কৰ’নাৰ ভাইৰাছ সংক্ৰমণ ৰোধ কৰাৰ লক্ষ্যৰে দেশজুৰি অব্যাহত তলাবন্ধ জৰিয়তে সকলোকে সামাজিক দূৰত্ব বজাই ৰাখিবলৈ আহ্বান জনোৱা হৈছে যদিও সকলো নীতি-নিৰ্দেশনাক ৰাজ্যত জ্বলাঞ্জলি দি আহিছে বহুলোকে | জমা ধন উলিয়াবলৈ গৈ একাংশই বেংকৰ সন্মুখত এইদৰে শাৰী পতাৰ পৰিলক্ষিত হৈছে । যিটো সময়ত সকলোকে এত মিটাৰ ব্যৱধান ৰাখিবলৈ কোৱা হৈছে সেই সনয়তে গাতে গা লগাই শতাধিক লোকে পুৱাৰ পৰা শাৰী পাতি ৰৈ আছে বেংকৰ সন্মুখত। এই কাৰ্য্য সংঘটিত হৈছে মৰিগাঁও জিলাৰ গড়মাৰীত। ইউনিয়ন বেংক অফ ইণ্ডিয়াৰ গড়মাৰীৰ শাখাৰ সন্মুখত শুক্ৰবাৰে পুৱাৰ পৰা দেখা গ’ল গ্ৰাহকৰ তিনিটাকৈ দীঘলীয়া শাৰী। চৰকাৰী বিভিন্ন আঁচনিৰ ধন গ্ৰাহকৰ একাউন্টত জমা হোৱাৰ পিছত বেংকৰ সন্মুখত ৰৈ জমা ধন উলিয়াবলৈ এইদৰে গ্ৰাহকসকলে ভিৰ কৰাৰ পৰিলক্ষিত হৈছে। সামাজিক দূৰত্বক ভেঙুচালি কৰি গ্ৰাহক সকলে এইদৰে শাৰী পতাক লৈ প্ৰতিক্ৰিয়াৰো সৃষ্টি হৈছে।
মৰিগাঁৱৰ জমা ধন উলিয়াবলৈ গৈ সামাজিক দূৰত্বক ভেঙুচালি
-
By publisher

ADVERTISEMENT
- Categories: City, COVID-19, News
- Tags: AssamASSAM FIGHTS CORONACovid-19FIGHT AGANIST COVID-19MORIGAONSTAY HOME STAY SAFE
Related Content
ভোলাৰী ঘাটিত পাক বায়ুসেনাৰ সাতজন বিষয়া নিহত! ভাৰতৰ দাবীত ছীলমোহৰ পাকিস্তানৰ
By
publisher
May 16, 2025
পুনৰ বৃদ্ধি পাইছে কৰ'না আক্ৰান্ত!
By
publisher
May 16, 2025
ট্ৰাম্প হৈছে ‘শান্তিৰ দূত’! ভাৰত-পাকিস্তান যুদ্ধবিৰতিৰ পাছত হোৱাইট হাউছৰ এই দাবী
By
publisher
May 16, 2025
Literary critic Ismail Hussain arrested :সাহিত্যিক ইছমাইল হুছেইনক আটক মঙলদৈ আৰক্ষীৰ
By
publisher
May 16, 2025
যৌথ অভিযানত ছয় উগ্ৰপন্থী নিহত ! কিদৰে লাভ কৰিছিল তথ্য, কি দৰে চলাইছিল অভিযান ?
By
publisher
May 16, 2025