তলাবন্ধ প্রত্যহাৰৰ পাছতে উহানত বিবাহৰ ধুম 

1 Photosession of stylish wedding couple on catholic church

লাহে লাহে সকলো স্বাভাৱিক হৈ উঠিছে উহান ।সাত সপ্তাহ ধৰি তলাবন্ধ হৈ থকাৰ পাছত প্ৰশাসনে নিষেধাজ্ঞা প্রত্যহাৰ কৰে ।ক’ৰনা ভাইৰাছৰ সংক্ৰমণ বন্ধ হৈছে যদিও আতংক এতিয়াও অব্যাহত আছে চীনৰ হুৱেই প্ৰদেশৰ উহানত।কিন্ত তলাবন্ধ প্রত্যহাৰৰ পাছতে বিবাহৰ ধুম উঠে উহানত।তলাবন্ধ প্রত্যহাৰ কৰিলেও এই অঞ্চলৰ বাসিন্দাক কিছু নীতি -নিয়ম বান্ধি দিছিল প্ৰশাসনে ।কিন্তু একাংশ যুৱক -যুৱতীয়ে বিবাহপাশত আবদ্ধ হ’বলৈ যো-জা চলাইছে ।তলাবন্ধৰ ফলত চীনত বহুত বিয়া স্থগিত ৰখা হৈছিল।তলাবন্ধ প্ৰত্যাহাৰৰ পাছতে এই সকল যুৱক -যুৱতীয়ে ততাতৈয়াকৈ বিবাহ খন সম্পন্ন কৰিবলৈ যো-জা চলাইছে।

ADVERTISEMENT
Exit mobile version