দেশজুৰি হোৱা তলাবন্ধৰ সময়ছোৱাত নগাঁও জিলাৰ বিভিন্ন আৰক্ষী থানাত ২১টা গোচৰ ৰজু হোৱাৰ লগতে ১৯ জন লোকক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে ৷ আৰক্ষীৰ এক বিশেষ সূত্ৰই প্ৰকাশ কৰা অনুসৰি ২৬ মাৰ্চৰ পৰা বুধবাৰে বিয়লিলৈকে জিলাখনৰ বিভিন্ন স্থানত ৩১৫ খন বাহন জব্দ কৰিছে ৷ ইয়াৰে এখন ট্ৰাক, ৩৬ খন চাৰিচকীয়া বাহন, ৫ খন তিনিচকীয়া বাহন আৰু ২৭৩ খন দুচকীয়া মটৰচাইকেল আছে ৷ আনহাতে বন্ধৰ সময়ছোৱাত বিভিন্ন গাড়ী চালকৰ পৰা ১৩ হাজাৰ টকাৰ জৰিমনা বিহা হৈছে ৷
নগাঁৱত তলাবন্ধ উলংঘাকাৰীক গ্ৰেপ্তাৰ
-
By publisher

- Categories: COVID-19, News
- Tags: ASSAM FIGHTS CORONACovid-19FIGHT AGAINST COVID-19LockdownNagaonSTAY HOME STAY SAFE
Related Content
Minister Atul Bora:গোলাঘাট জিলাৰ অৰুণোদয়-৩.০ৰ সফল ৰূপায়ণৰ সন্দৰ্ভত দুই মন্ত্ৰীৰ বৈঠক
By
publisher
February 22, 2025
State Bjp SpL Meeting:ঝুমইৰ বিনন্দিনী' অনুষ্ঠান আৰু এডভাণ্টেজ আছাম ২.o প্ৰস্তুতি সন্দৰ্ভত ৰাজ্যক বিজেপিৰ বিশেষ প্ৰস্তুতি সভা
By
publisher
February 22, 2025
App Assam Pressmeet:প্ৰধানমন্ত্ৰীৰ অসম ভ্ৰমণক লৈ 'আপ'ৰ প্ৰতিক্ৰিয়া
By
publisher
February 22, 2025
Farah Khan:হোলি চাপ্ৰীৰ উৎসৱ’, ফাৰহাৰ মন্তব্যত ধর্মীয় আৱেগত আঘাতৰ অভিযোগ, দাখিল এফআইআৰ
By
publisher
February 22, 2025
New Mega City: এটা অট্টালিকাত নিৰ্মাণ কৰা হৈছে এখন পূৰ্ণাংগ চহৰ !
By
publisher
February 22, 2025