অসমত কৰ’নাত আক্ৰান্তৰ সংখ্যা ৩২ জনলৈ বৃদ্ধি পালে| এই কথা সদৰি কৰে স্বাস্থ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই। মঙ্গলবাৰে নিশা কৰ’না ভাইৰাছৰ উপস্থিতি ধৰা পৰা মহিলাগৰাকী হৈছে ধুবুৰীৰ। মন্ত্ৰী ড০ শৰ্মাই এই সংক্ৰান্তত উল্লেখ কৰে যে ধুবুৰীৰ এগৰাকী মহিলা ক’ভিড-১৯ত আক্ৰান্ত হোৱা বুলি পৰীক্ষাত ধৰা পৰিছে ৷ এই মহিলা গৰাকী নিজামুদ্দিন মাৰ্কাজ আৰু গুৱাহাটীৰ আঠগাঁৱৰ কৱৰস্থান মছজিদৰ সমাৱেশত অংশ লৈ ইতিমধ্যে কোভিড-১৯ত আক্ৰান্ত হোৱা এগৰাকী ব্যক্তিৰ পত্নী ৷ইয়াৰ ফলত অসমত এনে ৰোগীৰ সংখ্যা ৩২ জনলৈ বৃদ্ধি হ’ল ৷
ৰাজ্যত কৰ’নাত আক্ৰান্তৰ সংখ্যা ৩২ জনলৈ বৃদ্ধি
-
By publisher

- Categories: COVID-19, Health, News
- Tags: ASSAM FIGHTS CORONACovid-19HIMANTA BISWA SHARMASTAY HOME STAY SAFE
Related Content
তামিলনাডুত নতুন যুগৰ সূচনা!
By
publisher
May 10, 2026
দ্বিতীয়বাৰৰ বাবে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণ কৰিব ড০ হিমন্ত বিশ্ব শৰ্মাই
By
publisher
May 10, 2026
ট্ৰাম্পৰ শুল্ক নীতিত আদালতৰ পুনৰ কোব! ‘অবৈধ’ ঘোষণা ১০% আমদানি কৰ
By
publisher
May 8, 2026
বিজেপি বিধায়কৰ পৰা নীতি আয়োগৰ ভাইচ চেয়াৰমেন
By
publisher
May 8, 2026
মোজাম্বিক LNG প্ৰকল্পত পুনৰ গতি: ইন্ধন সুৰক্ষাৰ দিশে ভাৰতৰ বৃহৎ কৌশলগত পদক্ষেপ
By
publisher
May 8, 2026
অস্ত্ৰত আত্মনিৰ্ভৰ ভাৰত, কিন্তু শিক্ষাত শোচনীয় ছবি!
By
publisher
May 8, 2026