ সলনি  হৈ পৰিছে ৷ এৰ’য়িয়ে কয় মানুহৰ ভিতৰত যি আচৰণগত প্ৰতিৰোধ ব্যৱস্থা আছে ৷ তাৰ পৰাই মানুহে গণ্য কৰে যে দুঃখিত হোৱাতকৈ নিৰাপদ হোৱাটো জৰুৰী ৷ সেই কাৰণেই তেওঁলোকে এই আচৰণ কৰে ৷ ইউনিভাৰ্চিটী অৱ টৰ’ন্ট য়ুয়েল আনবানে কয় কৰ’না ভাইৰাছ মহামাৰীয়ে আমাৰ চিন্তা ভাবনাৰ জগতখনলৈ কি ধৰণৰ পৰিৱৰ্তন আনিছে তাক লৈ এতিয়াও তথ্য প্ৰমাণ নাই । কিন্তু আচৰণগত প্ৰতিৰোধ ব্যৱস্থাৰ যি থিঅ’ৰী আছে, সেয়া বিশ্লষণ কৰিলে বুজা যায় যে পৰিৱৰ্তনৰ সম্ভাৱনা আছে ৷

আনবানে লগতে কয় যে ২০১৪ চনৰ ইব’লা মহামাৰীৰ সময়ত যথেষ্ট সামাজিক পৰিৱৰ্তন ঘটিছিল ৷ মনোজগতৰ এইবোৰ পৰিৱৰ্তনে জাতীয় বা স্থানীয় নিৰ্বাচনত প্ৰভাৱ পেলাওক বা নেপেলাওঁক, কৰ’না ভাইৰাছৰ কাৰণে আমাৰ ব্যক্তিগত আচৰণত কি প্ৰভাৱ পৰিছে, বৰঞ্চ সেয়াহে অধিক গুৰুত্বপূৰ্ণ ৷ আমি বাৰু আনৰ প্ৰতি অধিক সচেতন হৈ পৰিছো নেকি, আনৰ আচৰণৰ বিচাৰ বিশ্লেষণ কৰিছো নেকি, নিয়ম কানুনৰ গুৰুত্ব কিমান উপলব্ধি কৰিব পাৰিছো? আমাৰ চিন্তা ভাবনা আৰু স্বাভাৱিক আছেনে? নে হেজাৰ বছৰৰ পূৰ্বে সংক্ৰামক ৰোগ বিয়পাব সময়ত আমাৰ পূৰ্বপুৰুষসকলে যি আচৰণ কৰিছিল, সেয়াই আমি অৱচেতনভাৱে কৰি আছো নেকি? কৰ’না ভাইৰাছৰ বাবে গৃহবন্দী হৈ থকাৰ সময়তে আমাৰ চিন্তাধাৰা,আচৰণত ব্যাপক পৰিৱৰ্তন ঘটিছে নেকি? সেই সকলোবোৰ প্ৰশ্ন এবাৰ জুকিয়াই চোৱাৰো এতিয়া সময় হৈছে বুলি বিশেষজ্ঞসকলে মতপ্ৰকাশ কৰিছে ৷

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: Covid-19FIGHT AGAINST COVID-19INDIA FIGHTS CORONASTAY HOME STAY SAFE
publisher

publisher

Related Posts

Pakistan Petrol-Diesel Price Hike:পাকিস্তানত পেট্ৰ’ল-ডিজেলৰ আকাশলংঘী মূল্যবৃদ্ধি
News

April 25, 2026
অষ্ট্ৰেলিয়াৰ পথত অগ্ৰসৰ নৰৱে, ১৬ অনূর্ধ্ব বয়সৰ বাবে নিষিদ্ধ হ’ব সামাজিক মাধ্যম
News

অষ্ট্ৰেলিয়াৰ পথত অগ্ৰসৰ নৰৱে, ১৬ অনূর্ধ্ব বয়সৰ বাবে নিষিদ্ধ হ’ব সামাজিক মাধ্যম

April 25, 2026
৭৪ বছৰ বয়সত অকলে ৭২ খন দেশ কৰিলে ভ্রমণ, ব্রিটিছ পর্যটকক স্বাগতম চীনত
News

৭৪ বছৰ বয়সত অকলে ৭২ খন দেশ কৰিলে ভ্রমণ, ব্রিটিছ পর্যটকক স্বাগতম চীনত

April 25, 2026
Nagaon shocking robbery Incident update:নগাঁৱৰ মৰিকলঙৰ লোমহর্ষক ডকাইতি কাণ্ডৰে জড়িত দুই ডকাইত আৰক্ষীৰ জালত
News

Nagaon shocking robbery Incident update:নগাঁৱৰ মৰিকলঙৰ লোমহর্ষক ডকাইতি কাণ্ডৰে জড়িত দুই ডকাইত আৰক্ষীৰ জালত

April 25, 2026
Pawan Khera will appeal to the SC:অগ্রিম জামিন বিচাৰি এইবাৰ পৱন খেড়া দ্বাৰস্থ হ’ব সৰ্বোচ্চ ন্যায়ালয়ত
News

Pawan Khera will appeal to the SC:অগ্রিম জামিন বিচাৰি এইবাৰ পৱন খেড়া দ্বাৰস্থ হ’ব সৰ্বোচ্চ ন্যায়ালয়ত

April 25, 2026
Supreme Court:মুছলমান মহিলাসকলে মছজিদত প্ৰৱেশত কোনো বাধা নাই, নামাজ পঢ়াো কোনো বাধা নাই মুছলমান মহিলাৰ:মুছলিম পাৰ্ছনেল ল ব’ৰ্ডে
News

Supreme Court:মুছলমান মহিলাসকলে মছজিদত প্ৰৱেশত কোনো বাধা নাই, নামাজ পঢ়াো কোনো বাধা নাই মুছলমান মহিলাৰ:মুছলিম পাৰ্ছনেল ল ব’ৰ্ডে

April 25, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d